• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিজিটেল পেমেণ্ট, এতিয়া এপ নোহোৱাকৈ ঘড়ী, টিভি, বাহনৰ দ্বাৰাই হ’ব কাম

ডিজিটেল পেমেণ্ট, এতিয়া এপ নোহোৱাকৈ ঘড়ী, টিভি, বাহনৰ দ্বাৰাই হ’ব কাম

1 year ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

20 minutes ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

45 minutes ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

1 hour ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

2 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

2 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

3 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

3 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

4 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

4 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

5 hours ago
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

6 hours ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ডিজিটেল পেমেণ্ট, এতিয়া এপ নোহোৱাকৈ ঘড়ী, টিভি, বাহনৰ দ্বাৰাই হ’ব কাম

editor by editor
July 8, 2025
in প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
ডিজিটেল পেমেণ্ট, এতিয়া এপ নোহোৱাকৈ ঘড়ী, টিভি, বাহনৰ দ্বাৰাই হ’ব কাম
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল পেমেণ্ট, এতিয়া এপ নোহোৱাকৈ ঘড়ী, টিভি, বাহনৰ দ্বাৰাই হ’ব কাম

ডিজিটেল পেমেণ্টৰ জগতখনত আন এক ডাঙৰ পৰিৱৰ্তন হ’বলৈ ওলাইছে। বিজনেছ ষ্টেণ্ডাৰ্ডৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ ৰিয়েল টাইম পেমেণ্ট চিষ্টেম ইউপিআই স্মাৰ্ট উন্নীতকৰণ লাভ কৰিছে, যাৰ ফলত এতিয়া স্মাৰ্টৱাচ(ঘড়ী), গাড়ী, স্মাৰ্ট টিভি আৰু অন্যান্য ডিভাইচৰ পৰা পোনপটীয়াকৈ পেমেণ্ট কৰা সম্ভৱ হ’ব। তাকো এপটো ব্যৱহাৰ নকৰাকৈয়ে।

বিজনেছ ষ্টেণ্ডাৰ্ডৰ এক প্ৰতিবেদন অনুসৰি ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্পৰেশ্যনে ইউ পি আইৰ এনে এক সংস্কৰণ প্ৰস্তুত কৰি আছে যিটো ইণ্টাৰনেট অৱ থিংছ (আই অ’ টি)ৰ ওপৰত ভিত্তি কৰি হ’ব। অৰ্থাৎ এতিয়া টিভি, স্মাৰ্টৱাচ, সংযুক্ত গাড়ী আদিয়ে নিজাববীয়াকৈ ইউপিআই পেমেণ্ট কৰিব পাৰিব।

এই নতুন প্ৰযুক্তিত প্ৰতিটো ডিভাইচক এটা সুকীয়া ইউপিআই আইডি দিয়া হ’ব, যিটো ব্যৱহাৰকাৰীৰ মূল ইউপিআই আইডিৰ সৈতে সংযুক্ত হ’ব। ইয়াৰ ফলত ডিভাইচটোৱে সীমিত আৰু পূৰ্ব অনুমোদিত সীমাৰ ভিতৰত স্বয়ংক্ৰিয়ভাৱে পেমেণ্ট কৰিব পাৰিব। প্ৰথম অৱস্থাত, ডিভাইচটো সংযোগ কৰিবলৈ এটা এককালীন OTP ৰ প্ৰয়োজন হব পাৰে।

বি এছৰ এক প্ৰতিবেদন অনুসৰি এই নতুন বৈশিষ্ট্য ইউ পি আই অটো পে আৰু ইউ পি আই চাৰ্কলৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব। ব্যৱহাৰকাৰীয়ে এটা সেৱা বা ডিভাইচলৈ এবাৰ পেমেণ্টৰ অনুমতি দিব, আৰু তাৰ পিছত প্ৰতিবাৰেই অনুমতি দিয়াৰ প্ৰয়োজন নাথাকিব। বিশেষকৈ চাবস্ক্ৰিপচন নবীকৰণ, পাৰ্কিং, টিকটৰ দৰে ক্ষেত্ৰত ই উপযোগী হ’ব।

প্ৰতিবেদন অনুসৰি এই বৈশিষ্ট্য এনপিচিআইৰ বাৰ্ষিক উদ্ভাৱন পৰিকল্পনাৰ অংশ আৰু ইয়াক গ্ল’বেল ফিনটেক ফেষ্টিভেল ২০২৫ত মুকলি কৰাৰ সম্ভাৱনা আছে। বৰ্তমান ই নিয়ন্ত্ৰণমূলক অনুমোদনৰ বাবে অপেক্ষাৰত

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Digital P aymensIndian Digital PaymentsUPI
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা
অপৰাধ

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

September 19, 2026
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য
জীৱনশৈলী

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

September 19, 2026
Next Post
লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত

লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত

এইবাৰ আন এখন চৰকাৰৰ চমক,  প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

এইবাৰ আন এখন চৰকাৰৰ চমক, প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.