• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত

লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত

1 year ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

2 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

2 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

3 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

4 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

4 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

5 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

6 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

6 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

7 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

8 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত

editor by editor
July 8, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত
0
SHARES
605
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত

বৰ্তমান ভাৰতীয় ক্ৰিকেট ছুপাৰষ্টাৰ বিৰাট কোহলী পত্নী অনুষ্কা শৰ্মাৰ সৈতে লণ্ডনত। শেহতীয়াকৈ এই তাৰকা দম্পতীয়ে উইম্বলডন ২০২৫ৰ হাই প্ৰফাইল টেনিছ মেচ চাবলৈ যোৱা পৰিলক্ষিত হয়। য’ত বিৰাটে টেনিছ কিংবদন্তি ন’ভাক জ’কভিচক সমৰ্থন কৰা দেখা যায়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিৰাট-অনুষ্কা লণ্ডনৰ ছেইণ্ট জনছ উড এলেকাত বসবাস কৰি আছে। বিৰাটৰ ঘৰৰ ওচৰতে থকা লণ্ডনৰ অল ইংলেণ্ড লন টেনিছ এণ্ড ক্ৰকেট ক্লাবত উইম্বলডনৰ খেল অনুষ্ঠিত হৈছে।

যাৰ বাবে এতিয়া আশা কৰা হৈছে যে ভাৰত-ইংলেণ্ডৰ মাজৰ চলি থকা টেষ্ট মেচৰ তৃতীয়খন খেল, যি লৰ্ডছত অনুষ্ঠিত হব সেই খেল চাবলৈ আহিব পাৰে।

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া পাঁচখনীয়া টেষ্ট শৃংখলাৰ তৃতীয়খন খেল লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব। এই খেলপথাৰখন কোহলীৰ অস্থায়ী বাসগৃহৰ পৰা সামান্য দূৰৈত থকা ছেইণ্ট জনছ উডত অৱস্থিত।

এনে পৰিস্থিতিত অনুৰাগীসকলে আশা কৰিছে যে এই মুহূৰ্তত ভাৰতীয় টেষ্ট দলৰ পৰা অৱসৰ লোৱা বিৰাটে এই মেচত ষ্টেণ্ডত উপস্থিত হৈ দেশৰ যুৱ দলটোক উৎসাহিত কৰিব পাৰে। যদি কোহলী লৰ্ডছত উপস্থিত হয় তেন্তে সেয়া কেৱল খেলুৱৈৰ বাবেই নহয় অনুৰাগীৰ বাবেও এক ডাঙৰ মুহূৰ্ত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketLordsvirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
Next Post
এইবাৰ আন এখন চৰকাৰৰ চমক,  প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

এইবাৰ আন এখন চৰকাৰৰ চমক, প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.