যেন সুদিনৰ আৰম্ভণি, দেশজুৰি আৰম্ভ ক’ভিডৰ টিকাকৰণ। প্ৰধানমন্ত্ৰী মোদীয়ে শুভাৰম্ভণি কৰা বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানত প্ৰথম পৰ্যায়ত ৩ কোটি চিকিৎসক তথা চিকিৎসাকৰ্মীক অগ্ৰাধিকাৰ। দেশজুৰি ৩ হাজাৰ স্থানত টিকাকৰণ কেন্দ্ৰ, প্ৰতিটো কেন্দ্ৰত ১০০ জনক টিকাকৰণৰ লক্ষ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