• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এলনেও ভালপায় ভোজপুৰী গান! কোনে কিয় এলনৰ নামেৰে শ্বেয়াৰ কৰিছিল ‘কমৰিয়া কৰে লপালপ’?

এলনেও ভালপায় ভোজপুৰী গান! কোনে কিয় এলনৰ নামেৰে শ্বেয়াৰ কৰিছিল ‘কমৰিয়া কৰে লপালপ’?

3 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

13 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

15 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

16 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

17 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

17 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

18 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

19 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

20 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

20 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 days ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

2 days ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

এলনেও ভালপায় ভোজপুৰী গান! কোনে কিয় এলনৰ নামেৰে শ্বেয়াৰ কৰিছিল ‘কমৰিয়া কৰে লপালপ’?

editor by editor
November 6, 2022
in বাণিজ্য, বিবিধ, বিশ্ব
0
এলনেও ভালপায় ভোজপুৰী গান! কোনে কিয় এলনৰ নামেৰে শ্বেয়াৰ কৰিছিল ‘কমৰিয়া কৰে লপালপ’?
0
SHARES
235
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এলন মাস্কে টুইটাৰৰ দায়িত্ব লোৱাৰ পাছতেই এইবোৰ কি হ’ব ধৰিছে? পূৰ্বে টেছলাৰ মালিক তথা SPACE-X ৰ CEO হিচাপে চৰ্চাত আছিল এলন৷ কিন্তু টুইটাৰ ক্ৰয় কৰাৰ পাছৰে পৰাই বিশ্বৰ ধনী ব্যক্তিগৰাকীৰ বিষয়ে এটাই কথা টুইটাৰৰ সালসলনি৷ টুইটাৰত যিহকে মন যায় তাকেই কৰিবলৈ আৰম্ভ কৰিছে এলনে! সালসলনি ঠিকেই আছে কিন্তু এইবাৰ ভোজপুৰী গান শুনাতহে মনোনিৱেশ কিয় কৰিছে এলনে? শুনাই নহয়, টুইটাৰত পাব্লিচিটিও দিছে ভোজপুৰী গানৰ৷

ভোজপুৰী গান, ‘কমৰিয়া কৰে লপালপ’ এই গানটো লিখি টুইট কৰিছে এলনে৷ বহুতেই হাঁহিৰ ইমজি দি এলনৰ এই পষ্টটো শ্বেয়াৰ কৰাৰ বিপৰীতে একাংশই কয় যে এলনে স্ফুৰ্তিত ক’ব নোৱাৰা হৈ এই কাৰ্যকলাপ কৰি আছে? অৱশ্যে এই পষ্ট শ্বেয়াৰ কৰা একাউণ্টটো চাচপেণ্ড একাউণ্ট বুলি কৈছে এলনে৷ কিয়নো এই একাউণ্টটো এলনৰ নহয়৷ প্ৰকৃততে এই একাউণ্টটো এলনৰ নহয়৷ মাস্কে লিখা ধৰণেই সকলো পষ্ট এই একাউণ্টটোৰ পৰা শ্বেয়াৰ কৰা হৈছিল৷ ইয়াৰোপৰি এই একাউণ্টত ব্লু টিকো আছিল৷ এই একাউণ্ট কিন্তু এলনৰ নাছিল৷ এলনৰ একাউণ্টৰ পৰা এনে কোনো পষ্ট শ্বেয়াৰেই হোৱা নাই৷ তাৰ বিপৰীতে এলনৰ নাম লৈ এই দুষ্টচক্ৰই এনে কাৰ্যকলাপ চলাইছিল যাৰ বাবে একাউন্টটো ব্লক কৰি দিছে টুইটাৰ কৰ্তৃপক্ষই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
Next Post
ক্ৰিকেটৰ ইতিহাসত নাম সন্নিবিষ্ট সূৰ্যকুমাৰৰ! টি-২০ত এই ৰেকৰ্ড গঢ়া প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত সূৰ্যকুমাৰ…

ক্ৰিকেটৰ ইতিহাসত নাম সন্নিবিষ্ট সূৰ্যকুমাৰৰ! টি-২০ত এই ৰেকৰ্ড গঢ়া প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত সূৰ্যকুমাৰ...

ৰান কৰিবলৈ গৈ বুকু বিষত ৰৈ গ’ল বিৰাট! বিৰাটক অসুস্থ দেখি ক্ৰিকেট অনুৰাগীৰো বাঢ়ি গ’ল হৃদকম্পন…

ৰান কৰিবলৈ গৈ বুকু বিষত ৰৈ গ’ল বিৰাট! বিৰাটক অসুস্থ দেখি ক্ৰিকেট অনুৰাগীৰো বাঢ়ি গ’ল হৃদকম্পন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.