• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কন্যা ৰাশিত চন্দ্ৰ, লক্ষ্মীবাৰে লক্ষ্মীলাভৰ যোগ এই ৫ৰাশিৰ ভাগ্যত

কন্যা ৰাশিত চন্দ্ৰ, লক্ষ্মীবাৰে লক্ষ্মীলাভৰ যোগ এই ৫ৰাশিৰ ভাগ্যত

2 years ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

17 minutes ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

53 minutes ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

2 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

3 hours ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

18 hours ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

18 hours ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

19 hours ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

20 hours ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

20 hours ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

21 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

22 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কন্যা ৰাশিত চন্দ্ৰ, লক্ষ্মীবাৰে লক্ষ্মীলাভৰ যোগ এই ৫ৰাশিৰ ভাগ্যত

কন্যা ৰাশিত চন্দ্ৰ, লক্ষ্মীবাৰে লক্ষ্মীলাভৰ যোগ এই ৫ৰাশিৰ ভাগ্যত

editor by editor
September 5, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কন্যা ৰাশিত চন্দ্ৰ, লক্ষ্মীবাৰে লক্ষ্মীলাভৰ যোগ এই ৫ৰাশিৰ ভাগ্যত
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫ ছেপ্টেম্বৰ ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই দিনে নিশাই কন্যা ৰাশিত বিৰাজ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি ভাদ মাহৰ শুক্লপক্ষৰ দ্বিতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি থাকিব শুক্ৰ যোগ আৰু শুভ যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি আজি আছে হস্ত নক্ষত্ৰৰ প্ৰভাৱো৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে লক্ষ্মী আৰু নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

৫ ছেপ্টেম্বৰ ২০২৪ লাভজনক দিন হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ আজি শুক্ল যোগৰ প্ৰভাৱত ব্যৱসায়ত কোনো বৃহৎ চুক্তিত চহী কৰিব পাৰে৷ আৰ্থিক দিশৰ পৰা কাংখিত সাফল্য লাভ কৰিব৷ ব্যৱসায়ত বৃহৎ আৰ্থিক লাভৰ যোগ আছে৷ নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব আপুনি৷ নতুন চাকৰি পোৱাৰো যোগ আছে বৃষ ৰাশিৰ জাতকৰ৷

সিংহ ৰাশি

বুধবাৰে হস্ত নক্ষত্ৰৰ শুভ প্ৰভাৱত মনৰ সকলো ইচ্ছা পূৰণ হ’ব সিংহ ৰাশিৰ জাতকৰ৷ শুক্ল যোগৰ প্ৰভাৱত আজি সকলো কামতে সৌভাগ্যক নিজৰ কাষত পাব আপুনি৷ ইয়াৰ ফলত আজি আপোনাৰ সকলো কামৰ পথত থকা বাধা দূৰ হ’ব৷ কঠিন কামত সহজেই সম্পূৰ্ণ কৰিব পাৰিব সিংহ ৰাশিৰ জাতকৰ৷ বিনিয়োগ কৰাৰ বাবে আজিৰ দিনটো শুভ৷

তুলা ৰাশি

শুভ যোগৰ শুভ প্ৰভাৱত আজি লাভবান হ’ব তুলা ৰাশিৰ জাতকৰ৷ আজি বেছ আৰাম আৰু বিলাসিতা কৰি দিনটো কটাব৷ কামৰ সুত্ৰৰ পৰা বিদেশ যাত্ৰা কৰিব পাৰে৷ আপোনাৰ মনত যি আছে বাহিৰৰ কাৰো আগত প্ৰকাশ নকৰিব৷ আজি ষ্টক মাৰ্কেটত বিনিয়োগ কৰিলে লাভৱান হ’ব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব তুলা ৰাশিৰ জাতকৰ৷

ধনু ৰাশি

শুক্লা যোগৰ শুভ প্ৰভাৱত লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ আজি কৰ্মক্ষেত্ৰত বৃহৎ কোনো সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰিছে৷ আপোনাৰ কৰ্মদক্ষতাই সকলোকে মুগ্ধ কৰিব৷ বিষ্ণুৰ আশীৰ্বাদত আজি নিজৰ সকলো কামেই সহজে সম্পূৰ্ণ কৰিব ধনু ৰাশিৰ জাতকে৷ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত ভাল ফল লাভ কৰিব৷ প্ৰেম জীৱন বেছ মধুৰভাৱে কটাব ধনু ৰাশিৰ জাতকে৷

কুম্ভ ৰাশি

আজিৰ দিনটো হস্ত নক্ষত্ৰৰ শুভ প্ৰভাৱত ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ৷ আজি আপোনাৰ মনত আত্মবিশ্বাস বাঢ়িব৷ নাৰায়ণৰ কৃপাত আজি আয় বহুপৰিমাণে বৃদ্ধি পাব৷ সম্পত্তি সংক্ৰান্তীয় কোনো সমস্যা চলিলে এইবাৰ দূৰ হ’ব৷ কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ দায়িত্ব পাব পাৰে৷ পৰিয়ালত সকলোৱে মিলি কৰোবাত ফুৰিবলৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!
জীৱনশৈলী

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

May 2, 2026
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?
জীৱনশৈলী

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

May 2, 2026
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত
জীৱনশৈলী

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

May 2, 2026
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে
জীৱনশৈলী

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

May 2, 2026
Next Post
আজি শিক্ষক দিৱস, শিক্ষক দিৱসৰ প্ৰাকক্ষণত জানি থওক ৰাধাকৃষ্ণণৰ এইকেইটা মহৎ বাণী

আজি শিক্ষক দিৱস, শিক্ষক দিৱসৰ প্ৰাকক্ষণত জানি থওক ৰাধাকৃষ্ণণৰ এইকেইটা মহৎ বাণী

ইংৰাজীত পানী পুৰীক কি বুলি কোৱা হয়? ৯৯% মানুহৰ হাতত উত্তৰ নাই

ইংৰাজীত পানী পুৰীক কি বুলি কোৱা হয়? ৯৯% মানুহৰ হাতত উত্তৰ নাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.