• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত আহিল শুনানি- সংৰক্ষণৰ সিদ্ধান্ত প্ৰত্যাহাৰ, কেৱল ৭ শতাংশহে কোটা থাকিব

অৱশেষত আহিল শুনানি- সংৰক্ষণৰ সিদ্ধান্ত প্ৰত্যাহাৰ, কেৱল ৭ শতাংশহে কোটা থাকিব

2 years ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

9 hours ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

10 hours ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

10 hours ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

11 hours ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

11 hours ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

12 hours ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

12 hours ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

13 hours ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

14 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

14 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

15 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অৱশেষত আহিল শুনানি- সংৰক্ষণৰ সিদ্ধান্ত প্ৰত্যাহাৰ, কেৱল ৭ শতাংশহে কোটা থাকিব

editor by editor
July 21, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অৱশেষত আহিল শুনানি- সংৰক্ষণৰ সিদ্ধান্ত প্ৰত্যাহাৰ, কেৱল ৭ শতাংশহে কোটা থাকিব
0
SHARES
299
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত আহিল শুনানি- সংৰক্ষণৰ সিদ্ধান্ত প্ৰত্যাহাৰ, কেৱল ৭ শতাংশহে কোটা থাকিব

সংৰক্ষণৰ জুইত জ্বলি থকা বাংলাদেশৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশখনৰ উচ্চতম ন্যায়ালয়ে চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। আজি ২১ জুলাই দেওবাৰে বাংলাদেশৰ শীৰ্ষ আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰে।

বিবৃতিটোত কোৱা হৈছে যে সংৰক্ষণৰ এই অশান্তিৰ বাবে সমগ্ৰ দেশতে ক্ষোভৰ দাৱানল বিয়পি পৰিছিল। বৰ্তমানলৈ বহু লোকে প্ৰাণ হেৰুৱাইছে। যাৰ বাবেই অৱশেষত দেশখনৰ শীৰ্ষ ন্যায়ালয়ে সিদ্ধান্ত লয়, এতিয়াৰ পৰা ৯৩ শতাংশ চৰকাৰী চাকৰি মেধাৰ ভিত্তিত আবণ্টনৰ নিৰ্দেশ দিয়াৰ বিপৰীতে কেৱল ৭ শতাংশহে ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধত যুঁজ দিয়া যোদ্ধাৰ পৰিয়ালৰ বাবে বাকী আছে। এতিয়ালৈকে ৩০% চাকৰি এনে লোকৰ বাবে সংৰক্ষিত হৈ আছিল।

বাংলাদেশত এসপ্তাহ ধৰি সংৰক্ষণ সন্দৰ্ভত চলি আছিল এই হিংসাত্মক প্ৰতিবাদ। যাৰ ফলত শ শ লোকে প্ৰাণ হেৰুৱাইছে। সংবাদ সংস্থা ৰয়টাৰৰ মতে, চৰকাৰে সকলো কাৰ্যালয় আৰু প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। একে সময়তে দেশত কঠোৰ সান্ধ্য আইন জাৰি কৰা হৈছে।

চৰকাৰে আৰক্ষীক নিৰ্দেশ দিছিল দুস্কৃতিকাৰীক দেখা মাত্ৰেই গুলীচালনা কৰিবলৈ। যোৱা এসপ্তাহত কমেও ১১৪জন লোকৰ মৃত্যু হৈছে। একে সময়তে ৪ হাজাৰৰো অধিক লোক আহত হৈছে। এতিয়া দেওবাৰে উচ্চতম ন্যায়ালয়ে শুনানিৰ সময়ত নিম্ন আদালতৰ সিদ্ধান্ত সলনি কৰিলে। আদালতে ৯৩% চৰকাৰী চাকৰি মেধা ভিত্তিত দিবলৈ কয়। লগতে ৭% চাকৰি স্বাধীনতাৰ বাবে যুঁজ দিয়া সকলৰ পৰিয়ালৰ সদস্যৰ বাবে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bangladeshBangladesh ProtestBangladesh Supreme CourtprotestReservationSpecial Reservation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!
জীৱনশৈলী

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

August 11, 2026
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা
ভাৰত

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

August 11, 2026
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

August 11, 2026
Next Post
অভিনেত্ৰী জেছমিনে হেৰুাৱলে দৃষ্টি শক্তি! সামাজিক মাধ্যমত পোষ্ট কৰি জনালে এই খবৰ

অভিনেত্ৰী জেছমিনে হেৰুাৱলে দৃষ্টি শক্তি! সামাজিক মাধ্যমত পোষ্ট কৰি জনালে এই খবৰ

ভাৰতীয় জনতা যুৱ মৰ্চা অসমৰ নতুন সভাপতি নিযুক্তি

ভাৰতীয় জনতা যুৱ মৰ্চা অসমৰ নতুন সভাপতি নিযুক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.