• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধ অৱশ্যম্ভাৱী! : ৰাছিয়াক প্ৰত্যাক্ৰমণ কৰিবলৈ সাজু নে ইউক্ৰেইন?

যুদ্ধ অৱশ্যম্ভাৱী! : ৰাছিয়াক প্ৰত্যাক্ৰমণ কৰিবলৈ সাজু নে ইউক্ৰেইন?

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

5 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

6 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

6 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

7 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

7 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

8 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

10 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

11 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

11 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

যুদ্ধ অৱশ্যম্ভাৱী! : ৰাছিয়াক প্ৰত্যাক্ৰমণ কৰিবলৈ সাজু নে ইউক্ৰেইন?

editor by editor
February 5, 2022
in অসম, বিশ্ব, ৰাজনীতি
0
যুদ্ধ অৱশ্যম্ভাৱী! : ৰাছিয়াক প্ৰত্যাক্ৰমণ কৰিবলৈ সাজু নে ইউক্ৰেইন?
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এতিয়াও শাম কটা নাই দুই সীমান্তৱৰ্তী চিৰ বৈৰী ৰাষ্ট্ৰ ৰাছিয়া আৰু ইউক্ৰেইন মাজৰ যুদ্ধসৃদশ পৰিস্থিতিৰ৷

এতিয়াও আগ্ৰাসী ৰছিয়াৰ আক্ৰমণৰ শংকাই আতংকিত কৰি ৰাখিছে ইউৰোপীয়ান ৰাষ্ট্ৰ ইউক্ৰেইনক৷

সীমান্তৱৰ্তী চিৰ বৈৰী ৰাষ্ট্ৰদুখনৰ মাজৰ যুদ্ধসৃদশ উত্তেজনাৰ মাজতে ৰাছিয়াৰ সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰাৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লোদিমিৰ জেলেনস্কিয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনৰ সৈতে আলোচনাত মিলিত হৈছে৷

এই উত্তেজনাৰ মাজতে ৰাছিয়াই আক্ৰমণ কৰিলে যিকোনো প্ৰকাৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও ঘোষণা কৰিছে ইউক্ৰেইনে৷

আক্ৰমণ কৰিলে ৰাছিয়াক প্ৰত্যাক্ৰমণ কৰিবলৈ আমেৰিকাই ইউক্ৰেইনক প্ৰয়োজনীয় সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে৷ আনকি, আমেৰিকাই ইতিমধ্যে ইউক্ৰেইনক সামৰিক সহযোগিতা আগবঢ়োৱা বুলিও প্ৰকাশ পাইছে৷

ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নিৰ্দেশত ইতিমধ্যে ৰাছিয়ান সৈন্যই ইউক্ৰেইন সীমান্তৰ কে’বাঠাইতো ঘাটি পাতি কে’বা হাজাৰো সেনা মোতায়েন কৰিছে৷

ইয়াৰ পিছতে ইউক্ৰেইনে ৰাছিয়াৰ সীমান্তৱৰ্তী ইয়াভোৰিত শিবিৰ পাতি টেংক বিৰোধী ক্ষেপণাস্ত্ৰ আৰু অস্ত্ৰ প্ৰতিৰোধী গাড়ীৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে৷ ইউক্ৰেইনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আমেৰিকান সেনাই ইউক্ৰেইনৰ সেনাক এই প্ৰশিক্ষণ প্ৰদান কৰি আছে৷

ইফালে, আমেৰিকাই ইউক্ৰেইনক ২০ কোটি ডলাৰ (প্ৰায় ১,৫০০ কোটি টকা) সামৰিক সাহায্য প্ৰদান কৰিছে৷

‘‘আমেৰিকাৰ পৰা প্ৰথম পৰ্যায়ৰ অস্ত্ৰ আৰু সামৰিক সৰঞ্জাম আহি পাইছেহি৷ দ্বিতীয় পৰ্যায়ৰ অস্ত্ৰপাতি আৰু সৰঞ্জামসমূহো অতি শীঘ্ৰেই আহি পাবহি৷’’ ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী ওলেক্সি ৰেজনিভকে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কয়৷

ইউক্ৰেইনৰ শীৰ্ষ সেনা বিষয়া আন্দ্ৰেই বাস্তিউফেও শত্ৰুপক্ষৰ চহৰাঞ্চলৰ ঘাটিসমূহ চিহ্ণিত কৰি সেইবোৰ ধ্বংস কৰা সৰঞ্জামো আমেৰিকাৰ পৰা ইউক্ৰেইন আহি পোৱা বুলি প্ৰকাশ কৰিছে৷

ইয়াৰ পৰা স্পষ্ট হৈছে যে ৰাছিয়াই যিকোনো মুহূৰ্তে আক্ৰমণ সংঘটিত কৰিলে ইউক্ৰেইনে তাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে৷ ইউক্ৰেইনৰ এই প্ৰস্তুতিয়ে দুয়ো দেশৰ মাজত যুদ্ধ প্ৰায় অৱশ্যম্ভাৱী বুলি বিশ্বৰ যুদ্ধ বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Americaasom live 24assam live 24axom live 24russiaukraine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 9, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
Next Post
দেশৰ প্ৰথমটো DNA কোভিড ভেকচিন জাইক’ভ-ডিৰ পাটনাত আনুষ্ঠানিকভাৱে মুকলি

দেশৰ প্ৰথমটো DNA কোভিড ভেকচিন জাইক’ভ-ডিৰ পাটনাত আনুষ্ঠানিকভাৱে মুকলি

‘বৈবাহিক ধৰ্ষণক অপৰাধ ৰূপে গণ্য হ’ব নে?’ ইয়াক কোনে নিৰ্ধাৰণ কৰিব?

‘বৈবাহিক ধৰ্ষণক অপৰাধ ৰূপে গণ্য হ’ব নে?’ ইয়াক কোনে নিৰ্ধাৰণ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.