• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪মাহৰ পাছত টোপনি ভাঙিৰ বিষ্ণুৰ, সৌভাগ্য তুংগত থাকিব কোন কোন ৰাশিৰ?

৪মাহৰ পাছত টোপনি ভাঙিৰ বিষ্ণুৰ, সৌভাগ্য তুংগত থাকিব কোন কোন ৰাশিৰ?

1 year ago
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

20 minutes ago
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

56 minutes ago
এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

1 hour ago
ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

2 hours ago
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

2 hours ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

17 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

18 hours ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

19 hours ago
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

19 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

19 hours ago
পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

20 hours ago
কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪মাহৰ পাছত টোপনি ভাঙিৰ বিষ্ণুৰ, সৌভাগ্য তুংগত থাকিব কোন কোন ৰাশিৰ?

৪ মাস পর ঘুম ভাঙবে বিষ্ণুর, সৌভাগ্য তুঙ্গে থাকবে কোন কোন রাশির?

editor by editor
November 11, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৪মাহৰ পাছত টোপনি ভাঙিৰ বিষ্ণুৰ, সৌভাগ্য তুংগত থাকিব কোন কোন ৰাশিৰ?
0
SHARES
11.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১২ নৱেম্বৰ ২০২৪ মঙলবাৰে চন্দ্ৰই দিনে নিশাই মীন ৰাশিত বিৰাজ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ কাতি মাহৰ শুক্লপক্ষৰ একাদশী তিথি৷ এই একাদশীক দেৱ উত্থানী একাদশী বুলি কোৱা হয়৷ শাস্ত্ৰ অনুসৰি কাইলৈ অৱসান ঘটিব চতুৰ্মাহৰ৷ বিষ্ণুৰ টোপনি ভঙাৰ বাবে সকলো শুভ কাম সম্পন্ন হ’ব৷ কাইলৈ বিয়লি ৪ বাজি ৪ মিনিট পৰ্যন্ত একাদশী আছে৷ তাৰপাছতেই কাতি শুক্লা দ্বাদশী৷ এই সময়ত সূৰ্যই তুলা ৰাশিত অৱস্থান কৰিছে৷

জ্যোতিষ গণনা অনুসৰি কাইলৈ বজ্ৰ যোগ আৰু হৰ্ষণা যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ দিনজুৰি প্ৰথমে থাকিব পূৰ্ব ভাদ্ৰপদ আৰু পাছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোনো কোনো ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ ১২ নৱেম্বৰত বজ্ৰ যোগৰ প্ৰভাৱত ভাগ্য খুলিব মিথুন ৰাশিৰ জাতকৰ৷ বজৰংবলীৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ কোনো সম্পত্তিৰ লেনদেন কৰিবলৈ কাইলৈ দিনটো আপোনাৰ বাবে শুভ৷ দাম্পত্য জীৱনত কাইলৈ প্ৰেম বৰ্তি থাকিব৷ প্ৰয়োজনৰ সময়ত জীৱনসংগীক নিজৰ কাষত পাব৷ যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা পাক্কা হ’ব৷

কন্যা ৰাশি

কাইলৈ দেৱউত্থানী একাদশীত সৌভাগ্য লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ প্ৰচুৰ আনন্দ আপুনি লাভ কৰিব পাৰে৷ ঘৰ বা বাহন কিনাৰ দীৰ্ঘদিনীয়া ইচ্ছা থাকিলে কাইলৈ সফল হ’ব পাৰে৷ কেৰিয়াৰত কিছু শুভ পৰিবৰ্তন আহিব পাৰে৷ পৰিশ্ৰম কৰিলে তাৰ শুভ ফল লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কোনো ভাল কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

তুলা ৰাশি

হৰ্ষণা যোগৰ প্ৰভাৱত কাইলৈ ধন লাভ কৰিব পাৰে তুলা ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ কাইলৈ সকলো কামতেই সাফল্য লাভ কৰিব পাৰে৷ পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব পাৰে৷ ইয়াৰ ফলত আপোনাৰ মনত সুখ আৰু শান্তি থাকিব৷ যিসকলে নতুন চাকৰি বিচাৰিছে তেওঁলোকে কোনো সুখবৰ পাব পাৰে৷ কাৰ্যালয়ত আপোনাৰ পৰিস্থিতি ভাল হ’ব৷

মকৰ ৰাশি

কাইলৈ মঙলবাৰে বজৰংবলীৰ আশীৰ্বাদ বৰ্ষিত হ’ব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে৷ কাইলৈ আপোনাৰ ব্যৱহাৰত মাধুৰ্য থাকিব৷ ইয়াৰ ফলত সকলোৰে সৈতে ভাল সম্পৰ্ক থাকিব৷ কৰ্মক্ষেত্ৰত লাভবান হ’ব পাৰে মকৰ ৰাশিৰ জাতকে৷ আৰ্থিকভাৱে লাভৱান হ’ব৷

মীন ৰাশি

কাইলৈ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰপ শুভ প্ৰভাৱ বৰ্তি থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত৷ সামাজিক মিলামিছাৰ বাবে সম্পৰ্ক ভাল হ’ব৷ ইয়াৰ ফলত নিজৰ সকলো অসম্পূৰ্ণ কাম কৰিব পাৰে৷ সকলোৰে সৈতে সুসম্পৰ্ক থাকিব৷ মানসিক চাপ দূৰ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ
জীৱনশৈলী

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

March 26, 2026
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

March 26, 2026
এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে
জীৱনশৈলী

এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

March 26, 2026
ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে
জীৱনশৈলী

ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

March 26, 2026
Next Post
ভুলতো কাৰো পৰা ধাৰে নল’ব এই ৫সামগ্ৰী, জীৱন ছাৰখাৰ হ’ব আপোনাৰ

ভুলতো কাৰো পৰা ধাৰে নল’ব এই ৫সামগ্ৰী, জীৱন ছাৰখাৰ হ’ব আপোনাৰ

সাৱধান, এই ৩ ভিটামিনৰ অভাৱতেই হ’ব পাৰে জটিল ৰোগ

সাৱধান, এই ৩ ভিটামিনৰ অভাৱতেই হ’ব পাৰে জটিল ৰোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.