• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাজেটত ঘোষণাঃ কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ পৰিমাণ বাঢ়ি হ’ব ৫লাখ টকা, অসমত নিৰ্মাণ হ’ব ইউৰিয়া উৎপাদন কাৰখানা

বাজেটত ঘোষণাঃ কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ পৰিমাণ বাঢ়ি হ’ব ৫লাখ টকা, অসমত নিৰ্মাণ হ’ব ইউৰিয়া উৎপাদন কাৰখানা

1 year ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

16 minutes ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

31 minutes ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

1 hour ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

2 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

3 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

3 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

3 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

4 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

5 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

5 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

6 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাজেটত ঘোষণাঃ কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ পৰিমাণ বাঢ়ি হ’ব ৫লাখ টকা, অসমত নিৰ্মাণ হ’ব ইউৰিয়া উৎপাদন কাৰখানা

বাজেটত ঘোষণাঃ কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ পৰিমাণ বাঢ়ি হ’ব ৫লাখ টকা, অসমত নিৰ্মাণ হ’ব ইউৰিয়া উৎপাদন কাৰখানা

editor by editor
February 1, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
বাজেটত ঘোষণাঃ কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ পৰিমাণ বাঢ়ি হ’ব ৫লাখ টকা, অসমত নিৰ্মাণ হ’ব ইউৰিয়া উৎপাদন কাৰখানা
0
SHARES
122
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে ২০২৫ চনৰ কেন্দ্ৰীয় বাজেটত ৪টা চেক্টৰক বিশেষ গুৰুত্ব দিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ তাৰ মাজতেই প্ৰথমে ৰাখিছে কৃষিক্ষেত্ৰক৷ দেশৰ কৃষি ব্যৱস্থাৰ উন্নতিৰ বাবে একাধিক ঘোষণা কৰিছে তেওঁ৷ এই সকলো পদক্ষেপে দেশৰ কোটি কোটি কৃষকক উপকৃত কৰিব বুলি জনাইছে বিত্তমন্ত্ৰী নিৰ্মলাই৷

কৃষিক্ষেত্ৰৰ উন্নতিৰ বাবে ২০২৫ চনৰ বাজেটত প্ৰধানমন্ত্ৰী ধন ধ্যান কৃষি যোজনাৰ ঘোষণা কৰিছে নিৰ্মলা সীতাৰমণে৷ জিলাভিত্তিক কৃষিৰ উন্নতিৰ দিশত নজৰ দিয়া হ’ব এই স্কিমৰ মাধ্যমেৰে৷ দেশৰ বিভিন্ন ৰাজ্যত এনে বহু জিলা আছে য’ত ফচলৰ ফলত তুলনামূলকভাৱে বহু কম৷ সেই সকলো জিলাত বিশেষ নজৰ দিয়া হ’ব৷ প্ৰাথমিকভাৱে এনে ১০০ জিলাত এই প্ৰকল্প আৰম্ভ হ’ব৷ ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰ মাধ্যমেৰে এই স্কিম আৰম্ভ কৰিব কেন্দ্ৰই৷

ইয়াৰ মাধ্যমেৰে ১ কোটি ৭৫ লাখ কৃষক উপকৃত হ’ব বুলি জনাইছে নিৰ্মলা৷ ফচল মজুতৰ বাবে পঞ্চায়ত আৰু ব্লক স্তৰত গুদাম গঢ়ি তোলাৰ কথাও কৈছে নিৰ্মলাৰ বাজেট বক্তৃতাত৷ কৃষি পৰিকাঠামোৰ উন্নতিৰ মাধ্যমেৰে গ্ৰামীণ অৰ্থনীতিক উন্নত কৰাৰ কথাও কৈছে তেওঁ৷ এই প্ৰসংগত নিৰ্মলাই কৈছে, ‘গ্ৰামীণ এলেকাৰ সমৃদ্ধি আৰু নিৰ্ভৰতাৰ প্ৰকল্পই ৰাজ্যসমূহৰ সৈতে পাৰ্টনাৰচিপ গঢ়ি তোলা হ’ব৷ নতুন বিনিয়োগ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু স্কিম বঢ়োৱাৰ মাধ্যমেৰে কৃষিক্ষেত্ৰত কৰ্মসংস্থাপন বৃদ্ধি কৰা হ’ব৷’

