• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়া নামিছে মনোৰঞ্জন জগতত, এইবাৰ কইনা উৰ্ফি, দৰা কোন ?

বিয়া নামিছে মনোৰঞ্জন জগতত, এইবাৰ কইনা উৰ্ফি, দৰা কোন ?

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

4 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

5 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

6 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

7 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

8 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

8 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

8 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

9 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

10 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

10 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিয়া নামিছে মনোৰঞ্জন জগতত, এইবাৰ কইনা উৰ্ফি, দৰা কোন ?

editor by editor
June 15, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
বিয়া নামিছে মনোৰঞ্জন জগতত, এইবাৰ কইনা উৰ্ফি, দৰা কোন ?
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়া নামিছে মনোৰঞ্জন জগতত, এইবাৰ কইনা উৰ্ফি, দৰা কোন ?

সামাজিক মাধ্যমত সততে সাজপাৰক লৈ বিতৰ্কৰ সৃষ্টি কৰা উৰ্ফি জাভেদৰ বিয়া। বিয়াৰ খবৰে এতিয়া সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাছে দৰা কোনে !

হবলগীয়া দৰাৰ সৈতে সামাজিক স্থানত দেখা পোৱা গৈছে উৰ্ফিক। দৰাৰ সৈতে আলিংগন কৰি চুম্বনো কৰে সামাজিক স্থানত। বিয়াৰ বিষয়েও দুয়ো নিজ নিজৰ মন্তব্য আগবঢ়ায়।

সেই বিশেষ ব্যক্তিগৰাকী হৈছে অৰি। উৰ্ফিৰ দৰে আন এক সামাজিক মাধ্যমত ষ্টাৰ। সততে বলীউড তাৰকা সকলৰ সৈতে ছেলফী লোৱা দেখা পোৱা অৰিৰ সৈতে সদ্যহতে দেখা পোৱা যায় উৰ্ফিক।

মুম্বাইৰ এক হোটেলৰ বাহিৰত দেখা পোৱা যায় দুয়োকে। নৈশ আহাৰ কৰি উলাই আহিছিল দুয়ো। তাতেই সন্মুখাসন্মুখি হয় পাপাৰাজ্জিৰ। কেমেৰা দেখি বিভিন্ন প’জ দি ফটো উঠে দুয়ো। আনকি কেমেৰাৰ সমুখত অৰিক চুম্বন কৰে উৰ্ফিয়ে।

তাতেই ওলাই দুয়োৰে বিয়াৰ কথা। দুয়োৰে বিয়া নেকি বুলো সোধাত কেৱল হাঁহিৰে ইয়াৰ উত্তৰ দিয়ে। অৰিক বিয়াৰ কথা সোধোতে কয়- উৰ্ফিত বিয়া কৰাব কোনে নিবিচাৰিব।

উৰ্ফিক সোধাত উৰ্ফিয়ে কয় – মোৰ বিয়াৰ বাবে বহুত দৌৰা দৌৰি লাগিছে আপোনালোকৰ। অৱশ্যে অৰিয়ে এতিয়ালৈকে এই বিয়াত সন্মতি দিয়া নাই, নহলে কেতিয়াবাই অৰি-মোৰ বিয়া হৈ গল হেতেন।

সামাজিক মাধ্যমত এই কথা বিয়পি পৰাৰ পাছতে বহুতে বিভিন্ন ধৰণৰ কমেণ্ট কৰিবলৈ আৰম্ভ কৰিছে। কোনোৱে লিখিছে – এয়াহে পাভ যোৰা। কোনেৱে লিখিছে- পাৰফেক্ট কাপল, কোনেৱে লিখিছে- মেড ফৰ ইচ-আডাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Orrysocial mediaSocial Media ViralUrfi Javed
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
মাথো এটা সপ্তাহতে লাভ কৰক উজ্জলতা, মুলতানি মাটিৰ সৈতে ব্যৱহাৰ কৰক এবিধ মাত্ৰ সামগ্ৰী

মাথো এটা সপ্তাহতে লাভ কৰক উজ্জলতা, মুলতানি মাটিৰ সৈতে ব্যৱহাৰ কৰক এবিধ মাত্ৰ সামগ্ৰী

কোনে কোনে লাভ কৰে দেশৰ ভিতৰত অধিক দৰমহা, ৫ নম্বৰতহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কোনে কোনে লাভ কৰে দেশৰ ভিতৰত অধিক দৰমহা, ৫ নম্বৰতহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.