• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমত সম্পূৰ্ণ বিফল, দ্বিতীয়ত ২৩৬ ৰেংক, তৃতিয়ত দেশৰ ভিতৰতে প্ৰথম 

প্ৰথমত সম্পূৰ্ণ বিফল, দ্বিতীয়ত ২৩৬ ৰেংক, তৃতিয়ত দেশৰ ভিতৰতে প্ৰথম 

2 years ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

17 minutes ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

38 minutes ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

2 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

2 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

3 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

4 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

5 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

6 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

6 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

6 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

7 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

প্ৰথমত সম্পূৰ্ণ বিফল, দ্বিতীয়ত ২৩৬ ৰেংক, তৃতিয়ত দেশৰ ভিতৰতে প্ৰথম 

editor by editor
April 16, 2024
in ক'ভিড-১৯
0
প্ৰথমত সম্পূৰ্ণ বিফল, দ্বিতীয়ত ২৩৬ ৰেংক, তৃতিয়ত দেশৰ ভিতৰতে প্ৰথম 
0
SHARES
213
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথমত সম্পূৰ্ণ বিফল, দ্বিতীয়ত ২৩৬ ৰেংক, তৃতিয়ত দেশৰ ভিতৰতে প্ৰথম

প্ৰথমবাৰ সম্পূৰ্ণ বিফল, দ্বিতীয়ত ২৩৬ ৰেংক, সন্তুস্তি লাভৰ বাবে তৃতিয়বাৰ পুনৰ অৱতীৰ্ণ হয় সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত, যি পৰীক্ষাত সফলতাই নিজে আজি চুম্বন কৰি যায় আদিত্য শ্ৰীবাস্তৱৰ। দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰে।

উত্তৰ প্ৰদেশৰ লক্ষ্নৌ নিবাসী আদিত্য আই আই টি কানপুৰৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডিগ্ৰীধাৰী। আজি ঘোষিত হোৱা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ এই ফলাফলে আদিত্যৰ লগতে পৰিয়ালৰ সকলোকে নথৈ আনন্দিত কৰি তোলে।

পিতৃৰ সপোন আছিল এগৰাকী আই এ এছ বিষয়া হোৱাৰ। নিজে হ’ব নোৱাৰাত সেই সপোন প্ৰদান কৰে পুত্ৰক। পুত্ৰই আই আই টি পাছ কৰাৰ পাছতে লাভ কৰিছিল ৪০ লাখ টকীয়া চাকৰীৰ অফাৰ।

সেই চাকৰি কৰি থাকোতেই প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হয় কেন্দ্ৰীয় লোকসেৱাৰ পৰীক্ষাত। পাছে সেইবাৰ প্ৰিলিমছেই ক্লিয়াৰ কৰিব নোৱাৰে আদিত্যই।

যাৰ বাবে পাছত চাকৰি এৰি সম্পূৰ্ণৰূপে মনোনিৱেশ কৰে পৰীক্ষা প্ৰস্তুতিত। ২০২২ত দ্বিতীয়বাৰৰ বাবে অৱতীৰ্ণ হৈ লাভ কৰে ২৩৬ ৰেংক। আই এ এছৰ সলনি লাভ কৰে আই পি এছৰ চাকৰি।

বৰ্তমানে হায়দৰাবাদত আই পি এছৰ ট্ৰেইনিঙত ব্যস্ত আছিল আদিত্য। কিন্তু তথাপি মন আই এ এছ বিষয়া হোৱাৰ বাবেহে। সেয়ে কৰ্মক্ষেত্ৰতো প্ৰস্তুতি চলাই থাতে আদিত্যই। যি কষ্ট আৰু সাধনাৰ ফলতে আজি লাভ কৰে দেশৰ ভিতৰতে ১ নম্বৰ স্থান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Top RankRank 1TopperupscUPSC 2024UPSC 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তথ্যত প্ৰকাশ, কভিড ভেকচিন আৰু হঠাৎ হাৰ্ট এটেকৰ মাজত কোনো সম্পৰ্ক নাই
ক'ভিড-১৯

তথ্যত প্ৰকাশ, কভিড ভেকচিন আৰু হঠাৎ হাৰ্ট এটেকৰ মাজত কোনো সম্পৰ্ক নাই

July 2, 2025
২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে
অপৰাধ

২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে

June 10, 2025
ক’ৰণাৰ কালৰূপ! মাথো কেইটামান সপ্তাহতেই দেশত প্ৰায় ৫০০০ সংক্ৰমিত, অসমতো ৮ গৰাকী
ক'ভিড-১৯

ক’ৰণাৰ কালৰূপ! মাথো কেইটামান সপ্তাহতেই দেশত প্ৰায় ৫০০০ সংক্ৰমিত, অসমতো ৮ গৰাকী

June 5, 2025
পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে কভিডে, এতিয়ালৈকে ১২ নিহত, আক্ৰান্তৰ সংখ্যা ১২০০ পাৰ
ক'ভিড-১৯

পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে কভিডে, এতিয়ালৈকে ১২ নিহত, আক্ৰান্তৰ সংখ্যা ১২০০ পাৰ

May 29, 2025
Next Post
চিনেমাৰ শ্বুটিঙত মিছাকৈ মাৰা এটা থাপ্পৰে সলাই পেলাইছিল এই অভিনেত্ৰীৰ জীৱন, ফাটিছিল কানৰ পৰ্দা, বেয়া হৈছিল চকু

চিনেমাৰ শ্বুটিঙত মিছাকৈ মাৰা এটা থাপ্পৰে সলাই পেলাইছিল এই অভিনেত্ৰীৰ জীৱন, ফাটিছিল কানৰ পৰ্দা, বেয়া হৈছিল চকু

এইবাৰ ৬৫০ কোটি টকাৰে ৭০ মহলীয়া ভব্য মন্দিৰ নিৰ্মাণ হ’ব মথুৰাত …

এইবাৰ ৬৫০ কোটি টকাৰে ৭০ মহলীয়া ভব্য মন্দিৰ নিৰ্মাণ হ'ব মথুৰাত ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.