• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুম্বন কাণ্ডৰ পাছতেই এইবাৰ আকৌ বিতৰ্কত উদিত নাৰায়ণ, প্ৰথমা পত্নীয়ে উদিত নাৰায়ণৰ বিৰুদ্ধে তৰিছে গোচৰ, আঁৰত কি কাৰণ?

চুম্বন কাণ্ডৰ পাছতেই এইবাৰ আকৌ বিতৰ্কত উদিত নাৰায়ণ, প্ৰথমা পত্নীয়ে উদিত নাৰায়ণৰ বিৰুদ্ধে তৰিছে গোচৰ, আঁৰত কি কাৰণ?

1 year ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

22 minutes ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

1 hour ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

3 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

3 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

4 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

13 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

14 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

14 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

14 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

15 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

15 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চুম্বন কাণ্ডৰ পাছতেই এইবাৰ আকৌ বিতৰ্কত উদিত নাৰায়ণ, প্ৰথমা পত্নীয়ে উদিত নাৰায়ণৰ বিৰুদ্ধে তৰিছে গোচৰ, আঁৰত কি কাৰণ?

চুম্বন কাণ্ডৰ পাছতেই এইবাৰ আকৌ বিতৰ্কত উদিত নাৰায়ণ, প্ৰথমা পত্নীয়ে উদিত নাৰায়ণৰ বিৰুদ্ধে তৰিছে গোচৰ, আঁৰত কি কাৰণ?

editor by editor
February 24, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
চুম্বন কাণ্ডৰ পাছতেই এইবাৰ আকৌ বিতৰ্কত উদিত নাৰায়ণ, প্ৰথমা পত্নীয়ে উদিত নাৰায়ণৰ বিৰুদ্ধে তৰিছে গোচৰ, আঁৰত কি কাৰণ?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গানৰ শ্ব’ত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত হৈ তৰুণীত ওঁঠত ওঁঠ থোৱাৰ ভিডিঅ’ ভাইৰেল হৈছিল৷ সৃষ্টি হৈছিল বিতৰ্ক৷ চুমাকাণ্ডক লৈ সামাজিক মাধ্যমত তীব্ৰ সমালোচনাও হৈছিল উদিত নাৰায়ণৰ৷ সেই বিতৰ্ক কিছু পৰিমানে কমাৰ সময়তেই এইবাৰ আইনী বিপাকত সোমাই পৰিছে উদিত নাৰায়ণ৷ এইবাৰ তেওঁৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে তেওঁৰ প্ৰথমা প্ৰথমী পত্নী ৰঞ্জনা ঝাই৷

ৰঞ্জনা ঝাৰ অভিযোগ যে তেওঁক সম্পত্তিৰ পৰা বঞ্চিত কৰা হৈছে৷ প্ৰথমা স্ত্ৰীৰ অভিযোগৰ ভিত্তিত বিগত ২১ ফেব্ৰুৱাৰীত বিহাৰৰ সুপৌল পাৰিবাৰিক আদালতত হাজিৰ হৈছিল উদিত নাৰায়ণ৷ তেওঁ এই অভিযোগৰ মীমাংসাৰ পৰিবৰ্তে ৰঞ্জনাৰ বিৰুদ্ধে ওলোটাই অভিযোগ আনিছিল৷ গায়কৰ দাবী, ৰঞ্জনাই তেওঁ পৰা টকা ওলিওৱাৰ ধান্দা কৰিছে৷ এই গোচৰৰ পূৰ্বেও অৱশ্যে বিতৰ্কত সোমাইছে উদিত নাৰায়ণ৷ বিহাৰৰ মহিলা কমিছনতো উদিত নাৰায়ণৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল৷ তেতিয়া সেই গোচৰৰ নিষ্পতি হৈ যায়৷ কাৰণ তাত দুই পক্ষই মীমাংসা কৰি লৈছিল৷

সেই গোচৰৰ পৰা জনা যায় যে প্ৰথমা স্ত্ৰী ৰঞ্জনা ঝাক পূৰ্বে প্ৰতি মাহে ১৫ হাজাৰ টকাকৈ পঠিয়াই আহিছিল উদিত নাৰায়ণে৷ ২০২১ চনত সেই অংক বাঢ়ি হয় ২৫ হাজাৰ৷ ইয়াৰোপৰি প্ৰথমা স্ত্ৰীক খেতিবাতিৰ বাবে এটুকুৰা মাটিও দিছিল উদিত নাৰায়ণে৷ ইয়াৰ সৈতে দিছিল ১ কোটি টকাৰ এটা ঘৰ আৰু ২৫ লাখ টকাৰ গহনা৷ এইসমূহ কথা জানিছিল মহিলা কমিছনেও৷ কিন্তু সেই গহনা পাছলৈ নিজেই বিক্ৰি কৰি দিয়ে ৰঞ্জনা ঝাই৷

