অসম লাইভ২৪ঃ কথাবোৰ প্ৰকাশ্যে নহ’লেও ভালপোৱাৰ কথাবোৰ হৃদয়ে বুজে৷ ক্ৰিকেটাৰ ঋষভ পন্থৰ এক্সিডেণ্টৰ পাছতেই বহুতেই সামাজিক মাধ্যমত চাৰ্ছ কৰিছে উৰ্বশী ৰৌতেলাক৷ সকলোৱে জানিব বিচাৰিছে উৰ্বশীৰ সৈতে ঋষভৰ চলি থকা সম্পৰ্কৰ কথাবোৰ ৰিউমাৰ নে সঁচা! কিন্তু অৱশেষত সেয়া সঁচা প্ৰমাণিত হ’ল৷ ঋষভৰ কোন ফটো নতুবা কথা শ্বেয়াৰ নকৰিলেও উৰ্বশীয়ে নিজৰেই এখন ফটো শ্বেয়াৰ কৰি কেপশ্ব্যনত লিখিছে বিশেষ কথা৷
বগা পোছাক পৰিহিতা উৰ্বশীৰ বিশেষ ফটোখনৰ তলত কেপশ্ব্যনত আছে ‘প্ৰাৰ্থনা কৰিছো’ লগতে দিছে এটা বগা ৰঙৰ হাৰ্ট থকা ইমোজি৷ এই ফটোখন দিয়া মাত্ৰকেই ভাইৰেল হৈ পৰিছে৷ সকলোৱে বুলি উঠিছে উৰ্বশীয়ে কাক লৈ এই প’ষ্ট শ্বেয়াৰ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