• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্মীবাৰে লক্ষ্মীযোগ! সৌভাগ্যৰ গ্ৰাফ আকাশলংঘী হ’ব ৫ৰাশিৰ জাতকৰ, হাতলৈ আহিব ধন

লক্ষ্মীবাৰে লক্ষ্মীযোগ! সৌভাগ্যৰ গ্ৰাফ আকাশলংঘী হ’ব ৫ৰাশিৰ জাতকৰ, হাতলৈ আহিব ধন

2 years ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

3 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

3 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

3 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

4 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

4 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

5 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

5 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

5 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

6 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

6 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

7 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লক্ষ্মীবাৰে লক্ষ্মীযোগ! সৌভাগ্যৰ গ্ৰাফ আকাশলংঘী হ’ব ৫ৰাশিৰ জাতকৰ, হাতলৈ আহিব ধন

editor by editor
March 27, 2024
in জীৱনশৈলী
0
লক্ষ্মীবাৰে লক্ষ্মীযোগ! সৌভাগ্যৰ গ্ৰাফ আকাশলংঘী হ’ব ৫ৰাশিৰ জাতকৰ, হাতলৈ আহিব ধন
0
SHARES
56.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাইলৈ ২৮ মাৰ্চ ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই শুক্ৰৰ ৰাশি তুলাত অৱস্থান কৰিব৷ কাইলৈ বুধ, বৃহস্পতি আৰু চন্দ্ৰ পৰস্পৰৰ পৰা সপ্তম, নৱম আৰু পঞ্চম স্থানত বিৰাজ কৰি ৰাজ যোগ গঠন কৰিব৷ ইয়াৰোপৰি কাইলৈ বৃহস্পতিবাৰে থাকিব লক্ষ্মী যোগ, হৰ্ষণা যোগ আৰু বজ্ৰ যোগ৷ ইয়াৰোপৰি কাইলৈ বৃহস্পতিবাৰে থাকিব প্ৰথমে স্বাতী নক্ষত্ৰ আৰু পিছবেলা বিশাখা নক্ষত্ৰৰ প্ৰভাৱ৷ পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ কৃষ্ণপক্ষৰ তৃতীয়া তিথি৷ জ্যোতিষ অনুসৰি বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ এই দিনটোত শ্ৰী বিষ্ণুৰ আৰাধনা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰিব কেইবাটাও ৰাশিৰ জাতকে৷ জ্যোতিষবিদে জনোৱা অনুসৰি কেইবাটাও শুভ যোগৰ কাৰণে কাইলৈ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে৷ বৃহস্পতিবাৰে জ্যোতিষ গণনা অনুসৰি বিষ্ণুৰ আশীৰ্বাদ লাভ কৰিব ৫ৰাশিৰ জাতকে৷

মেষ ৰাশি
২৮মাৰ্চ ২০২৪ত বিশাখা নক্ষত্ৰৰ প্ৰভাৱত ভাগ্য খুলিব মেষ ৰাশিৰ জাতকৰ৷ কাইলৈ দিনটো আনন্দেৰে পাৰ হ’ব মেষ ৰাশিৰ জাতকৰ৷ হঠাৎ হাতলৈ ধন আহিব পাৰে৷ অৰ্থলাভৰ লগতে সমাজত কাইলৈ আপোনাৰ সন্মান বৃদ্ধি পাব৷ কাইলৈ আপুনি যি কামতেই হাত নিদিয়ক কিয় সফলতা আহিবই৷ আৰ্থিক পৰিস্থিতি কাইলৈ উন্নীত হ’ব৷ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব৷

সিংহ ৰাশি
বৃদ্ধি যোগৰ শুভ ফল কাইলৈ লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ মা লক্ষ্মীৰ কৃপাত আপোনাৰ জীৱনৰ সকলো সংকট দূৰ হ’ব৷ পুৰণা কোনো অসুখৰ পৰা মুক্তি লাভ কৰিব৷ কাইলৈ বিশেষ সাহসৰ পৰিচয় দিব আপুনি৷ নিজৰ সকলো কাম সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ প্ৰয়োজনীয় সময় পৰিয়ালৰ লোককো দিব পাৰিব এই ৰাশিৰ জাতকে৷

কন্যা ৰাশি
লক্ষ্মী যোগৰ প্ৰভাৱত ভাগ্য খুলিব কন্যা ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ পাৰিবাৰিক জীৱনত সুখ আহিব আৰু নিজৰ সকলো বিৰোধীক আপুনি পৰাস্ত কৰিব পাৰিব৷ আপোনাৰ কামেৰেই কাৰ্যালয়ৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ প্ৰশংসাও বুটলিবলৈ সক্ষম হ’ব আপুনি৷ কৰ্মক্ষেত্ৰত অনুকূল পৰিবেশ৷ আইনী যুঁজত কাইলৈ জয়লাভ কৰিব পাৰিব কন্যা ৰাশিৰ জাতকে৷ ব্যৱসায়ত লাভ বাঢ়িব৷

বৃশ্চিক ৰাশি
স্বাতী নক্ষত্ৰৰ প্ৰভাৱত কাইলৈ সৌভাগ্য লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ কাইলৈ সকলো কামতেই সৌভাগ্যই আপোনাক লগ দিব৷ প্ৰচুৰ এনাৰ্জিত কাইলৈ টগবগাই থাকিব আপুনি৷ ইয়াৰ ফলত নিজৰ সকলো কাম সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব৷ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াশুনাত মনোযোগ বাঢ়িব আৰু পৰীক্ষাতো ভাল ফল লাভ কৰিব৷

মকৰ ৰাশি
কাইলৈ কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে মকৰ ৰাশিৰ জাতকে৷ ৰাজযোগৰ শুভ ফল লাভ কৰিব আপুনি৷ হঠাৎ ধনলাভো কৰিব পাৰে৷ দিনটো ব্যস্ততাতে পাৰ হ’লেও সন্ধ্যাবেলা বন্ধুৰ সৈতে আনন্দেৰে সময় কটোৱাৰ সুযোগ আহিব৷ পুৰণা বিনিয়োগৰ পৰা অৰ্থ লাভ হ’ব৷ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24astronomyaxom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamese
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল
জীৱনশৈলী

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

April 6, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

April 6, 2026
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?
জীৱনশৈলী

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

April 6, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
Next Post
চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক

চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক

ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয়? জানি থওক সবিশেষ

ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয়? জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.