• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগষ্টৰ শেষত গ্ৰহৰ মহাসংযোগ! এই ৩ ৰাশিৰ ওপৰত হ’ব ধনৰ বৃষ্টি, কাৰ কাৰ আৰম্ভ হ’ব ভাল সময়?

আগষ্টৰ শেষত গ্ৰহৰ মহাসংযোগ! এই ৩ ৰাশিৰ ওপৰত হ’ব ধনৰ বৃষ্টি, কাৰ কাৰ আৰম্ভ হ’ব ভাল সময়?

7 months ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

35 minutes ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

58 minutes ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

1 hour ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

19 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

21 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

22 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

22 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

22 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

23 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

24 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

1 day ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগষ্টৰ শেষত গ্ৰহৰ মহাসংযোগ! এই ৩ ৰাশিৰ ওপৰত হ’ব ধনৰ বৃষ্টি, কাৰ কাৰ আৰম্ভ হ’ব ভাল সময়?

আগষ্টৰ শেষত গ্ৰহৰ মহাসংযোগ! এই ৩ ৰাশিৰ ওপৰত হ’ব ধনৰ বৃষ্টি, কাৰ কাৰ আৰম্ভ হ’ব ভাল সময়?

editor by editor
August 28, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আগষ্টৰ শেষত গ্ৰহৰ মহাসংযোগ! এই ৩ ৰাশিৰ ওপৰত হ’ব ধনৰ বৃষ্টি, কাৰ কাৰ আৰম্ভ হ’ব ভাল সময়?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰত্যেকটো গ্ৰহই এক নিৰ্দিষ্ট সময়ৰ পাছত নিজৰ ৰাশি পৰিবৰ্তন কৰে, যাৰ ফলত বহু সময়ত আশ্চৰ্যজনক যোগ বা সংযোগ সৃষ্টি হয়৷ একাধিক গ্ৰহই যেতিয়া এক ৰাশিত একত্ৰিত হয় তেতিয়াই শুভ আৰু অশুভ উভয় প্ৰকাৰৰ যোগ গঠিত হয়৷ আসন্ন দিনত সিংহ ৰাশিত একেলগে তিনিটা প্ৰধান গ্ৰহৰ মিলন ঘটিব, যাৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰত পৰিব৷ জানি থওক কোন কোন গ্ৰহৰ মিলন হ’ব আৰু কোন কোন ৰাশিৰ ওপৰত তাৰ কি কি প্ৰভাৱ পৰিব পাৰে?

৩০ আগষ্টত সিংহ ৰাশিত ত্ৰিগ্ৰহী ৰাজযোগ গঠিত হব, যি চলিব ১৫ ছেপ্টেম্বৰ পৰ্যন্ত৷ বৰ্তমান সিংহ ৰাশিত কেতু আৰু সূৰ্যৰ অৱস্থান কৰিছে আৰু ৩০ আগষ্টত বুধেও সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ ফলত ত্ৰিগ্ৰহী ৰাজযোগ সৃষ্টি হব৷ এই বিশেষ যোগৰ ইতিবাচক প্ৰভাৱ পৰিব তিনি ৰাশিৰ ওপৰত৷ এই তিনি ৰাশি কি কি?

মিথুন ৰাশি

ত্ৰিগ্ৰহী ৰাজযোগৰ প্ৰভাৱত মিথুন ৰাশিৰ ওপৰত অত্যন্ত ইতিবাচক হব৷ দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ থকা কামসমূহ সম্পন্ন হব৷ আইন আদালতৰ গোচৰৰ ৰায় আপোনাৰ পক্ষে আহিব পাৰে৷ কৰ্মজীৱন আৰু ব্যৱসায়ত উন্নতিৰ সুযোগ তৈয়াৰ হব৷ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈছে তেওঁলোকে সাফল্য অৰ্জন কৰিব পাৰে৷ সমাজত সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব৷ শাৰীৰিক আৰু মানসিক কষ্টৰ পৰা মুক্তি পাব৷

