• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ তথ্য! প্ৰসৱ জটিলতাত বিশ্বত প্ৰতি ২ মিনিটত এগৰাকী মহিলাৰ মৃত্যু হয়…

ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ তথ্য! প্ৰসৱ জটিলতাত বিশ্বত প্ৰতি ২ মিনিটত এগৰাকী মহিলাৰ মৃত্যু হয়…

4 years ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

16 minutes ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

42 minutes ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

1 hour ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

2 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

3 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

3 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

4 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

5 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

6 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

6 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

7 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ তথ্য! প্ৰসৱ জটিলতাত বিশ্বত প্ৰতি ২ মিনিটত এগৰাকী মহিলাৰ মৃত্যু হয়…

editor by editor
February 23, 2023
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ তথ্য! প্ৰসৱ জটিলতাত বিশ্বত প্ৰতি ২ মিনিটত এগৰাকী মহিলাৰ মৃত্যু হয়…
0
SHARES
219
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গৰ্ভাৱস্থা বা প্ৰসৱ জটিলতাতেই বিশ্বত প্ৰতি ২ মিনিটত এগৰাকী মহিলাৰ মৃত্যু হয়৷ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে এই ভয়ংকৰ তথ্য৷ বিগত ২০ বছৰত গৰ্ভৱতী মহিলাৰ মৃত্যুৰ হাৰ এক তৃতীয়াংশ কমিছে৷ বৃহস্পতিবাৰে প্ৰকাশিত হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ এটা বিশেষ ৰিপৰ্ট৷ তাত উল্লেখ থকা অনুযায়ী ২০০০ চনৰ পৰা ২০১৫ চনলৈ গৰ্ভৱতী মহিলাৰ মৃত্যুৰ হাৰ কমি আহিছে৷

২০২৬ ৰ পৰা ২০২০ লৈ এই হাৰ প্ৰায় একেই আছে৷ কিছু কিছু অঞ্চলত মৃত্যুৰ হাৰ বাঢ়িছে যদিও বিগত ২০ বছৰত গৰ্ভৱতী মহিলা বা প্ৰসৱকালীন জটিলতাত মৃত্যু হোৱা মহিলাৰ সংখ্যা ৩৪.৩ শতাংশলৈ হ্ৰাস পাইছে৷ প্ৰতি ১ লাখৰ ভিতৰত ৩৩৯ গৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যু হয়৷ ২০০০ চনৰ পৰা ২০২০ চনলৈ এই হাৰ কমিছে৷ ২০২০ চনত প্ৰসৱকালীন জটিলতাত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰতি ১ লাখত ২২৩ গৰাকী৷ অৰ্থাৎ ২০২০ চনত দৈনিক ৮০০ সন্তানসম্ভৱা নাৰীৰ মৃত্যু হৈছে৷

গৰ্ভকালীন বা প্ৰসৱ জটিলতাত প্ৰতি ২ মিনিটত এগৰাকী মহিলাৰ মৃত্যু হৈছে৷ এই পৰিসংখ্যাত যদি চোৱা যায় তেন্তে প্ৰসৱ জটিলতাত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে বেলাৰুছত৷ বিগত ২০ বছৰত এই দেশত প্ৰসৱ জটিলতাত মৃত্যু হৈছে মাত্ৰ কেইগৰাকীমান মহিলাৰহে৷ পৰিসংখ্যাত যদি চোৱা যায় তেন্তে মৃতকৰ সংখ্যা ৯৫.৫ %লৈ হ্ৰাস পাইছে৷ আনহাতে গৰ্ভৱতী মহিলাৰ মৃত্যুৰ সংখ্যা সৰ্বাধিক ভেনিজুৱেলাত৷ ২০০০-২০১৫ চনত এই সংখ্যা বৃদ্ধি পাইছিল আমেৰিকাত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?
জীৱনশৈলী

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

September 23, 2026
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

September 23, 2026
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম
প্ৰযুক্তি

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

September 23, 2026
Next Post
এডাল্ট ছবিত অভিনয় কৰি মুঠ কিমান ধন আয় কৰিছিল মিয়া খালিফাই?

এডাল্ট ছবিত অভিনয় কৰি মুঠ কিমান ধন আয় কৰিছিল মিয়া খালিফাই?

‘সফল জীৱনৰ মন্ত্ৰ কি?’ বন্দনা কলিতাই শাহু আৰু স্বামীক হত্যা কৰাৰ পাছত সামাজিক মাধ্যমত কিয় শ্বেয়াৰ কৰিছিল এনে ধৰণৰ পোষ্ট?

‘সফল জীৱনৰ মন্ত্ৰ কি?’ বন্দনা কলিতাই শাহু আৰু স্বামীক হত্যা কৰাৰ পাছত সামাজিক মাধ্যমত কিয় শ্বেয়াৰ কৰিছিল এনে ধৰণৰ পোষ্ট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.