• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ কৃষ্ণা অষ্টমীত শিৱ যোগ, বজৰংবলীৰ কৃপাত বিপদ আঁতৰিব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ কৃষ্ণা অষ্টমীত শিৱ যোগ, বজৰংবলীৰ কৃপাত বিপদ আঁতৰিব এই ৫ৰাশিৰ

1 year ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

9 minutes ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

40 minutes ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

2 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

3 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

3 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

4 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

4 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

5 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

6 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

6 hours ago
শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

19 hours ago
ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ কৃষ্ণা অষ্টমীত শিৱ যোগ, বজৰংবলীৰ কৃপাত বিপদ আঁতৰিব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ কৃষ্ণা অষ্টমীত শিৱ যোগ, বজৰংবলীৰ কৃপাত বিপদ আঁতৰিব এই ৫ৰাশিৰ

editor by editor
October 13, 2025
in জীৱনশৈলী
0
কাইলৈৰ ৰাশিফলঃ কৃষ্ণা অষ্টমীত শিৱ যোগ, বজৰংবলীৰ কৃপাত বিপদ আঁতৰিব এই ৫ৰাশিৰ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১৪ অক্টোবৰ ২০২৫ মঙলবাৰে চন্দ্ৰই মিথুন ৰাশি এৰি কৰ্কট ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ আহিনৰ কৃষ্ণা অষ্টমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব শিৱ যোগ আৰু সিদ্ধ যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব পুনৰ্বাসু নক্ষত্ৰ আৰু পুষ্য নক্ষত্ৰৰ প্ৰভাৱো৷ এই সকলো যোগৰ প্রভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

কাইলৈ ১৪ অক্টোবৰ শিৱ যোগৰ প্ৰভাৱত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ৷ বজৰংবলীৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ কোনো সম্পত্তিৰ লেনদেন কৰিব খুজিলে কাইলৈৰ দিনটো আপোনাৰ বাবে শুভ৷ দাম্পত্য জীৱনত কাইলৈ সুখৰ পৰিবেশ থাকিব৷ প্ৰয়োজনত জীৱনসংগীক কাষত পাব বৃষ ৰাশিৰ জাতকে৷ যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা পাক্কা হব পাৰে৷

সিংহ ৰাশি

কাইলৈ সাধ্য যোগৰ শুভ প্ৰভাৱত লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ সকলো ধৰণৰ সুখ আপুনি লাভ কৰিব পাৰে৷ কোনো ঘৰ বা বাহন ক্ৰয়ৰ দীৰ্ঘদিনৰ ইচ্ছা কাইলৈ আপোনাৰ পূৰণ হব পাৰে৷ কাইলৈ পেছাগত জীৱনত কিছু শুভ পৰিবৰ্তন দেখা পাব৷ পেছাগত জীৱনত পৰিশ্ৰম কৰিলে তাৰ শুভ ফল লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ কোনো ভাল কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷
কন্যা ৰাশি
শিৱ যোগৰ প্ৰভাৱত কাইলৈ ধন লাভ কৰিব পাৰে কন্যা ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হব৷ সকলো কামত কাইলৈ প্ৰচুৰ সাফল্য লাভ কৰিব আপুনি৷ পৰিয়ালৰ সৈতে কাইলৈ ভাল সময় কটাব পাৰিব৷ ইয়াৰ ফলত আপোনাৰ মনত শান্তি থাকিব৷ যিসকলে নতুন চাকৰি বিচাৰিছে তেওঁলোকে কাইলৈ কোনো ভাল খবৰ পাব পাৰে৷ সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক থাকিব৷
মকৰ ৰাশি
কাইলৈ কৃষ্ণা অষ্টমীত সৌভাগ্যৰ আশীৰ্বাদ বৰ্ষিত হ’ব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব৷ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে৷ কাইলৈ আপোনাৰ ব্যৱহাৰ কিছু আক্ৰমণাত্মক প্ৰকৃতিৰ হৈ পৰিব পাৰে৷ ইয়াৰ ফলত কাইলৈ কৰ্মক্ষেত্ৰত লাভৱান হব মকৰ ৰাশিৰ জাতক৷ কাইলৈ নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল আপুনি পাব৷ আৰ্থিকভাৱে লাভ পাব৷
মীন ৰাশি

কাইলৈ পুনৰ্বাসু নক্ষত্ৰৰ শুভ প্ৰভাৱ বৰ্তি থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত৷ নিজৰ নেটৱৰ্ক কাইলৈ শক্তিশালী কৰিব পাৰিব আপুনি৷ ইয়াৰ ফলত নিজৰ সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব৷ সকলোৰে সৈতে আপোনাৰ ভাল সম্পৰ্ক থাকিব৷ মানসিক চাপমুক্ত হৈ কাইলৈৰ দিনটো কটাব মীন ৰাশিৰ জাতকে৷ কাইলৈ নিজৰ কোনো লক্ষ্য পূৰণ কৰিব পাৰিব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

October 23, 2026
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!
জীৱনশৈলী

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

October 23, 2026
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ
জীৱনশৈলী

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

October 23, 2026
Next Post
চৰকাৰী চাহ-চিংৰা পাছলে’ থাকক’ #JusticeForZubeenGarg, আলোচনালৈ নাযায় SITয়ে আমন্ত্ৰণ জনোৱা ১৯ জনৰ ১৪ জনেই

চৰকাৰী চাহ-চিংৰা পাছলে’ থাকক’ #JusticeForZubeenGarg, আলোচনালৈ নাযায় SITয়ে আমন্ত্ৰণ জনোৱা ১৯ জনৰ ১৪ জনেই

আগন্তুক মাহত ওলোটা পথত বৃহস্পতি, ভাগ্য খুলিব ৪ ৰাশিৰ, উন্নতিৰ গ্ৰাফে আকাশ চুব আপোনাৰ

আগন্তুক মাহত ওলোটা পথত বৃহস্পতি, ভাগ্য খুলিব ৪ ৰাশিৰ, উন্নতিৰ গ্ৰাফে আকাশ চুব আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.