• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ আন এখন চৰকাৰৰ চমক,  প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

এইবাৰ আন এখন চৰকাৰৰ চমক, প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

11 months ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

22 minutes ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

1 hour ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

2 hours ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

3 hours ago
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

3 hours ago
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

5 hours ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

17 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

17 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

18 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

18 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এইবাৰ আন এখন চৰকাৰৰ চমক, প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

editor by editor
July 8, 2025
in ভাৰত, ৰাজনীতি
0
এইবাৰ আন এখন চৰকাৰৰ চমক,  প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা
0
SHARES
460
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ আন এখন চৰকাৰৰ চমক, প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

বিহাৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ আজি ঘোষণা কৰা চৰকাৰী চাকৰিত মহিলাৰ বাবে ৩৫ শতাংশ সংৰক্ষণৰ আঁচনিৰ পাছতে এইবাৰ আন এখন চৰকাৰৰ বৃহৎ ঘোষণা। এইবাৰ এই চৰকাৰে ৰাজ্যৰ প্ৰতিটো পৰিয়ালক দিব ১০ লাখ টকাৰ স্বাস্থ্য বীমা।

পঞ্জাৱৰ আম আদমি পাৰ্টি চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত। চৰকাৰে প্ৰতিটো পৰিয়ালৰ বাবে বাৰ্ষিক ১০ লাখ টকাৰ নগদবিহীন স্বাস্থ্য বীমা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে, যাৰ ফলত ৰাজ্যৰ ৬৫ লাখ পৰিয়াল উপকৃত হ’ব। এই নগদবিহীন বীমা আঁচনিৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু অৰবিন্দ কেজৰিৱালে।

চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত প্ৰতিটো ৰোগৰ চিকিৎসা বিনামূলীয়া হ’ব বুলি চৰকাৰে কয়। চৰকাৰী কৰ্মচাৰী, অংগনবাড়ী, আশা কৰ্মীও এই বীমাত ১০০ শতাংশ সামৰি লোৱা হ’ব। তিনিমাহৰ ভিতৰত কাৰ্যকৰী হ’ব এই আঁচনি।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয়, আমি ‘মুখ্যমন্ত্ৰী স্বাস্থ্য আঁচনি’ আৰম্ভ কৰিবলৈ ওলাইছো, এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালে প্ৰতি বছৰে ১০ লাখ টকা পৰ্যন্ত বিনামূলীয়া আৰু ভাল চিকিৎসা লাভ কৰিব।

পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে এটা পোষ্টত লিখিছে, ‘মুখ্যমন্ত্ৰী সেহত যোজনা’ই পঞ্জাৱৰ প্ৰায় ৩ কোটি জনসংখ্যাক সামৰি ল’ব। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰকে ধৰি ৰাজ্যৰ স্থায়ী বাসিন্দাক প্ৰদান কৰা হ’ব এমএমএছৱাই হেল্থ কাৰ্ড। এই কাৰ্ডেৰে সকলো চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত বিনামূলীয়া আৰু নগদবিহীন চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব। পঞ্জাৱক স্বাস্থ্যৰ ক্ষেত্ৰত উত্তম সুবিধা প্ৰদান কৰাটো আমাৰ দায়িত্ব, যিটো আমি সম্পূৰ্ণ নিষ্ঠা আৰু দায়বদ্ধতাৰে পালন কৰি আছো।

এই উপলক্ষে আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কয় যে, পঞ্জাৱৰ মুখ্যমন্ত্ৰী সেহাত যোজনাৰ অধীনত ৰাজ্যৰ প্ৰতিটো পৰিয়ালে প্ৰতি বছৰে ১০ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব। আম আদমি পাৰ্টিৰ দুটা ডাঙৰ অগ্ৰাধিকাৰ হ’ল শিক্ষা আৰু স্বাস্থ্য কাৰণ প্ৰতিজন দৰিদ্ৰ লোকে ভাল শিক্ষা আৰু সুচিকিৎসাৰ সুবিধা নোপোৱালৈকে কোনো দেশেই আগবাঢ়িব নোৱাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aapbhagwant mannHealth Policypunjab
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?
অসম

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

May 25, 2026
নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি
জীৱনশৈলী

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

May 23, 2026
জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
জীৱনশৈলী

জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

May 23, 2026
সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?
জীৱনশৈলী

সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?

May 23, 2026
Next Post
জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.