• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনে কোনে লাভ কৰে দেশৰ ভিতৰত অধিক দৰমহা, ৫ নম্বৰতহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কোনে কোনে লাভ কৰে দেশৰ ভিতৰত অধিক দৰমহা, ৫ নম্বৰতহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

2 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

8 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

9 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

9 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

9 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

10 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

11 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

11 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

13 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

13 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

14 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

15 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কোনে কোনে লাভ কৰে দেশৰ ভিতৰত অধিক দৰমহা, ৫ নম্বৰতহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

editor by editor
June 15, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
কোনে কোনে লাভ কৰে দেশৰ ভিতৰত অধিক দৰমহা, ৫ নম্বৰতহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
0
SHARES
409
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনে কোনে লাভ কৰে দেশৰ ভিতৰত অধিক দৰমহা, ৫ নম্বৰতহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দেশৰ ভিতৰত সবাতোকৈ অধিক দৰমহা লাভ কৰা ব্যক্তিগৰাকী কোন তথা ভাৰত চৰকাৰে কাক সৰ্বাধিক দৰমহা দিয়ে? জানেনে ! এই তালিকাৰ ৫ নম্বৰতহে আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ভাৰত চৰকাৰে কোনজন ব্যক্তিক সৰ্বাধিক দৰমহা দিয়ে , তেওঁ কি পদত আছে আৰু কিমান দৰমহা লয়? এই প্ৰশ্ন উত্থাপন হলে পোনেই মনলৈ আছে ৰাষ্ট্ৰপতিৰ নাম। পাছে ৰাষ্ট্ৰপতিৰ পাছত কোন কোন!

ভাৰত চৰকাৰে সৰ্বাধিক দৰমহা ৰাষ্ট্ৰপতিক দিয়ে। ৰাষ্ট্ৰপতিয়ে প্ৰতিমাহে ৫ লাখ টকাৰ দৰমহা পায়। ইয়াৰ উপৰিও সকলো ধৰণৰ ভাট্টা, চৰকাৰী বাসস্থান হিচাপে ৰাষ্ট্ৰপতি ভৱন, চৰকাৰী বাহন, ২৪ ঘণ্টীয়া নিৰাপত্তাৰক্ষী আৰু বিশাল কৰ্মচাৰীৰ ব্যৱস্থা আছে।

দৰমহাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে উপ-ৰাষ্ট্ৰপতি। তেওঁ মাহে ৪ লাখ টকাৰ দৰমহা পায়। ইয়াৰ উপৰিও বহু ধৰণৰ ভাট্টা, বিশাল বাংলো, বিলাসী গাড়ী, ২৪ ঘণ্টীয়া নিৰাপত্তাৰক্ষী, চিকিৎসাৰ সুবিধা আদিও উপলব্ধ।

তিনি নম্বৰত আহে ৰাজ্যপাল। ভাৰত চৰকাৰে ৰাজ্যপালক মাহিলী ৩ লাখ ৫০ হাজাৰ টকাৰ দৰমহা দিয়ে। এইবোৰৰ বাহিৰেও প্ৰতিখন ৰাজ্যতে ৰাজ্যপালৰ বাবে বিলাসী বাংলো, নিৰাপত্তাৰক্ষী, লগতে অন্যান্য সা-সুবিধাও উপলব্ধ।

চাৰি নম্বৰত আছে ভাৰতৰ মুখ্য ন্যায়াধীশ। মাহে ২ লাখ ৮০ হাজাৰ টকাৰ দৰমহা পায়। ইয়াৰ উপৰিও ৰাজধানী দিল্লীত বাংলো, ২৪ ঘণ্টীয়া নিৰাপত্তাৰক্ষী, গাড়ীৰ দৰে সুবিধাৰ ব্যৱস্থা কৰা হৈছে।

দৰমহাৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী পঞ্চম স্থানত আছে। প্ৰতিমাহে ১.৬৬ লাখ টকা দৰমহা পায় প্ৰধানমন্ত্ৰীয়ে। য’ত বিভিন্ন ধৰণৰ ভাট্টাও অন্তৰ্ভুক্ত কৰা আছে। চৰকাৰী থকাৰ ব্যৱস্থাৰ উপৰিও তেওঁলোকক এছ পি জি নিৰাপত্তা, বিশেষ জাহাজ, বুলেট প্ৰুফ বাহন আৰু সকলো ধৰণৰ সা-সুবিধাও প্ৰদান কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Highest SalaryIndian Governmentnarendra-modipmpresidentSalary
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
Next Post
কোন হয়, কি কৰে, বেকগ্ৰাউণ্ড কি সোনাক্ষীৰ দৰাৰ, উপাৰ্জনত আকাশ-পাতাল পাৰ্থক্য দুয়োৰে মাজত

কোন হয়, কি কৰে, বেকগ্ৰাউণ্ড কি সোনাক্ষীৰ দৰাৰ, উপাৰ্জনত আকাশ-পাতাল পাৰ্থক্য দুয়োৰে মাজত

লোকসভা নিৰ্বাচনৰ অন্ত, এতিয়া দেশৰ ১০ আৰু অসমৰ ২খন আসনৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচন

লোকসভা নিৰ্বাচনৰ অন্ত, এতিয়া দেশৰ ১০ আৰু অসমৰ ২খন আসনৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.