• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উভতি ধৰিছে ইউক্ৰেইনে : ৫০ দখলদাৰী ৰাছিয়ান সেনাক হত্যা ইউক্ৰেইন সেনাৰ

উভতি ধৰিছে ইউক্ৰেইনে : ৫০ দখলদাৰী ৰাছিয়ান সেনাক হত্যা ইউক্ৰেইন সেনাৰ

4 years ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

2 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

3 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

4 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

4 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

5 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

6 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

6 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

6 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

7 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

8 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

8 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

উভতি ধৰিছে ইউক্ৰেইনে : ৫০ দখলদাৰী ৰাছিয়ান সেনাক হত্যা ইউক্ৰেইন সেনাৰ

editor by editor
February 24, 2022
in বিশ্ব, ৰাজনীতি
0
উভতি ধৰিছে ইউক্ৰেইনে : ৫০ দখলদাৰী ৰাছিয়ান সেনাক হত্যা ইউক্ৰেইন সেনাৰ
0
SHARES
198
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহৎ প্ৰস্তুতিৰে ইউক্ৰেইনক আক্ৰমণ কৰিবলৈ গৈ ৰাছিয়াইও ইয়াৰ পৰিমাণ ভুগিবলৈ আৰম্ভ কৰিছে৷ ইতিমধ্যে বিশ্ব সম্প্ৰদায়ে ৰছিয়াৰ বিৰুদ্ধে আৰোপ কৰা অৰ্থনৈতিক অৱৰোধ আৰু সকীয়নিলৈ ভ্ৰূক্ষেপ নকৰি ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰিবলৈ নিজ দেশৰ সৈন্য বাহিনীক নিৰ্দেশ দিলে৷

ইয়াৰ পিছতে বৃহস্পতিবাৰৰ পুৱতি নিশাৰ পৰাই ৰাছিয়ান সেনাই ইউক্ৰেইনৰ ওপৰত ক্ষেপণাস্ত্ৰ, যুদ্ধ বিমান আদিৰে আক্ৰমণ কৰিছে৷ ৰাছিয়াই দাবী কৰা মতে ৰাছিয়ান সেনাই কেৱল ইউক্ৰেইনৰ অস্ত্ৰভাণ্ডাৰ, সামৰিক ঘাটি আৰু বিমান ঘাটিসমূহতহে আক্ৰমণ কৰিছে৷

ইউক্ৰেইনৰ স্থানীয় সংবাদ পত্ৰ অনুসৰি ৰাজধানী কীয়েভত বিস্ফোৰণৰ ভীষণ শব্দ শুনিবলৈ পোৱা গৈছে৷ সেয়া বোমা বৰ্ষণৰ লগতে গোলাবৰ্ষণৰ শব্দ বুলি দাবী কৰিছে স্থানীয় সংবাদ পত্ৰসমূহে৷

ইফালে ৰাছিয়াৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰত্যাক্ৰমণ কৰিছে ইউক্ৰেইনৰ সেনাই৷ ইউক্ৰেইনে দাবী কৰিছে যে ইতিমধ্যে ইউক্ৰেইনৰ সেনাৰ প্ৰত্যাক্ৰমণত ৫০ৰো অধিক দখলদাৰী ৰাছিয়ান সৈন্যৰ মৃত্যু হৈছে৷

বিভিন্ন দিশৰ পৰা ৰাছিয়াৰ পদাতিক সেনাই সীমান্ত অতিক্ৰম কৰি ইউক্ৰেইনত আক্ৰমণ কৰাৰ কিছু সময়ৰ পিছতে ইউক্ৰেইনে এই দাবী কৰিছে৷ ক্ৰিমিয়ান সীমান্ততো তিনি ৰাছিয়ান সৈন্যক ইউক্ৰেইনৰ সৈন্য হত্যা কৰা বুলি দাবী কৰিছে৷

ইতিপূৰ্বে ইউক্ৰেইনে এখন হেলিকপ্টাৰসহ পাঁচখন ৰাছিয়ান যুদ্ধ বিমান গুলীয়াই ভূপতিত কৰা বুলি দাবী কৰিছিল৷

ৰাছিয়ান প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইউক্ৰেইনৰ অসামৰিক আৰু যুদ্ধ বিমানসহ অস্ত্ৰভাণ্ডাৰো ধ্বংস কৰা দাবী কৰিছে৷

আনহাতে, ইউক্ৰেইনৰ স্বৰাষ্ট্ৰ মন্ত্ৰী এণ্টন গেৰাশ্বেংকোৱে কয় যে ৰাছিয়াই ক্ষেপণাস্ত্ৰৰে ৰাজধানী কীয়েভসহ খাৰ্ক’ভ আৰু ড্নেইপাৰ থকা সামৰিক বাহিনীৰ মূল ঘাটি, বিমানবন্দৰ, সামিৰক বাহিনীৰ গোদাম, অস্ত্ৰভাণ্ডাৰসমূহক লক্ষ্য কৰি লৈছে৷

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ সূত্ৰৰ উদ্ধৃতিৰে সংবাদ সংস্থা ৰয়টাৰ-এ প্ৰকাশ কৰিছে যে ৰাছিয়ান সেনাৰ আক্ৰমণত অতি কমেও ৪০ গৰাকী ইউক্ৰেইন সৈন্য নিহত হোৱাৰ লগতে কেবাডজনো সৈনিক আহত হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalRussia Ukraine clash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

March 11, 2026
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ
ক্ৰীড়া

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

March 10, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 9, 2026
Next Post
পেন্ট নিপিন্ধাকৈ ৰাস্তাৰে খোজকাঢ়িল মালাইকা : সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন

পেন্ট নিপিন্ধাকৈ ৰাস্তাৰে খোজকাঢ়িল মালাইকা : সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন

ভ্লাদিমিৰ পুটিনক হিটলাৰৰ সৈতে মিম পোষ্ট কৰি কৰ্কথনা খালে ইউক্ৰেইনে!

ভ্লাদিমিৰ পুটিনক হিটলাৰৰ সৈতে মিম পোষ্ট কৰি কৰ্কথনা খালে ইউক্ৰেইনে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.