কাইলৈ ১৯ ডিচেম্বৰ ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহ মাহৰ কৃষ্ণা চতুৰ্থী তিথি৷ বৃহস্পতিবাৰে পুৱা ১০ বাজি ২ মিনিট পৰ্যন্ত চতুৰ্থী তিথি থাকিব৷ তাৰপাছতেই পুহ মাহৰ কৃষ্ণা পঞ্চমী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ বৈধৃতি যোগ বা বিষকুম্ভ যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে অশ্লেষা নক্ষত্ৰ আৰু তাৰপাছত মঘা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
কৰ্কট ৰাশি
কাইলৈ কোনো বিশেষ জ্ঞানী মানুহৰ সৈতে দেখা হ’ব পাৰে কৰ্কট ৰাশিৰ জাতকৰ৷ সেই ব্যক্তিৰ পৰা বহু কথা শিকিবও পাৰিব আপুনি৷ নিজৰ কামৰ বাবে কাৰ্যালয়ৰ ছিনিয়ৰৰ প্ৰশংসা পাব পাৰে৷ কোনোৱে আপোনাৰ মনোবল ভাঙিবলৈ চেষ্টা কৰিব পাৰে তাত কান নিদিব৷ কাইলৈ আৰ্থিকভাৱে লাভবান হ’ব কৰ্কট ৰাশিৰ জাতক৷ অলপ চেষ্টাতেই বৃহৎ সাফল্য পাব৷
কন্যা ৰাশি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