• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনেত্ৰী জেছমিনে হেৰুাৱলে দৃষ্টি শক্তি! সামাজিক মাধ্যমত পোষ্ট কৰি জনালে এই খবৰ

2 years ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

14 minutes ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

40 minutes ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

1 hour ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

2 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

3 hours ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

5 hours ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

7 hours ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

8 hours ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অভিনেত্ৰী জেছমিনে হেৰুাৱলে দৃষ্টি শক্তি! সামাজিক মাধ্যমত পোষ্ট কৰি জনালে এই খবৰ

editor by editor
July 21, 2024
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
অভিনেত্ৰী জেছমিনে হেৰুাৱলে দৃষ্টি শক্তি! সামাজিক মাধ্যমত পোষ্ট কৰি জনালে এই খবৰ
0
SHARES
13.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনেত্ৰী জেছমিনে হেৰুাৱলে দৃষ্টি শক্তি! সামাজিক মাধ্যমত পোষ্ট কৰি জনালে এই খবৰ

ভাৰতীয় টিভি জগতৰ জনপ্ৰিয় অভিনেত্ৰী জেচমিন ভাছিনে সামাজিক মাধ্যমত এটা পোষ্ট কৰাৰ পাছতে অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ মাজত কৌতুহলৰ সৃষ্টি হয়, লগতে দুখ ব্যক্ত কৰে অভিনেত্ৰী গৰাকীৰ সন্দৰ্ভত। কিয়নো অভিনেত্ৰীগৰাকীয়ে হেৰুৱালে চকুৰ দৃষ্টি শক্তি। গাঢ় ক’লা ৰঙৰ চছমা পিন্ধি সামাজিম মাধ্যমত নিজৰ চকুৰ ৰোগৰ কথা সদৰি কৰে জেচমিনে।

অভিনেত্ৰীগৰাকীৰ কৰ্ণিয়াৰ ৰোগ ধৰা পৰিছে। জেচমিন ভাছিনে সদৰি কৰা অনুসৰি ১৭ জুলাইৰ পৰা কৰ্ণিয়াৰ ৰোগত আক্ৰান্ত হৈ আছে অভিনেত্ৰীগৰাকী। যাৰ বাবে বিষ অনুভৱ কৰি আছে জেছমিনে।

অভিনেত্ৰীগৰাকীয়ে কয়, ‘মই ১৭ জুলাইত দিল্লীত আছিলো এটা অনুষ্ঠানৰ বাবে, যাৰ বাবে মই সাজু হৈ আছিলো। সেই অনুষ্ঠানৰ বাবে মই চকুত লেন্স ব্যৱহাৰ কৰিছিসলো। পাছে সেই লেন্সৰ কি সমস্যা আছিল নাজানো, কিন্তু পিন্ধাৰ পিছত মোৰ চকু দুটা বিষাবলৈ ধৰে আৰু বিষ ক্ৰমান্বয়ে বেছিকৈ বাঢ়ি যায়। লগে লগে ডাক্তৰৰ ওচৰলৈ যাব বিচাৰিছিলো, কিন্তু এটা ইভেণ্টত আছিলো গতিকে যাব নোৱাৰিলোঁ। পাছত ইভেণ্টৰ শেষত পোনেই ডাক্তৰৰ ওচৰলৈ গৈছিলো।

যেতিয়া তেওঁ চিকিৎসকৰ পৰামৰ্শ লয় তেতিয়া গম পায় যে জেছমিনৰ কৰ্ণিয়াৰ ক্ষতি হৈছে। চিকিৎসাৰ অন্তত ডাক্তৰে কয়- অহা চাৰি-পাঁচ দিনত মই ভাল হ’ম, কিন্তু তেতিয়ালৈকে চকুৰ ভাল যত্ন লোৱাটো প্ৰয়োজন। সহজ নহয় কাৰণ মই দেখা নাপাওঁ আৰু বিষৰ বাবে মোৰ টোপনি অহাত অসুবিধা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Eye LightEye ProblemIndian ActressJeshmin BashinTV Actress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?
বিনোদন

May 7, 2026
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?
জীৱনশৈলী

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

May 7, 2026
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!
জীৱনশৈলী

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

May 7, 2026
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!
জীৱনশৈলী

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

May 7, 2026
Next Post
ভাৰতীয় জনতা যুৱ মৰ্চা অসমৰ নতুন সভাপতি নিযুক্তি

কি কি উপহাৰ পালে অনন্ত-ৰাধিকাই, কোনোৱে দিলে ৩০০ কোটিৰ প্ৰাইভেট জেট, কোনোৱে বিদেশত ঘৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন