• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ভেলেণ্টাইন ডে’ত প্ৰেমাস্পদক কি কি উপহাৰ দিব?

‘ভেলেণ্টাইন ডে’ত প্ৰেমাস্পদক কি কি উপহাৰ দিব?

4 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

5 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

5 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

6 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

7 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

8 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

9 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

9 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

10 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

10 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

11 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘ভেলেণ্টাইন ডে’ত প্ৰেমাস্পদক কি কি উপহাৰ দিব?

editor by editor
February 8, 2022
in বিবিধ
0
‘ভেলেণ্টাইন ডে’ত প্ৰেমাস্পদক কি কি উপহাৰ দিব?
0
SHARES
269
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু মাত্ৰ কেইটামান দিনৰ পিছতে আহি পাব ভেলেণ্টাইন ডে৷ এই ভেলেণ্টাইন ডে’ৰ উপলক্ষ্যে প্ৰেমিক-প্ৰেমিকাসকলে পৰস্পৰে পৰস্পৰক কি কি উপহাৰ দিব তাকেই লৈ হয়তো বৃদ্ধি পাইছে ব্যাপক উৎকণ্ঠা আৰু গুণা-গঁথা৷

দুয়োৱে দুয়োক মনৰ পচন্দৰ উপহাৰ দিবলৈ মন বান্ধি পেলাইছে যদিও কি দিব তাক হয়তো নিৰ্বাচন কৰিব পৰা নাই৷ তেওঁলোকক আমি কম ব্যয়ৰ কেইটামান ইউনিক উপহাৰ বিষয়ে উল্লেখ কৰিছো৷

পাৰ্ফিউম

দুয়োৱে দুয়োকে পাৰ্ফিউম দিব পাৰে৷ পৰস্পৰে ভাল পোৱা সুগন্ধিৰ পাৰ্ফিউম উপহাৰ দিলে ই দুয়োৰ বাবে স্মৰণীয় হৈ ৰ’ব। ই কম খৰচি অৰ্থাৎ দুয়োৰে বাবে ব্যয়সাধ্য হ’ব পাৰে৷

মমেৰে নিৰ্মিত কিট

যদি দুয়োজনে ডিআইৱাই প্ৰকল্প ভাল পায়, তেনেহ’লে মমবাতিৰে নিৰ্মাণ কৰা কিটটো দিব পাৰে৷ অফলাইনৰ লগতে অনলাইনতো এই ধৰণৰ অতি আকৰ্ষণীয় কিট উপলব্ধ৷

ৱাটাৰপ্ৰুফ আৰু ডাষ্টপ্ৰুফ স্পীকাৰ

সংগীত ভাল পোৱা প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ৱাটাৰপ্ৰুফ আৰু ডাষ্টপ্ৰুফ স্পীকাৰো অতি আকৰ্ষণীয় উপহাৰ হ’ব পাৰে৷ দুয়ো এই উপহাৰো নিৰ্বাচন কৰিব পাৰে৷

ফেন্সি ব’ডী অইল

সুগন্ধিৰ সৈতে উৎকৃষ্ট ব’ডী অইলো উপহাৰ হিচাপে দিব পাৰি৷ অনলাইনৰ লগতে অফলাইনতো বিভিন্ন ব্ৰেণ্ডৰ ব’ডী অইল উপলব্ধ৷

হাত ঘড়ী

প্ৰেমিক-প্ৰেমিকাই পৰস্পৰে পৰস্পৰক উৎকৃষ্ট ব্ৰেণ্ডৰ হাত ঘড়ীও দিব পাৰে৷

চানগ্লাছ

চানগ্লাছো দিব পাৰে৷ ফেব্ৰুৱাৰিৰ পিছতে মাৰ্চ আহিব আৰু মাৰ্চৰ পৰাই সূয্যৰ ৰ’দৰ প্ৰখৰতা বৃদ্ধি পাব৷ সেয়ে চানগ্লাছো ইউনিক উপহাৰ হ’ব পাৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Valentine’s Day 2022Valentine’s Day Unique gift
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
৩ দিনৰ বাবে বন্ধ থাকিব সকলো স্কুল-কলেজ, দেশজুৰি হিজাব বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ টুইট

৩ দিনৰ বাবে বন্ধ থাকিব সকলো স্কুল-কলেজ, দেশজুৰি হিজাব বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ টুইট

‘লাভ জেহাদ’ প্ৰমাণ হ’লেই ১০ বছৰ কাৰাবাসসহ ১ লাখ টকা জৰিমনা

‘লাভ জেহাদ’ প্ৰমাণ হ’লেই ১০ বছৰ কাৰাবাসসহ ১ লাখ টকা জৰিমনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.