• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নি/ৰ্যা/ত/ন/ৰ গোচৰত শীৰ্ষত BJP, ৰাজ্য হিচাপে আগুৱাই আছে পশ্চিমবংগ

জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নি/ৰ্যা/ত/ন/ৰ গোচৰত শীৰ্ষত BJP, ৰাজ্য হিচাপে আগুৱাই আছে পশ্চিমবংগ

2 years ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

1 hour ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

2 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

2 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

2 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

3 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

4 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

5 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

5 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

6 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

7 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নি/ৰ্যা/ত/ন/ৰ গোচৰত শীৰ্ষত BJP, ৰাজ্য হিচাপে আগুৱাই আছে পশ্চিমবংগ

জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নি/ৰ্যা/ত/ন/ৰ গোচৰত শীৰ্ষত BJP, ৰাজ্য হিচাপে আগুৱাই আছে পশ্চিমবংগ

editor by editor
August 23, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নি/ৰ্যা/ত/ন/ৰ গোচৰত শীৰ্ষত BJP, ৰাজ্য হিচাপে আগুৱাই আছে পশ্চিমবংগ
0
SHARES
138
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই মুহূৰ্তত সমগ্ৰ দেশৰ মুঠ ১৫১ জন জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ গোচৰ আছে৷ ৰাজ্যভিত্তিক  জনপ্ৰতিনিধিসকলৰ তালিকাৰ শীৰ্ষত পশ্চিমবংগ আৰু দলগত হিচাপে শীৰ্ষত বিজেপি৷ এই তথ্য জনা গৈছে যে ADR ৰ ৰিপৰ্টৰ পৰা৷

সম্প্ৰতি দেশৰ বিধায়ক আৰু সাংসদসকলৰ বিৰুদ্ধে থকা নাৰী নিৰ্যাতনৰ গোচৰক লৈ এক ৰিপৰ্ট পেছ কৰিছে ADRয়ে৷ ২০১৯-২০২৪ চন পৰ্যন্ত নিৰ্বাচন কমিছনৰ হাতত জমা হোৱা প্ৰাৰ্থীৰ হলফনামাৰ পৰাই এই তথ্য লাভ কৰিছে ADRয়ে৷ সেই হলফনামাৰ ভিত্তিত এই ৰিপৰ্ট পেছ কৰিছে ADRয়ে৷

বৰ্তমান দেশত ১৩৫ জন জয়ী বিধায়ক আৰু ১৬ জন জয়ী সাংসদৰ বিৰুদ্ধে আছে নাৰী নিৰ্যাতনৰ অভিযোগ আছে৷ দলগত পৰিসংখ্যান অনুযায়ী সমগ্ৰ দেশত সকলোতকৈ বেছি অভিযোগ আছে বিজেপি সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে৷ ৪৪ জয় জয়ী বিজেপি বিধায়ক আৰু ১০ জন জয়ী বিজেপি সাংসদ মিলি মুঠ ৫৪ জনৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ আছে৷ কংগ্ৰেছৰ ২৩ জন জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ আছে৷ টিডিপিৰ ১৭ জন বিধায়কৰ বিৰুদ্ধে এই অভিযোগ আছে৷

আপৰ ১৩ জন বিধায়কে নিজৰ বিৰুদ্ধে থকা নাৰী নিৰ্যাতনৰ অভিযোগৰ কথা জনাইছিল৷ তৃণমূল কংগ্ৰেছৰ ১০ জন বিধায়কৰ বিৰুদ্ধে এই একেই অভিযোগ আছে৷ ৫জন নিৰ্দলীয় বিধায়ক আৰু ১জন নিৰ্দলীয় সাংসদৰ বিৰুদ্ধেও নাৰী নিৰ্যাতনৰ গোচৰ আছে৷ আৰ জে ডিৰ ৪ জন বিধায়ক আৰু ১ জন সাংসদ এই একেই গোচৰত অভিযুক্ত৷ চিপিআইএমৰ এজন জয়ী বিধায়কৰ বিৰুদ্ধে আছে নাৰী নিৰ্যাতনৰ অভিযোগ৷

ৰাজ্যভিত্তিক সমস্ত দলৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগৰ শীৰ্ষত পশ্চিমবংগ৷ পশ্চিমবংগৰ ২৫ জন জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ আছে৷ দ্বিতীয় স্থানত আছে অন্ধ্ৰপ্ৰদেশ৷ অন্ধ্ৰপ্ৰদেশৰ ২১ জন জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ গোচৰ আছে৷ ওড়িশাৰ ১৭জন, দিল্লীৰ ১৩ জন, মহাৰাষ্ট্ৰৰ ১৩ জন, বিহাৰৰ ৯ জন, কৰ্ণাটকৰ ৭জন, ৰাজস্থানৰ ৫জন, মধ্যপ্ৰদেশ, কেৰালা আৰু তেলেঙ্গানাৰ ৫জনকৈ, গুজৰাট, তামিলনাডু আৰু উত্তৰপ্ৰদেশৰ ৪ জন জনপ্ৰতিনিধিৰ বিৰুদ্ধে আছে নাৰী নিৰ্যাতনৰ গোচৰ৷

১৫১ জন জনপ্ৰতিনিধিৰ মাজত ১৪ জন বিধায়ক আৰু ২ সাংসদৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ আছে৷ মধ্যপ্ৰদেশৰ২ জন বিধায়ক, পশ্চিমবংগৰ ১জন বিধায়ক আৰু ১জন সাংসদ, অন্ধ্ৰপ্ৰদেশ, অসম, দিল্লী, গোৱা, গুজৰাট, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, ওড়িশা আৰু তামিলনাডুৰ ১জন বিধায়কৰ বিৰুদ্ধে আছে ধৰ্ষণৰ গোচৰ৷ তেলেংগানাৰ এজন সাংসদৰ বিৰুদ্ধেও ধৰ্ষণৰ গোচৰ আছে৷ বিজেপিৰ ৩ জন বিধায়ক আৰু ২জন সাংসদ, কংগ্ৰেছৰ ৫জন বিধায়ক আৰু আপ, তৃণমূল, AIUDF, ভাৰত আদিবাসী পাৰ্টী, বিজেপি আৰু টিডিপিৰ ১জন কৈ বিধায়কৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
ভাৰতীয় যাত্ৰীক লৈ নেপালৰ নদীত পৰিল উত্তৰপ্ৰদেশৰ বাছ! নি/হ/ত অন্তত ১৪ জন

ভাৰতীয় যাত্ৰীক লৈ নেপালৰ নদীত পৰিল উত্তৰপ্ৰদেশৰ বাছ! নি/হ/ত অন্তত ১৪ জন

জন্মাষ্টমীত বুধৰ উদয়, শ্ৰীকৃষ্ণৰ আশীৰ্বাদত সাফল্যৰ তুংগত ৫ৰাশিৰ জাতক

জন্মাষ্টমীত বুধৰ উদয়, শ্ৰীকৃষ্ণৰ আশীৰ্বাদত সাফল্যৰ তুংগত ৫ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.