• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিপাৰে সৈতে উভালি পেলোৱাৰ সময় আহি পৰিছে, সমগ্ৰ বিশ্বক বিশেষ বাৰ্তা মোদীৰ

শিপাৰে সৈতে উভালি পেলোৱাৰ সময় আহি পৰিছে, সমগ্ৰ বিশ্বক বিশেষ বাৰ্তা মোদীৰ

1 year ago
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

26 minutes ago
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

1 hour ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

3 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

3 hours ago
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

4 hours ago
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

4 hours ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

5 hours ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

5 hours ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

6 hours ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

7 hours ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

8 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শিপাৰে সৈতে উভালি পেলোৱাৰ সময় আহি পৰিছে, সমগ্ৰ বিশ্বক বিশেষ বাৰ্তা মোদীৰ

editor by editor
April 24, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
শিপাৰে সৈতে উভালি পেলোৱাৰ সময় আহি পৰিছে, সমগ্ৰ বিশ্বক বিশেষ বাৰ্তা মোদীৰ
0
SHARES
294
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিপাৰে সৈতে উভালি পেলোৱাৰ সময় আহি পৰিছে, সমগ্ৰ বিশ্বক বিশেষ বাৰ্তা মোদীৰ

পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বিহাৰ ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ লগতে সমগ্ৰ বিশ্বকে এক বাৰ্তা দিছে যে সন্ত্ৰাসবাদক শিপাৰে সৈতে উভালি পেলোৱাৰ সময় আহি পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টকৈ কয় যে দেশৰ শত্ৰুৱে ভাৰতৰ আত্মাক আক্ৰমণ কৰিবলৈ সাহস কৰিছে।

লগতে ইয়াকো কয় যে, – স্পষ্টকৈ কৈছো, যিসকল সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰিছিল আৰু যিসকলে এই আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল তেওঁলোকে কল্পনা কৰাতকৈও ডাঙৰ শাস্তি লাভ কৰিব। এতিয়া সময় আহি পৰিছে সন্ত্ৰাসবাদীয়ে যি সামান্য সাহস দেখুৱাই আছে, তাকো সমূলঞ্চে ধ্বংস কৰাৰ সময় সমাগত।

পহেলগামত নিৰীহ পৰ্যটকক হত্যা কৰা সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ দাবী উত্থাপন কৰাৰ লগতে নাম নোলোৱাকৈয়ে পাকিস্তানক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কেৱল হিন্দীতে নহয় ইংৰাজীতো সদম্ভে এই কথা কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২২ এপ্ৰিল তাৰিখে সংঘটিত হোৱা এই আক্ৰমণ নিৰীহ পৰ্যটকৰ ওপৰত নহয় বৰঞ্চ ভাৰতৰ আত্মাক আক্ৰমণ কৰাৰ এক সাহস। যিসকলে আক্ৰমণ কৰিছে, সেই সন্ত্ৰাসবাদী আৰু এই আক্ৰমণৰ ষড়যন্ত্ৰ কৰাসকলে তেওঁলোকে কল্পনা কৰাতকৈও ডাঙৰ শাস্তি পাব। ১৪০ কোটি ভাৰতীয়ৰ ইচ্ছাশক্তিৰে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদ শিপাৰে সৈতে উভালিব লাগিব।

এই কথাৰে স্পষ্ট হৈ পৰিছে যে ভাৰতে আৰু সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াসকলক সহ্য নকৰে। এইদৰে প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানৰ নাম নোলোৱাকৈয়ে স্পষ্ট কৰি দিছে যে এইবাৰ পাকিস্তানৰ বিৰুদ্ধে এনে পদক্ষেপ লোৱা হ’ব যে পাকিস্তানে পুনৰ এনে কাৰ্য কৰিব পৰা অৱস্থাত নাথাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indiaPahalgam Attackpakistan attackPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা
জীৱনশৈলী

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

August 5, 2026
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?
জীৱনশৈলী

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

August 5, 2026
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা
ভাৰত

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

August 5, 2026
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক
বাণিজ্য

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

August 5, 2026
Next Post
পাকিস্তানৰ বিৰুদ্ধে একচন মোডত ভাৰত, মিছাইলেৰে সাগৰৰ বুকুত যুদ্ধৰ দামামা ভাৰতীয় নৌসেনাৰ

পাকিস্তানৰ বিৰুদ্ধে একচন মোডত ভাৰত, মিছাইলেৰে সাগৰৰ বুকুত যুদ্ধৰ দামামা ভাৰতীয় নৌসেনাৰ

অৱশেষত দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা বিচাৰে চানমাৰি বিহু কমিটিয়ে

অৱশেষত দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা বিচাৰে চানমাৰি বিহু কমিটিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.