• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

37 minutes ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

2 seconds ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

2 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

3 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

4 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

4 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

4 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

5 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

7 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

7 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

ধুবুৰীত জঘন্য ঘটনা

editor by editor
September 29, 2026
in অপৰাধ, অসম, লেখা
0
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং
0
SHARES
416
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধুবুৰী জিলাৰ ছাগলীয়া অঞ্চলত মানৱ সমাজক লজ্জানত কৰা এক গুৰুতৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী কিশোৰীক দলবদ্ধ ধ*ৰ্ষণ কৰাৰ লগতে সমগ্ৰ ঘটনাটো মোবাইল ফোনত ভিডিঅ’ কৰি পিছত সেই ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি, বিশ্বজিৎ ৰায়, দ্বীপ ৰায় আৰু শিৱা ৰায় নামৰ তিনিজন যুৱকে কিশোৰীগৰাকীৰ সৈতে এই কাণ্ড সংঘটিত কৰে। কেৱল সেয়াই নহয়, তিনিওজনে ঘটনাটোৰ ভিডিঅ’ প্ৰস্তুত কৰি বিভিন্নজনৰ মোবাইল ফোনলৈ প্ৰেৰণ কৰাৰ অভিযোগো উত্থাপিত হৈছে।

ঘটনাৰ পিছত গৌৰীপুৰৰ অলয় কুমাৰ ৰায় নামৰ এজন লোকলৈও উক্ত ভিডিঅ’ প্ৰেৰণ কৰাৰ অভিযোগ উঠিছে। পৰৱৰ্তী সময়ত অলয় কুমাৰ ৰায়ে ভিডিঅ’টো আন লোকৰ মাজত মোবাইলে মোবাইলে প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে, এই ভিডিঅ’টোক অ*স্ত্ৰ হিচাপে ব্যৱহাৰ কৰি অলয়ে কিশোৰীগৰাকীক ব্লেকমেইল কৰাৰো অভিযোগ উত্থাপন হৈছে। ঘটনাটোৱে কিশোৰীগৰাকীক মানসিকভাৱে যথেষ্ট সমস্যাৰ সন্মুখীন কৰোৱাৰ অভিযোগো প্ৰকাশ পাইছে।

অৱশেষত ভুক্তভোগী কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত ছাগলীয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিত POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰে। আৰক্ষীয়ে তদন্ত চলাই অভিযুক্ত অলয় কুমাৰ ৰায়ক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত আদালতত হাজিৰ কৰোৱাৰ পাছত তেওঁক জে’ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।

ইফালে, ঘটনাটোৰ মূল অভিযুক্ত হিচাপে অভিযোগ উঠা বিশ্বজিৎ ৰায়, দ্বীপ ৰায় আৰু শিৱা ৰায় বৰ্তমানেও পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। তেওঁলোকক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ঘটনাটোৰ তদন্তৰ জৰিয়তে দলবদ্ধ ধ*ৰ্ষণৰ অভিযোগ, ভিডিঅ’ প্ৰস্তুত আৰু প্ৰচাৰ কৰাৰ অভিযোগ তথা কিশোৰীগৰাকীক ব্লেকমেইল কৰাৰ অভিযোগৰ সত্যতা নিৰ্ণয় কৰাৰ চেষ্টা চলাইছে আৰক্ষীয়ে।

এই ঘটনাৰ খবৰ পোহৰলৈ অহাৰ পিছতে বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অভিযুক্তসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ আৰম্ভ কৰিছে বিভিন্ন সংগঠনে। ঘটনাটোৱে পুনৰবাৰ কিশোৰী আৰু মহিলাৰ সুৰক্ষা, ছ’চিয়েল মিডিয়াত যৌ*ন নিৰ্যাতনৰ ভিডিঅ’ প্ৰচাৰ আৰু ব্লেকমেইলৰ দৰে গুৰুতৰ অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ প্ৰয়োজনীয়তা উত্থাপন কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24rape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

September 29, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
Next Post
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.