• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমে সফল অভিনেত্ৰী, পাছত আই এ এছ হৈ জনসেৱাত কেৰিয়াৰ গঢ়া কোন এই অভিনেত্ৰী ?

প্ৰথমে সফল অভিনেত্ৰী, পাছত আই এ এছ হৈ জনসেৱাত কেৰিয়াৰ গঢ়া কোন এই অভিনেত্ৰী ?

12 months ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

24 minutes ago
নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

46 minutes ago
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

1 hour ago
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

2 hours ago
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

2 hours ago
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

4 hours ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

13 hours ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

13 hours ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

14 hours ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

15 hours ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

15 hours ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

প্ৰথমে সফল অভিনেত্ৰী, পাছত আই এ এছ হৈ জনসেৱাত কেৰিয়াৰ গঢ়া কোন এই অভিনেত্ৰী ?

editor by editor
May 5, 2025
in চিনেমা, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
প্ৰথমে সফল অভিনেত্ৰী, পাছত আই এ এছ হৈ জনসেৱাত কেৰিয়াৰ গঢ়া কোন এই অভিনেত্ৰী ?
0
SHARES
215
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথমে সফল অভিনেত্ৰী, পাছত আই এ এছ হৈ জনসেৱাত কেৰিয়াৰ গঢ়া কোন এই অভিনেত্ৰী ?

অভিনয় কৰি ভালপোৱা সকলৰ জীৱনট এটাই সপোন থাকে চিনেমাত কাম কৰি সফল হোৱা। দৰ্শকৰ হৃদয় জয় কৰি জনপ্ৰিয় হোৱা। পাছে তাৰে মাজতেই এনে কিছুমান লোকো থাকে যিয়ে অভিনয়ৰ লগতে সমানে আগবঢ়াই নিয়ে আন সপোনো।

চলচ্চিত্ৰ জগতৰ কিছুমান তাৰকা আছে যাৰ কাহিনী অতি প্ৰেৰণাদায়ক। ইয়াৰে এগৰাকী দক্ষিণৰ অভিনেত্ৰীও, যাৰ নাম এইচ এছ কীৰ্তনা। শিশু শিল্পী হিচাপে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল কীৰ্তনাই।

ইখনৰ পিছত সিখন হিট ছবি দিছিল এইচ এছ কীৰ্তানাই। কীৰ্তানাৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পাইছিল যে, শিশুৰ চৰিত্ৰ মানেই নাম আহিছিল কীৰ্তানাৰ। চলচ্চিত্ৰ জীৱনৰ সময়ছোৱাত কীৰ্তানাই ৩২ খন ছবি আৰু ৪৮ খন টিভি শ্ব’ত কাম কৰিছিল।

১৫ বছৰ বয়সলৈকে কীৰ্তানাই ছবি আৰু টেলিভিছনৰ জগতখনত নিজৰ প্ৰতিভাৰ যাদু বিয়পাই।

কিন্তু ইমান সফল হোৱাৰ পাছতো কীৰ্তানাই বিদায় লয় চিনেমা জগতৰ পৰা। উদ্যোগটোক বিদায় দিয়াৰ পিছত কীৰ্তানাই পঢ়া-শুনাত মনোনিৱেশ কৰি অৱশেষত ভাৰতৰ সৰ্বোচ্চ প্ৰশাসনিক পৰীক্ষা ইউ পি এছ চি ৰ বাবে প্ৰস্তুতি কৰে।

ইউ পি এছ চি পৰীক্ষাত ক্লিয়াৰ কৰাৰ পূৰ্বে ২০১১ চনত কৰ্ণাটক প্ৰশাসনিক সেৱা (কে এ এছ) পৰীক্ষাত উত্তীৰ্ণ হৈ কীৰ্তিনে কে এ এছ বিষয়া হোৱাৰ সপোন পূৰণ কৰে। কিন্তু, মূল লক্ষ্য তেতিয়াও বাকি।

৫ বাৰৰ প্ৰচেষ্টাৰ অন্তত ২০২০ চনত ষষ্ঠবাৰৰ বাবে সৰ্বভাৰতীয় 167 ৰেং লৈ উত্তীৰ্ণ হয় ইউ পি এছ চি পৰিক্ষাত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actressIASIndian Movie
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

May 4, 2026
নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!
বাণিজ্য

নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

May 4, 2026
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

May 4, 2026
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি
ৰাজনীতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

May 4, 2026
Next Post
দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আজি হ’ব ৱাকফৰ শুনানি, মুছলমানলৈ আহিব পাৰে সুখবৰ

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আজি হ'ব ৱাকফৰ শুনানি, মুছলমানলৈ আহিব পাৰে সুখবৰ

পুত্ৰৰ বিয়া সমাপন কৰি অতিথী থ’বলৈ যাওতেই প্ৰাণ হেৰুৱালে পিতৃয়ে, লগতে আন এজন

পুত্ৰৰ বিয়া সমাপন কৰি অতিথী থ'বলৈ যাওতেই প্ৰাণ হেৰুৱালে পিতৃয়ে, লগতে আন এজন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.