কৰ্কট ৰাশি

ত্ৰিগ্ৰহী ৰাজযোগে কৰ্কট ৰাশিৰ বাবে শুভ ফল কঢ়িয়াই আনিব৷ চাকৰিত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ মাটি, সম্পত্তি বা গাড়ী ক্ৰয়ৰ সুযোগ আহিব পাৰে৷ নতুন বৱসায় আৰম্ভ  পৰিকল্পনা সফল হব আৰু আপোনাৰ বাবে শুভ ফল দিব৷ আয়ৰ নতুন উৎস তৈয়াৰ হব ফলত আৰ্থিক অৱস্থা আৰু শক্তিশালী হব৷ অবিবাহিতসকলৰ বিবাহ ঠিক হব পাৰে৷

কুম্ভ ৰাশি

ত্ৰিগ্ৰহী ৰাজযোগ কুম্ভ ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব৷ কাম আৰু ব্যৱসায়ত উন্নতি হব৷ সন্তানৰ পক্ষৰ পৰা সুখবৰ আহিব পাৰে৷ যিসকলে সন্তানৰ প্ৰত্যাশা কৰিছে তেওঁলোকৰ সুখৰ সংবাদ পাব পাৰে৷ ভাগ্যৰ সহায়তাত বহুদিনৰ অসম্পূৰ্ণ কাম সম্পন্ন হব৷ ভ্ৰমণৰ সম্ভাৱনা আছে যি লাভজনক হব৷ স্বাস্থ্যৰ উন্নতিও হব৷

সিংহ ৰাশিত গঠিত এই ত্ৰিগ্ৰহী ৰাজযোগ মিথুন, কৰ্কট আৰু কুম্ভ ৰাশিৰ জাতকৰ বাবে বিশেষ আশীৰ্বাদ বহন কৰিছে৷ এই সময়ত জীৱনৰ বিভিন্ন ক্ষেত্ৰত ইতিবাচক পৰিবৰ্তন লক্ষ্য কৰা যাব৷ কৰ্মক্ষেত্ৰত প্ৰমোছন, দৰমহা বৃদ্ধি বা ব্যৱসায়িক সফলতা আহিব পাৰে, আৰু ব্যক্তিগত জীৱনত মান-সন্মান, পৰিয়ালৰ সুখ শান্তি আৰু সম্পৰ্কৰ উন্নতি হব৷

ইয়াৰোপৰি শিক্ষাৰ্থী বা প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে  প্ৰস্তুত হৈ থকাসকলৰ সাফল্য অৰ্জনৰ সম্ভাৱনা আছে৷ ভ্ৰমণ, নতুন প্ৰকল্প বা বিনিয়োগৰ ক্ষেত্ৰত সুফল পাব পাৰে৷ স্বাস্থ্য আৰু মানসিক শান্তিও উন্নতিৰ দিশলৈ যাব৷ এই সময়ত ভাগ্য আপোনাৰ সৈতে থাকিব আৰু পুৰণি অমীমাংসিক কামো সম্পন্ন হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে
জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

March 14, 2026
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
Next Post
ছেপ্টেম্বৰত ১৫ দিন বন্ধ থাকিব বেংক, আগতীয়াকৈয়ে জানি থওক বন্ধৰ দিনৰ সবিশেষ তথ্য

ছেপ্টেম্বৰত ১৫ দিন বন্ধ থাকিব বেংক, আগতীয়াকৈয়ে জানি থওক বন্ধৰ দিনৰ সবিশেষ তথ্য

বন্ধ হৈছে কেছলেছ ট্ৰিটমেণ্ট! বাইপাছৰ পৰা কেমোথেৰাপি, লাখ লাখ টকাৰ লেনদেন কৰিব লাগিব নগদ ধনেৰে, কিন্তু কিয়?

বন্ধ হৈছে কেছলেছ ট্ৰিটমেণ্ট! বাইপাছৰ পৰা কেমোথেৰাপি, লাখ লাখ টকাৰ লেনদেন কৰিব লাগিব নগদ ধনেৰে, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.