স্বল্প আৰু দীৰ্ঘম্যাদি ক্ষেত্ৰত কৃষকসকলক ঋণ দিয়াৰ প্ৰক্ৰিয়া আৰু সহজ কৰাৰ কথাও কৈছে নিৰ্মলাই৷ কিষাণ ক্ৰেডিট কাৰ্ডৰ মাধ্যমেৰে ঋণৰ পৰিমাণ ৩লাখ টকাৰ পৰা বঢ়াই ৫লাখ টকা কৰাৰ ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে৷ এই প্ৰসংগত তেওঁ কয়, ‘কিষাণ ক্ৰেডিট কাৰ্ডৰ মাধ্যমেৰে চৰ্ট টাৰ্ম লোনৰ সুবিধা পাই কৃষকে৷ ফিছাৰমেল আৰু ডেয়াৰি ফাৰ্মাৰ্ছেও পাই এই লোনৰ সুবিধা৷ কেচিচিপ মাধ্যমেৰে লোনৰ পৰিমাণ ৩ লাখ টকাৰ পৰা বঢ়াই ৫লাখ টকা পৰ্যন্ত কৰা হৈছে৷’ ইয়াৰ মাধ্যমেৰে ৭ কোটি ৭০ লাখ কৃষক উপকৃত হ’ব বুলি জনাইছে নিৰ্মলাই৷

কৃষিৰ বিভিন্ন পণ্য উৎপাদনত আত্মনিৰ্ভৰ হোৱাৰ কথাও কৈছে বিত্তমন্ত্ৰী নিৰ্মলাই৷ মাহজাতীয় শস্যত আত্মনিৰ্ভৰতাৰ বাবে ৬বছৰৰ বিশেষ মিছনৰ ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলাই৷ দেশত তেলৰ উৎপাদন বৃদ্ধিতো জোৰ দিয়াৰ কথা কৈছে বিত্তমন্ত্ৰী নিৰ্মলাই৷ ইয়াৰবাবে তৈলবীজ ৰোপনত বিশেষ নজৰ দিয়া হ’ব বুলিও জনাইছে৷ NAFED আৰু NCCFৰ দৰে কেন্দ্ৰীয় সংস্থাই মাহজাতীয় শস্য  আগন্তুক ৪বছৰত কৃষকসকলৰ পৰা কিনিব বুলিও কেন্দ্ৰীয় বাজেটত জনোৱা হৈছে৷

তুলাৰ উৎপাদন বঢ়াবলৈ পাঁচ বছৰীয়া বিশেষ মিছনৰ কথাও ঘোষণা কৰিছে৷ ইয়াৰোপৰি উচ্চমানৰ বীজ সংৰক্ষণ আৰু তাৰ ব্যৱহাৰৰ বিষয়ে পৰিকল্পনা কৰা হ’ব বুলিও জনাইছে নিৰ্মলাই৷ মাছ উৎপাদন বঢ়োৱাৰ কথাও কৈছে নিৰ্মলাই বাজেট ভাষণত৷ আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপত মৎস্য উৎপাদনত বিশেষ পৰিকাঠামো গঢ়ি তোলাৰ কথাও জনাইছে৷ মাখানাৰ উৎপাদন বঢ়াবলৈ বিহাৰত এখন পৃথক বৰ্ড গঢ়াৰ কথাও ঘোষণা কৰা হৈছে বাজেটত৷ কৃষিকৰ্মত ব্যৱহৃত ইউৰিয়া উৎপাদনতো স্বনিৰ্ভৰ হোৱাৰ লক্ষ্য ৰাখিছে বিত্তমন্ত্ৰীগৰাকীয়ে৷ অসমত ইউৰিয়া কাৰখানা তৈয়াৰ কৰাৰ কথাও ঘোষণা কৰিছে নিৰ্মলাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন
জীৱনশৈলী

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

April 7, 2026
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

April 7, 2026
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!
জীৱনশৈলী

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

April 7, 2026
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!
বিনোদন

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

April 7, 2026
Next Post
বাজেটত দাম কমিল কি কি সামগ্ৰীৰ, চাওক সম্পূৰ্ণ তালিকা

বাজেটত দাম কমিল কি কি সামগ্ৰীৰ, চাওক সম্পূৰ্ণ তালিকা

২৪ ঘণ্টাত এবাৰ আমাৰ জিভাত থাকে মা সৰস্বতী, এই সময়ত যি কয় সঁচা প্ৰমাণিত হয়

২৪ ঘণ্টাত এবাৰ আমাৰ জিভাত থাকে মা সৰস্বতী, এই সময়ত যি কয় সঁচা প্ৰমাণিত হয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.