• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

2 months ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

2 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

3 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

4 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

4 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

5 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

6 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

6 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

6 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

7 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

8 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

8 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

editor by editor
January 5, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফেটিলিভাৰ ৰোগ বিশ্বত দ্ৰুততৰভাৱে বাঢ়িব ধৰিছে৷ এই ৰোগ যেতিয়া হয় তেতিয়া অতিৰিক্ত চৰ্বি লিভাৰত জমা হয় আৰু প্ৰদাহ সৃষ্টি কৰে৷ সাম্প্ৰতিক সময়ত এই ৰোগ উল্লেখযোগ্যভাৱে বাঢ়ি যোৱাৰ কাৰণ হৈছে ভিটামিন বি১২ৰ অভাৱ, যিয়ে ফেটি লিভাৰ বঢ়াই আৰু পৰিস্থিতিৰ অৱনতিৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা পালন কৰিব পাৰে৷ ভিটামিন বি ১২য়ে শৰীৰৰ বহু গুৰুত্বপূৰ্ণ বিপাকীয় প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য, বিশেষকৈ চৰ্বিৰ বিপাক৷ ইয়াৰ অভাৱত হোমোচিষ্টিনৰ মাত্ৰা বাঢ়িব পাৰে৷ যিয়ে অক্সিডেটিভ ষ্ট্ৰেছ বঢ়াই আৰু সময়ৰ লগে লগে লিভাৰৰ ক্ষতি কৰে৷

কেনেকৈ লিভাৰক প্ৰভাৱিত কৰে ভিটামিন B12য়ে?

ভিটামিন বি১২য়ে লিভাৰৰ বিপাকীয় কাৰ্যকলাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ যেতিয়া ইয়াৰ ঘাটি হয় তেতিয়া লিভাৰে সঠিকভাৱে চৰ্বি প্ৰক্ৰিয়াজাত কৰিব আৰু নিৰ্গত কৰিব নোৱাৰে৷ ফলত এই চৰ্বি লিভাৰৰ কোষত জমা হয় যিয়ে প্ৰদাহ সৃষ্টি কৰিব পাৰে৷ কেইবাটাও গৱেষণাত দেখা গৈছে নন এলকহলিক ফেটি লিভাৰ ডিজিজত আক্ৰান্ত ব্যক্তিসকলৰ ভিটামিন বি১২ৰ মাত্ৰা স্বাভাৱিক ব্যক্তিৰ তুলনাত উল্লেখযোগ্যভাৱে কম৷ বি১২ৰ অভাৱত হোমোচিষ্টিন বৃদ্ধি পায়৷ যিয়ে লিভাৰক আৰু দুৰ্বল কৰি দিব পাৰে৷ সৌভাগ্যবশত বি১২ ছাপ্লিমেণ্টেছন হোমোচিষ্টিন কমিব আৰু লিভাৰৰ এনজাইমসমূহক উন্নত কৰিব পাৰে যিয়ে লিভাৰৰ অৱস্থাৰ অৱনতি ৰোধ কৰিব পাৰে৷

অভাৱৰ লক্ষণ

ভিটামিন বি১২ৰ অভাৱৰ সাধাৰণ লক্ষণসমূহৰ মাজত আছে ক্লান্তি, দুৰ্বলতা, হাত আৰু ভৰিৰ ঝিনঝিননি আৰু মনোযোগত অসুবিধা হোৱা৷ ফেটি লিভাৰৰ লক্ষণসমূহ প্ৰায়েই দেখা যোৱা ধৰণৰ৷ মানুহে বুজিব নোৱাৰাৰ বাবে এই ৰোগৰ লক্ষণ দেখিও পৰীক্ষা নকৰে৷ ভিটামিন বি১২ৰ অভাৱে পিত্তথলিত পাথৰ হোৱাৰ আশংকাও বঢ়াই দিব পাৰে৷ কাৰণ ই পিত্ত গঠন আৰু লিভাৰৰ বিপাকীয় কাৰ্যকলাপৰ ভূমিকা পালন কৰে৷

কেনেকৈ ৰক্ষা পাব আৰু ইয়াৰ চিকিৎসা কি?

ভিটামিন বি১২ৰ অভাৱ দূৰ কৰিবলৈ সকলোতকৈ সহজ উপায় হৈছে খাদ্যতালিকাত পৰ্যাপ্ত পৰিমাণে মাংস, মাছ, কণী আৰু দুগ্ধজাত খাদ্য অন্তৰ্ভুক্ত কৰা৷ কিছু লোকৰ বয়স, ঔষধ বা হজমৰ সমস্যাৰ কাৰণে বি১২ৰ শোষণ কমি যায়৷ এই ক্ষেত্ৰত চিকিৎসকৰ নিৰ্দেশ অনুসৰি সম্পূৰক বা ইনজেকছন গ্ৰহণ কাৰ্যকৰ৷ নিয়মিত স্বাস্থ্য পৰীক্ষাত প্ৰাথমিকভাৱেই ভিটামিন বি১২ৰ অভাৱ চিনাক্ত কৰাত সহায় কৰিব পাৰে৷ এই ঘাটি পূৰণ কৰিলে কেৱল লিভাৰত জমা হৈ থকা চৰ্বিয়েই কমাব পৰা নাযায় বৰং প্ৰদাহো কমি যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
এই বছৰ সৰস্বতী পূজা কেতিয়া? সৰস্বতী পূজাৰ দিনা কৰক এইকেইটা কাম, শুভ ফল লাভ কৰিবই আপুনি

এই বছৰ সৰস্বতী পূজা কেতিয়া? সৰস্বতী পূজাৰ দিনা কৰক এইকেইটা কাম, শুভ ফল লাভ কৰিবই আপুনি

হাতলৈ আহিব ধন, নতুন চাকৰি লাভৰো যোগ আছে এই ৩ৰাশিৰ, চতুৰ্গ্ৰহী যোগৰ ভাল ফল কোনে কোনে পাব?

হাতলৈ আহিব ধন, নতুন চাকৰি লাভৰো যোগ আছে এই ৩ৰাশিৰ, চতুৰ্গ্ৰহী যোগৰ ভাল ফল কোনে কোনে পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.