• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰত পুৰণি ২টকীয়া মুদ্ৰা আছে? নিশাৰ ভিতৰতেই হাতলৈ আহিব ৫লাখ! কেনেকৈ লাভ কৰিব ধন?

ঘৰত পুৰণি ২টকীয়া মুদ্ৰা আছে? নিশাৰ ভিতৰতেই হাতলৈ আহিব ৫লাখ! কেনেকৈ লাভ কৰিব ধন?

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

9 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

10 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

10 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

11 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

11 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

12 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

14 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

14 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

15 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

ঘৰত পুৰণি ২টকীয়া মুদ্ৰা আছে? নিশাৰ ভিতৰতেই হাতলৈ আহিব ৫লাখ! কেনেকৈ লাভ কৰিব ধন?

ঘৰত পুৰণি ২টকীয়া মুদ্ৰা আছে? নিশাৰ ভিতৰতেই হাতলৈ আহিব ৫লাখ! কেনেকৈ লাভ কৰিব ধন?

editor by editor
November 14, 2024
in বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ঘৰত পুৰণি ২টকীয়া মুদ্ৰা আছে? নিশাৰ ভিতৰতেই হাতলৈ আহিব ৫লাখ! কেনেকৈ লাভ কৰিব ধন?
0
SHARES
279
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিছু সামগ্ৰী পুৰণি হোৱাৰ লগে লগেই তাৰ মূল্য বৃদ্ধি পায়৷ মুদ্ৰাৰ ক্ষেত্ৰতো একেই কথা৷ যিহেতু পুৰণি কয়েন বা খুচুৰা পইছা পুৰণি হ’লেও ক্ষয় নাযায়, সেয়ে এই মুদ্ৰাৰ মূল্য সময়ৰ সৈতে বাঢ়ি গৈ আছে৷ মুদ্ৰাটোৰ মূল্যতকৈ বেছি মূল্যত বিক্ৰি হৈছে তেনে পুৰণি মুদ্ৰা৷ অৱশ্যে সকলো মুদ্ৰাৰ ক্ষেত্ৰতেই এয়া প্ৰযোজ্য নহয়৷ এয়া কেৱল বিৰল মুদ্ৰাৰ সৈতেহে ঘটে৷ আপোনাৰ হাতত ২টকীয়া মুদ্ৰা থাকিলেও আপুনি পাব পাৰে ৫লাখ টকা৷

ইণ্টাৰনেটত দ্ৰুত অৰ্থ উপাৰ্জনৰ কেইবাটাও উপায় আছে৷ এয়াও তেনে এক উপায়৷ নেটৰ মাধ্যমেৰে বিশ্বৰ যি কোনো পণ্য বিক্ৰি কৰাৰ সুযোগ আছে৷ ইয়াৰ সৈতে বিশ্বৰ কিছু লোকৰ পুৰণি মুদ্ৰা বা কাৰেন্সি বা নোট সংগ্ৰহ কৰাটো চখ৷ ইয়াক কোৱা হয় মুদ্ৰাবিদ্যা৷ যাৰ এই চখ আছে তেওঁলোকে যিকোনো মূল্যৰ দুৰ্লভ মুদ্ৰা কিনিবলৈ দ্বিধাবোধ নাৰাখে৷

যাৰ হাতত পুৰণি মুদ্ৰা আছে তেওঁলোকে ইণ্টাৰনেটত সেই মুদ্ৰা বিক্ৰি কৰিব পাৰে৷ ইয়াৰপৰাই লাখ লাখ টকা আয় হৈছে৷ আপোনাৰ যদি এনে পুৰণি মুদ্ৰা আছে তেন্তে আপুনিও সেই মুদ্ৰাসমূহ বিক্ৰি কৰিব পাৰে৷ ভাৰতীয় জাতীয় পতাকা থকা ১৯৯৪ৰ এই ২টকীয়া মুদ্ৰা আছে যদি এতিয়াই আপুনি ৫লাখৰ গৰাকী হ’ব পাৰিব৷  www.quikr.com-ত গৈ পুৰণি এই মুদ্ৰা আপুনি বিক্ৰি কৰিব পাৰে৷ ইয়াৰবাবে আপুনি প্ৰথমে এই চাইটত লগ ইন কৰিব লাগিব৷

লগ ইন কৰাৰ পাছত পোষ্ট ফ্ৰি এডত ক্লিক কৰক৷ আপোনাৰ হাতত থকা মুদ্ৰাটোৰ ছবি আপলোড কৰক৷ তাৰপাছত আপোনাক মুল্য নিৰ্ধাৰণ কৰিবলৈ ক’ব৷ আৰু প’ষ্টটোত আপুনি ক’ব লাগিব যে আপুনি কিমান দামত এই মুদ্ৰা বিক্ৰি কৰিব খোজে৷ ইয়াৰোপৰি আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল আই ডিও দিব লাগিব৷ লগতে সেই মুদ্ৰাৰ বিশেষত্ব কি সেয়া সংক্ষেপে বাখ্যা কৰা উচিত৷ যিয়ে আপোনাৰ প’ষ্টটো চাব তেওঁ যদি মুদ্ৰাটো পছন্দ কৰে তেন্তে আপোনাক সেই ব্যক্তিয়ে মেছেজ কৰিব বা আপোনাক মেইল কৰিব৷ তাৰপাছতেই আপুনি টকা লৈ সেই বিশেষ মুদ্ৰাটো কিনিব খোজা ব্যক্তিলৈ পঠিয়াব পাৰে৷ বিশ্বৰ যিকোনো প্ৰান্ততেই আপুনি সেই মুদ্ৰা বিক্ৰি কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

১ বছৰৰ বাবে ফিক্সড ডিপজিটত আকৰ্ষণীয় সুদ দিছে PNBয়ে, জানি থওক সবিশেষ

১ বছৰৰ বাবে ফিক্সড ডিপজিটত আকৰ্ষণীয় সুদ দিছে PNBয়ে, জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.