• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ষ্টাৰবাক্সৰ একাপ কফি ইকুৱেল টুইটাৰৰ ব্লু-টিক! টুইটাৰত বিশেষ ফটোৰে কি বুজাইছে এলন মাস্কে?

ষ্টাৰবাক্সৰ একাপ কফি ইকুৱেল টুইটাৰৰ ব্লু-টিক! টুইটাৰত বিশেষ ফটোৰে কি বুজাইছে এলন মাস্কে?

4 years ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

45 minutes ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

4 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

4 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

5 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

6 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

6 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

7 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

19 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

19 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

19 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

20 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

ষ্টাৰবাক্সৰ একাপ কফি ইকুৱেল টুইটাৰৰ ব্লু-টিক! টুইটাৰত বিশেষ ফটোৰে কি বুজাইছে এলন মাস্কে?

editor by editor
November 3, 2022
in বাণিজ্য, বিশ্ব
0
ষ্টাৰবাক্সৰ একাপ কফি ইকুৱেল টুইটাৰৰ ব্লু-টিক! টুইটাৰত বিশেষ ফটোৰে কি বুজাইছে এলন মাস্কে?
0
SHARES
660
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পাছতেই আনিছে এটাৰ পাছত আনটো পৰিবৰ্তন। চলিত বৰ্ষৰেই এপ্ৰিল মাহত ৪ হাজাৰ ৪০০ কোটি ডলাৰত টুইটাৰ ক্ৰয় কৰিছিল মাস্কে৷ কিন্তু বিগত সপ্তাহৰ বৃহস্পতিবাৰেহে টুইটাৰ সম্পূৰ্ণৰূপে অধিগ্ৰহণ কৰিছে এলনে। এলনে দায়িত্ব লোৱাৰ পিছতেই বহুকেইটা সাল-সলনি কৰাৰ লগতে শেহতীয়াকৈ ব্লু টিকক লৈ চৰ্চা চলিছে সমগ্ৰতে। টুইটাৰ একাউণ্টত ব্লু টিক পাবৰ বাবে এতিয়াৰে পৰা দিব লাগিব মাহিলী মাছুল। ব্লু টিক লাভৰ বাবে ৩০ দিনত দিব লাগিব ৮ ডলাৰ। অৰ্থাৎ ভাৰতীয় টকাত এই ধন হ’ব ৬৬৩.৩৬ টকা।

এই বাৰ্তা টুইটযোগে শ্বেয়াৰ কৰিছে এলন মাস্কে। তেওঁ শ্বেয়াৰ কৰা বিশেষ ফটোখনত বহুতেই হাঁহিৰ খোৰাক পাইছে যদিও ফটোখনৰ জৰিয়তে তেওঁ বুজাব বিচাৰিছে অন্য এক কথাহে। ফটোখনত আছে টুইটাৰৰ ব্লু টিক আৰু ষ্টাৰবাক্সৰ একাপ কফি। ষ্টাৰবাক্সৰ কফি কাপৰ কাষতো লিখা আছে ৮ডলাৰ আৰু সময় ৩০ মিনিট। অৰ্থাৎ একাপ কফি খাবলৈ সৰ্বাধিক সময় লাগে ৩০ মিনিট আৰু এই ৩০ মিনিটৰ বাবেই আমি খৰছ কৰো ৮ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত ৬৬৩.৩৬ টকা। আনহাতে ব্লুটিকৰ কাষতো লিখা আছে ৩০ দিন আৰু ৮ ডলাৰ। অৰ্থাৎ ব্লু-টিকৰ বাবে ৩০ দিনত দিব লাগিব ৮ ডলাৰ ধন।

উল্লেখ্য যে টুইটাৰৰ নতুন স্বত্বাধিকাৰী মাস্কে ফটোখনেৰে বুজাব বিচাৰিছে যে আমাৰ প্ৰায়সংখ্যক লোকেই একাপ কফিৰ বাবেই ৮ ডলাৰ দিবলৈ চিন্তিত নহয় কিন্তু টুইটাৰৰ ব্লু টিক ল’বলৈ ৮ ডলাৰ দিয়াতহে আপত্তি কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি
বিশ্ব

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

July 13, 2026
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!
বিনোদন

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

July 13, 2026
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা
বিশ্ব

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

July 13, 2026
Next Post
চেম্পু ব্যৱহাৰ কৰোতে সাৱধান! এইকেইবিধ চেম্পুৱেই কৰ্কটৰ কাৰক…

চেম্পু ব্যৱহাৰ কৰোতে সাৱধান! এইকেইবিধ চেম্পুৱেই কৰ্কটৰ কাৰক...

সৰ্বা ডাঙৰীয়া এয়া কি হৈছে? ‘বন্ধু’ ৰ প্ৰিমিয়াৰ শ্ব’ত বিকৃত জাতীয় সংগীত শুনি নেটিজেনে সুধিছে…

সৰ্বা ডাঙৰীয়া এয়া কি হৈছে? 'বন্ধু’ ৰ প্ৰিমিয়াৰ শ্ব’ত বিকৃত জাতীয় সংগীত শুনি নেটিজেনে সুধিছে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.