• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান, এই ৩ ভিটামিনৰ অভাৱতেই হ’ব পাৰে জটিল ৰোগ

সাৱধান, এই ৩ ভিটামিনৰ অভাৱতেই হ’ব পাৰে জটিল ৰোগ

2 years ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

16 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

16 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

17 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

18 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

19 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

19 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

20 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

21 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

21 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

23 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

24 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

সাৱধান, এই ৩ ভিটামিনৰ অভাৱতেই হ’ব পাৰে জটিল ৰোগ

সাৱধান, এই ৩ ভিটামিনৰ অভাৱতেই হ’ব পাৰে জটিল ৰোগ

editor by editor
November 11, 2024
in স্বাস্থ্য
0
সাৱধান, এই ৩ ভিটামিনৰ অভাৱতেই হ’ব পাৰে জটিল ৰোগ
0
SHARES
581
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুস্থ থকাৰ বাবে ভিটামিন অপৰিহাৰ্য৷ ভিটামিনৰ অভাৱে দেহত একাধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ নানা ৰোগৰো সৃষ্টি হ’ব পাৰে৷ কিন্তু কেতিয়াবা ভাৱিছেনে, ভিটামিনৰ অভাৱত শৰীৰত কৰ্কটেও বাঁহ বান্ধিব পাৰে৷ কি ভিটামিনৰ অভাৱত শৰীৰত কৰ্কট ৰোগ হ’ব পাৰে? শৰীৰত কৰ্কটৰ কোষ বৃদ্ধি পোৱাৰ আঁৰত নানান কাৰণ থাকে৷ অস্বাস্থ্যকৰ লাইফ ষ্টাইলৰ পৰা আৰম্ভ কৰি জেনেটিক্স একাধিক কাৰণত কৰ্কট হ’ব পাৰে৷ এই তালিকাত ভিটামিনৰ অভাৱো আছে৷ কিন্তু কি কি ভিটামিনৰ ঘাটি হ’লে কৰ্কট হ’ব পাৰে, জানক সবিশেষ৷

ভিটামিন চি

এছকোৰবিক এছিডৰ আৰু এটা নাম হৈছে ভিটামিন চি৷ এই ভিটামিনৰ মাজত শক্তিশালী এণ্টিঅক্সিডেণ্ট আছে৷ ই ক্ষত নিৰাময়, কোলাজেন গঠন আৰু অক্সিডেটিভ ষ্ট্ৰেছ কমোৱাত সহায় কৰে৷ ভিটামিন চিৰ অভাৱত পেট, হাওঁফাওঁৰ কৰ্কটৰ কোষ বৃদ্ধি হ’ব পাৰে৷

ভিটামিন-এ

ফেট দ্ৰবণীয় ভিটামিন-এ ই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব আৰু চকুৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে৷ ভিটামিন-এ ৰেটিনয়েড নামেৰে পৰিচিত৷ এই ভিটামিনে কোষ গঠন আৰু জিনগত ৰোগ দূৰ কৰাত সহায় কৰে৷ ভিটামিন-এৰ অভাৱত পেট, হাওঁফাওঁ আৰু অন্যান্য অংশত কৰ্কট হোৱাৰ আশংকা বাঢ়ি যায়৷

ভিটামিন-ডি

ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাৰ পৰা আৰম্ভ কৰি হাড় গঠন, কেলছিয়াম মেটাবলিজমৰ বাবে ভিটামিন ডি অপৰিহাৰ্য৷ অথচ, বিশ্বজুৰি সকলোতকৈ বেছি মানুহেই ভিটামিন-ডিৰ ঘাটিত ভোগে৷ পৰ্যাপ্ত ৰ’দ শৰীৰত নলগাৰ বাবেই মূলত ভিটামিন ডিৰ ঘাটি দেখা যায়৷ অন্যহাতে ভিটামিন-ডিৰ অভাৱত ব্ৰেষ্ট, প্ৰষ্টেট আদি অংগ প্ৰত্যংগৰ কৰ্কটৰ আশংকা বাঢ়ে৷

Disclaimer: সচেতনতাৰ উদ্দেশ্যেহে এই প্ৰতিবেদন লিখা হৈছে৷ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!
জীৱনশৈলী

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

October 17, 2026
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?
জীৱনশৈলী

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

October 16, 2026
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী
জীৱনশৈলী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

October 16, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
Next Post
১৫নৱেম্বৰত কুম্ভত মাৰ্গী হ’ব শনি! এই তিনি জাতক জাতিকাৰ জীৱনলৈ আহিব সাফল্য

১৫নৱেম্বৰত কুম্ভত মাৰ্গী হ’ব শনি! এই তিনি জাতক জাতিকাৰ জীৱনলৈ আহিব সাফল্য

কলিযুগতো জীয়াই আছে বজৰংবলী, ক’ত বাস কৰে বজৰংবলীয়ে? জানক ৰহস্য

কলিযুগতো জীয়াই আছে বজৰংবলী, ক’ত বাস কৰে বজৰংবলীয়ে? জানক ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.