• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চতম ন্যায়ালয় গৈ পালেগৈ বোলে বোম যাত্ৰাৰ নাম ফলক বিষয়, কাইলৈ শুনানি

উচ্চতম ন্যায়ালয় গৈ পালেগৈ বোলে বোম যাত্ৰাৰ নাম ফলক বিষয়, কাইলৈ শুনানি

2 years ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

10 minutes ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

58 minutes ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

1 hour ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

2 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

3 hours ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

3 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

5 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

5 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

6 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

7 hours ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

7 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উচ্চতম ন্যায়ালয় গৈ পালেগৈ বোলে বোম যাত্ৰাৰ নাম ফলক বিষয়, কাইলৈ শুনানি

editor by editor
July 21, 2024
in অসম, উত্তৰ-পূব, বিবিধ, বিশ্ব, ভাৰত
0
উচ্চতম ন্যায়ালয় গৈ পালেগৈ বোলে বোম যাত্ৰাৰ নাম ফলক বিষয়, কাইলৈ শুনানি
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উচ্চতম ন্যায়ালয় গৈ পালেগৈ বোলে বোম যাত্ৰাৰ নাম ফলক বিষয়, কাইলৈ শুনানি

উত্তৰ প্ৰদেশৰ কাঁৱড় যাত্ৰা তথা বোলে বোম যাত্ৰাৰ পথত খাদ্যৰ দোকানৰ বাহিৰত নাম প্লেট লগোৱাৰ বিষয় গৈ পালেগৈ উচ্চতম ন্যায়ালয়। সোমবাৰে ২২ জুলাই তাৰিখে এই বিষয়ত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।

এছ’চিয়েশ্যন ফৰ প্ৰটেকচন অৱ চিভিল ৰাইটছ নামৰ এটা বেচৰকাৰী সংস্থাই এই গোচৰটোক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল, যি বিষয় কাইলৈ আদালতত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে।

অনুমান কৰা হৈছে যে ২২ জুলাইত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৃষিকেশ ৰায় আৰু ন্যায়াধীশ এছ ভি এন ভট্টীৰ বিচাৰপীঠে এই বিতৰ্কিত গোচৰৰ শুনানি গ্ৰহণ কৰি এটা ডাঙৰ সিদ্ধান্ত দিব পাৰিব। গুৰুত্বপূৰ্ণ কথাটো হ’ল শনিবাৰে ২০ জুলাই তাৰিখে দাখিল কৰা আবেদনখনত এছ’চিয়েশ্যন ফৰ প্ৰটেকচন অৱ চিভিল ৰাইটছ এন জি অ’ই যোগী চৰকাৰৰ নাম প্লেট অৰ্ডাৰ বাতিল কৰিবলৈ দাবী জনাইছিল।

আজি দেওবাৰ ২১ জুলাই তাৰিখে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰে য’ত নাম প্লেটৰ বিষয়টো আহি পৰে। কংগ্ৰেছৰ পৰা গৌৰৱ গগৈ, আম আদমি পাৰ্টিৰ পৰা সঞ্জয় সিং, সমাজবাদী পাৰ্টিৰ পৰা ৰাম গোপাল যাদৱ, এআইএমআইএমৰ পৰা আছাদুদ্দিন ওৱেইছি আৰু বাওঁপন্থী দলকে ধৰি আন বহু ৰাজনৈতিক দলৰ নেতাসকলে কাৱড় যাত্ৰাৰ সময়ত যোগী চৰকাৰে ‘নেম প্লেট’ লগোৱাৰ সিদ্ধান্তৰ বিষয়ে আলোচনা কৰি সভাত উত্থাপন কৰে।

সৰ্বদলীয় বৈঠকৰ পৰা ওলাই অহাৰ পিছত এন চি পিৰ অজিত পাৱাৰ ফৈদৰ সাংসদ প্ৰফুল্ল পেটেলে সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকাৰ সময়তে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰক ‘নেম প্লেট’ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় ।

যোগী চৰকাৰে কাৱড় যাত্ৰাৰ পথত দোকানীৰ নাম লিখাৰ নিৰ্দেশৰ বিৰোধিতা কৰিছে এন ডি এৰ মিত্ৰ দলসমূহেও। প্ৰতিবাদ সাব্যস্ত কৰাসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱান, জে ডি ইউ নেতা কে চি ত্যাগী আৰু ৰাষ্ট্ৰীয় লোকদলৰ মুৰব্বী জয়ন্ত চৌধুৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bol-BomJudgementKawar Yatrasupreme courtuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ
জীৱনশৈলী

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

March 23, 2026
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা
অসম

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

March 23, 2026
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!
বিনোদন

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

March 23, 2026
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!
অসম

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

March 23, 2026
Next Post
অৱশেষত আহিল শুনানি- সংৰক্ষণৰ সিদ্ধান্ত প্ৰত্যাহাৰ, কেৱল ৭ শতাংশহে কোটা থাকিব

অৱশেষত আহিল শুনানি- সংৰক্ষণৰ সিদ্ধান্ত প্ৰত্যাহাৰ, কেৱল ৭ শতাংশহে কোটা থাকিব

অভিনেত্ৰী জেছমিনে হেৰুাৱলে দৃষ্টি শক্তি! সামাজিক মাধ্যমত পোষ্ট কৰি জনালে এই খবৰ

অভিনেত্ৰী জেছমিনে হেৰুাৱলে দৃষ্টি শক্তি! সামাজিক মাধ্যমত পোষ্ট কৰি জনালে এই খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.