ইফালে ৰঞ্জনা ঝাই তেওঁৰ অধিবক্তাৰ জৰিয়তে জনাইছে যে তেঁও তেওঁৰ বাকী থকা জীৱন উদিত নাৰায়ণৰ সৈতে কটাব খোজে৷ বাৰ্ধক্য আৰু শাৰীৰিক অসুস্থতাৰ কাৰণেই এই ইচ্ছা প্ৰকাশ কৰিছে তেওঁ৷ ইফালে আদালতৰ বাহিৰত সংবাদ মাধ্যমৰ ওচৰত ৰঞ্জনাৰ অভিযোগ তেওঁৰ গায়ক স্বামীয়ে তেওঁক উপেক্ষা কৰিছে আনকি তেওঁৰ মাটি বিক্ৰিৰ ধন ১৮ লাখ টকা নিজৰ হাতত ৰাখিছে৷ ইয়াতেই শেষ নহয়, ৰঞ্জনাৰ অভিযোগ যে তেওঁ মুম্বাইলৈ গ’লে তেওঁ পিছত দুষ্কৃতিকাৰীও লগাই দিয়ে উদিত নাৰায়ণে৷

উল্লেখ্য যে ১৯৮৫ চনত দীপা গহত্ৰাজক বিয়া কৰাইছিল উদিত নাৰায়ণে৷ তেওঁৱো এগৰাকী গায়িকা৷ দীপা নেপালৰ কন্যা৷ তেওঁ মুম্বাইলৈ আহিছিল গায়িকা হ’বৰ বাবে৷ সেই সূত্ৰে আলাপ হয় উদিত নাৰায়ণৰ সৈতে৷ বিবাহৰ পৰবৰ্তী সময়ত তেওঁলোকৰ এদি সন্তানো জন্ম হয়৷ যাৰ নাম আদিত্য নাৰায়ণ৷ তেঁও বৰ্তমান বলীউডৰ সুপ্ৰতিষ্ঠিত গায়ক আৰু সঞ্চালক৷ ইয়াতেই প্ৰশ্ন হয় দীপাৰ সৈতে বিবাহৰ পূৰ্বেই ৰঞ্জনাক বিয়া কৰাইছিল নেকি উদিত নাৰায়ণে?

এই বিষয়ত ৰঞ্জনাৰ দাবী যে মুম্বাইলৈ অহাৰ পূৰ্বে প্ৰতিষ্ঠিত হোৱাৰ আগতেই বিবাহত বহিছিল উদিত নাৰায়ণ৷ ১৯৮৪ চনত তেওঁলোকৰ বিয়া হৈছিল৷ মুম্বাইলৈ আহি তেওঁক পাহৰি আকৌ দ্বিতীয় বিবাহ কৰায় উদিত নাৰায়ণে৷ ৰঞ্জনাৰ দাবী, উদিত নাৰায়ণে তেওঁক ডিভোৰ্ছো দিয়া নাই৷ আনকি দ্বিতীয় বিবাহৰ কথাও জনোৱা নাছিল৷ আৰু ৰঞ্জনাক আত্মহত্যাৰ ভাবুকি দি মুখ বন্ধ ৰাখিবলৈ কৈছিল৷ শেষত ২০০৬ চনত প্ৰথমবাৰ উদিত নাৰায়ণৰ সৈতে তেওঁৰ বিবাহৰ বিষয়টো সকলোৰে সন্মুখলৈ আনে ৰঞ্জনাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!
জীৱনশৈলী

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

March 31, 2026
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!
জীৱনশৈলী

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

March 31, 2026
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ
বাণিজ্য

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

March 31, 2026
Next Post
আধাৰ কাৰ্ডত কিমান বাৰ সলনি কৰিব পাৰে নাম, নম্বৰ, ঠিকনা ?

আধাৰ কাৰ্ডত কিমান বাৰ সলনি কৰিব পাৰে নাম, নম্বৰ, ঠিকনা ?

দুখন খেলত জয়ৰ পিছতো ছেমি ফাইনেলত স্থান নিশ্চিত নহয় ভাৰতৰ, আনহাতে আয়োজক দেশ টুৰ্নামেণ্টৰ পৰা বাহিৰ

দুখন খেলত জয়ৰ পিছতো ছেমি ফাইনেলত স্থান নিশ্চিত নহয় ভাৰতৰ, আনহাতে আয়োজক দেশ টুৰ্নামেণ্টৰ পৰা বাহিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.