• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদেশত নিৰ্মিত ছবিত ১০০% কৰ আৰোপ, আটাইতকৈ বেছি প্ৰভাৱিত হলীউড

বিদেশত নিৰ্মিত ছবিত ১০০% কৰ আৰোপ, আটাইতকৈ বেছি প্ৰভাৱিত হলীউড

11 months ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

11 minutes ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

56 minutes ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

1 hour ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

3 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

3 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

5 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

5 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

6 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

7 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

8 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিদেশত নিৰ্মিত ছবিত ১০০% কৰ আৰোপ, আটাইতকৈ বেছি প্ৰভাৱিত হলীউড

editor by editor
May 5, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
বিদেশত নিৰ্মিত ছবিত ১০০% কৰ আৰোপ, আটাইতকৈ বেছি প্ৰভাৱিত হলীউড
0
SHARES
63
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিদেশত নিৰ্মিত ছবিত ১০০% কৰ আৰোপ, আটাইতকৈ বেছি প্ৰভাৱিত হলীউড

বিদেশত নিৰ্মিত সকলো ছবিৰ ওপৰত ১০০% শুল্ক আৰোপ কৰা হ’ব বুলি ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই তথ্য তেওঁ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত শ্বেয়াৰ কৰিছে।

বাণিজ্য বিভাগ আৰু আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিক তৎকালীনভাৱে এনে শুল্ক আৰম্ভ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে। অৱশ্যে ইয়াক কেনেদৰে কাৰ্যকৰী কৰা হ’ব সেই সন্দৰ্ভত তেওঁ কোনো সবিশেষ প্ৰকাশ কৰা নাই

ট্ৰাম্পে কয় যে, আমেৰিকাৰ চলচ্চিত্ৰ উদ্যোগটো অতি দ্ৰুতগতিত মৃত্যুমুখত পৰিছে। আমাৰ ছবি প্ৰযোজক আৰু ষ্টুডিঅ’ক আমেৰিকাৰ পৰা আঁতৰাই নিবলৈ আন দেশসমূহে সকলো সম্ভাৱ্য প্ৰৰোচনা আগবঢ়াইছে। হলিউড আৰু আমেৰিকা আন বহু অঞ্চল বিধ্বস্ত হৈ পৰিছে।

লগতে ইয়াকো কয় যে, বাণিজ্য বিভাগ আৰু আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিক কৰ্তৃত্ব দিয়া হৈছে, তেওঁলোকে আমেৰিকাত প্ৰৱেশ কৰা বিদেশত নিৰ্মিত সকলো ছবিৰ ওপৰত ১০০% শুল্ক আৰোপ কৰাৰ প্ৰক্ৰিয়াটো তৎক্ষণাত আৰম্ভ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। কেৱল আমেৰিকাত নিৰ্মিত চিনেমা বিচাৰো!

আমেৰিকাৰ পিছতে চীন বিশ্বৰ দ্বিতীয় বৃহত্তম চলচ্চিত্ৰ উদ্যোগ, যদিও শেহতীয়া বছৰবোৰত ঘৰুৱা ছবিয়ে হলিউডৰ ছবিক আগুৰি ধৰিছে। গাৰ্ডিয়ানে প্ৰকাশ কৰা অনুসৰি ট্ৰাম্পে আৰোপ কৰা শুল্ক পশ্চিমীয়া ষ্টুডিঅ’সমূহৰ বাবে – বিশেষকৈ ৱাল্ট ডিজনী কোম্পানী, পেৰামাউণ্ট গ্ল’বেল আৰু ৱাৰ্নাৰ ব্ৰাদাৰ্ছ ডিস্কভাৰী ইনকৰ্পৰেশ্যনৰ বাবে এক বৃহৎ আঘাত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Donald TrumpFilm TaxtaxTrump Government
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক
বাণিজ্য

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

March 28, 2026
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

March 28, 2026
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 28, 2026
Next Post
প্ৰথমে সফল অভিনেত্ৰী, পাছত আই এ এছ হৈ জনসেৱাত কেৰিয়াৰ গঢ়া কোন এই অভিনেত্ৰী ?

প্ৰথমে সফল অভিনেত্ৰী, পাছত আই এ এছ হৈ জনসেৱাত কেৰিয়াৰ গঢ়া কোন এই অভিনেত্ৰী ?

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আজি হ’ব ৱাকফৰ শুনানি, মুছলমানলৈ আহিব পাৰে সুখবৰ

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আজি হ'ব ৱাকফৰ শুনানি, মুছলমানলৈ আহিব পাৰে সুখবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.