• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মছজিদৰ শৌচাগাৰৰ বাবে খান্দি থোৱা গাঁতত পৰি কৰুণ মৃত্যু দুই কনমানিৰ

মছজিদৰ শৌচাগাৰৰ বাবে খান্দি থোৱা গাঁতত পৰি কৰুণ মৃত্যু দুই কনমানিৰ

2 years ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

2 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

2 hours ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

2 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

3 hours ago
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

3 hours ago
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

4 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

5 hours ago
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

7 hours ago
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

8 hours ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মছজিদৰ শৌচাগাৰৰ বাবে খান্দি থোৱা গাঁতত পৰি কৰুণ মৃত্যু দুই কনমানিৰ

editor by editor
May 31, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
মছজিদৰ শৌচাগাৰৰ বাবে খান্দি থোৱা গাঁতত পৰি কৰুণ মৃত্যু দুই কনমানিৰ
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মছজিদৰ শৌচাগাৰৰ বাবে খান্দি থোৱা গাঁতত পৰি কৰুণ মৃত্যু দুই কনমানিৰ

বৰপেটাত সংঘটিত হৈছে এক অতিকে কৰুণ ঘটনা। দুই কনমানিৰ অকাল মৃত্যুৱে শোকৰ বন্যা বোৱাইছে বৰপেটাৰ বালাভিঠাত। শৌচাগাৰৰ গাঁতত পৰি মৃত্যু হয় দুই কনমানি শিশুৰ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি , বালাভিঠাৰ এটা মছজিদত কালি সন্ধিয়া খেলি আছিল দুই কনমানি। খেলি থাকোতেই হঠাৎ নিখোজ হয় শিশু দুটি। বহু বিচাৰ খোচাৰ কৰিয়ো কতো কোনো সন্ধান নাপাই অভিভাৱকে।

নিশাৰ ভাগলৈহে ঘৰৰ ওচৰৰে কোনো লোকে মছজিদৰ পাছফালে যাওঁতে তাত থকা নতুনকৈ খন্দা শৌচাগাৰৰ গাঁতৰ কাষত প্ৰত্যক্ষ কৰে দুয়োৰ চেণ্ডেল। কাষ চাপি গৈ দেখে গাঁতটোৰ ভিতৰত পানীত উপঙি আছে শিশু দুটিৰ নিথৰ দেহ।

লগে লগে হুৱাদুৱা লাগি যায় চাৰিওফালে। বহু লোকে ভৰি পৰি ঘটনাস্থলী। গাঁতটো নতুনকৈ খন্দা আছিল যদিও বেয়া বতৰৰ বাবে হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে পানীৰে ভৰি পৰিছিল গাঁতটো।

যাৰ বাবে সেই পানীতেই পৰি মৃত্যু হয় দুয়োটি শিশুৰ। পাছত স্থানীয় লোকে গাঁতটোৰ পৰা উদ্ধাৰ কৰে শিশু দুটিৰ নিথৰ দেহ। শিশু দুটি আব্দুল হাবিব আৰু আব্দুল হক। দুয়োৰে বয়স ক্ৰমে ৫ আৰু ৬ বছৰ।

শিশু দুটিৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে নিশাই ঘটনাস্থলীত বালাভিঠা আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা ৰাইজৰ হাতৰ পৰা চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ  প্ৰেৰণ কৰে। আনহাতে কনমানি শিশু দুয়োটিৰ মৃত্যুত শোকে আবৰি ধৰিছে দুয়োখন ঘৰৰ লগতে সমগ্ৰ অঞ্চল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamBalavithaBorpetaBorpeta Policechild died
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা
ভাৰত

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

September 8, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

September 8, 2026
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ
বিনোদন

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

September 8, 2026
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!
অসম

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

September 7, 2026
Next Post
প্ৰেম মানি নোলোৱাৰ বাবেই বেলতলাত যুৱকে ছুৰীৰে আক্ৰমণ কৰিলে যুৱতীক, হাস্পতালত ভৰ্তি

প্ৰেম মানি নোলোৱাৰ বাবেই বেলতলাত যুৱকে ছুৰীৰে আক্ৰমণ কৰিলে যুৱতীক, হাস্পতালত ভৰ্তি

তালাচী চলাওতে আচৰিত হৈ পৰে অধিকাৰী, এয়াৰ হোষ্টেছে গোপন অংগত কৌশলেৰে লুকুৱাই আনিছিল ১ কেজি সোণ

তালাচী চলাওতে আচৰিত হৈ পৰে অধিকাৰী, এয়াৰ হোষ্টেছে গোপন অংগত কৌশলেৰে লুকুৱাই আনিছিল ১ কেজি সোণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.