• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ ৰে’ল দুৰ্ঘটনা, বাগৰি পৰিল ১৫ টাৰো অধিক ডবা, ২ জন নিহত, ২০ জন গুৰুতৰভাৱে আহত

পুনৰ ৰে’ল দুৰ্ঘটনা, বাগৰি পৰিল ১৫ টাৰো অধিক ডবা, ২ জন নিহত, ২০ জন গুৰুতৰভাৱে আহত

2 years ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

28 minutes ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

2 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

3 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

3 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

4 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

5 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

6 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

6 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

7 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

8 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

8 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুনৰ ৰে’ল দুৰ্ঘটনা, বাগৰি পৰিল ১৫ টাৰো অধিক ডবা, ২ জন নিহত, ২০ জন গুৰুতৰভাৱে আহত

editor by editor
July 30, 2024
in বিবিধ, ভাৰত
0
পুনৰ ৰে’ল দুৰ্ঘটনা, বাগৰি পৰিল ১৫ টাৰো অধিক ডবা, ২ জন নিহত, ২০ জন গুৰুতৰভাৱে আহত
0
SHARES
327
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ ৰে’ল দুৰ্ঘটনা, বাগৰি পৰিল ১৫ টাৰো অধিক ডবা, ২ জন নিহত, ২০ জন গুৰুতৰভাৱে আহত

দেশত সংঘটিত হৈছে আন এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। ঝাৰখণ্ডত হাওৰা-মুম্বাই এক্সপ্ৰেছ ৰেলপথৰ পৰা ওলাই অহাৰ লগ লগে মাল টনা ট্ৰেইনৰ সৈতে সংঘৰ্ষ হয়। যাৰ ফলত প্ৰায় ১৫ টা ডবা ৰে’ল ৰেলপথৰ পৰা বাগৰি পৰে।

এই দুৰ্ঘটনাত বৰ্তমানলৈ দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছে। আহত সকলক ততাতৈয়েকৈ উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আজি ৩০ জুলাই মঙলবাৰে পুৱা প্ৰায় ৪.৪৫ মান বজাত ঝাৰখণ্ডৰ চক্ৰধৰপুৰৰ ৰাজখৰস্ৱান আৰু বদাবাম্বোৰ মাজত সংঘটিত হয় এই ট্ৰেইন দুৰ্ঘটনাটো।

১২৮১০ নং হাওৰা-চি এছ এম টি এক্সপ্ৰেছ ৰে’লখন গৈ থকা অৱস্থাত চক্ৰধৰপুৰ সংমণ্ডলৰ ৰাজখৰস্ৱান পশ্চিম আউটাৰ আৰু বাৰাবাম্বুৰ মাজত চক্ৰধৰপুৰৰ সমীপত ৰেলপথৰ পৰা বাগৰি পৰে।

ৰেলপথৰ পৰা ওলাই অহাৰ পিছত বগীবোৰ কাষৰ ট্ৰেকত থিয় হৈ থকা এখন মাল ট্ৰেইনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে জি আৰ পি আৰু ৰে’লৱেৰ বিষয়াসকলে সেই স্থানত উপস্থিত হয়। ৰে’লৱেৰ চিকিৎসা দলো সেই স্থানলৈ আহি আহতসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে।

আহতসকলক চক্ৰধৰপুৰৰ ৰে’লৱে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। চক্ৰধৰপুৰ ৰে’ল সংমণ্ডলৰ জ্যেষ্ঠ ডিচিএম আদিত্য কুমাৰ চৌধুৰীয়ে এই দুৰ্ঘটনা নিশ্চিত কৰে।

চক্ৰধৰপুৰ ৰেলৱে সংমণ্ডলৰ পৰা ৰিলিফ ট্ৰেইন সেই স্থানত উপস্থিত হৈছে। ঘটনাস্থলীত উপস্থিত থাকে এম্বুলেন্স আৰু আৰক্ষীৰ দল।

দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে চেৰাইকেলাৰ উপাযুক্তও সেই স্থানত উপস্থিত হয়। যাত্ৰীসকলে জনোৱা মতে, টাটানগৰৰ পৰা বদাবাম্বো পাৰ হৈ যোৱাৰ লগে লগে ৰে’লখন হঠাতে তীব্ৰ শব্দৰে ৰেলপথৰ পৰা বাগৰি যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: jharkhandJharkhnad train AccidentRail Linetraintrain accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!
জীৱনশৈলী

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

July 7, 2026
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব
জীৱনশৈলী

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

July 7, 2026
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?
বিনোদন

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

July 7, 2026
Next Post
মৃত্যু উপত্যকাত পৰিণত ৱাইনাড, ৪৫ লৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

মৃত্যু উপত্যকাত পৰিণত ৱাইনাড, ৪৫ লৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

১০ বছৰৰ অন্তত বিৰল সংযোগ, শুক্ৰ আৰু শনি সমসপ্তক ৰাজযোগ, ৩ ৰাশিৰ উজলিব ভাগ্য

১০ বছৰৰ অন্তত বিৰল সংযোগ, শুক্ৰ আৰু শনি সমসপ্তক ৰাজযোগ, ৩ ৰাশিৰ উজলিব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.