• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

8 months ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

40 minutes ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

2 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

4 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

5 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

7 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

19 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

20 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

21 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

21 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

22 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

editor by editor
January 5, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?
0
SHARES
529
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভেনিজুৱেলাত সোমাই সেই দেশৰ প্ৰেছিডেণ্ট নিকোলাছ মাদুৰোক অপহৰণ কৰিছে আমেৰিকাই৷ বিশ্ব ইতিহাসত এই ঘটনা বৰ্তমানলৈকে বৰ বেছি ঘটা নাই৷ আমেৰিকাৰ ইতিহাসতহে এনে কাণ্ড আছে৷ ইৰাকৰ ছাদ্দাম হুছেইন হওক বা পানামাৰ প্ৰেছিডেণ্ট মেনুৱেল নেৰিয়েগাক নিজৰ দেশতেই সোমাই বন্দী কৰিছিল মাৰ্কিন বাহিনীয়ে৷ একেই ঘটনা ঘটিছে মাদুৰোৰ সৈতেও৷  বহুতেই মাদুৰোৰ অপহৰণক বেআইনী আখ্যা দিছে৷ প্ৰশ্ন উঠিছে ভেনিজুৱেলাত সোমাই মাদুৰোক বন্দী কৰাৰ অধিকাৰ আছেনে ডোনাল্ড ট্ৰাম্পৰ? কি কৈছে আন্তৰ্জাতিক আইন?

মাদুৰোক বন্দী কৰাত বিশ্বত সমালোচনা হৈছে৷ আমেৰিকাৰ কিছু বন্ধু দেশ বা ৰিপাব্লিকানেও ট্ৰাম্পৰদ পদক্ষেপক প্ৰশংসাৰে ভৰাই দিলেও বেছিভাগেই এই ঘটনাক নিন্দা কৰিছে৷ তেওঁলোকৰ মতে এনেকৈ মাদুৰোক বন্দী কৰাটো ভেনিজুৱেলাৰ আঞ্চলিক সাৰ্বভৌমত্বত আঘাত হনাৰ বাদে আন একো নহয়৷ বহু দেশেই এই বিষয়ে ৰাষ্ট্ৰপুঞ্জৰ হস্তক্ষেপৰ দাবী জনাইছে৷ প্ৰতিক্ৰিয়া দিছে ৰাষ্ট্ৰপুঞ্জইয়ো৷ তেওঁলোকে জনাইছে যে আমেৰিকাৰ এই পদক্ষেপ বিশ্বৰ দৰবাৰত এক বিপজ্জনক নজিৰ৷

১৯৪৫ চনৰ অক্টোবৰত ৰাষ্ট্ৰপুঞ্জই এখন বিশেষ চুক্তি স্বাক্ষৰ কৰাইছিল৷ সেই চনদৰ অনুচ্ছেদ ২(৪) অনুসৰি,  সকলো দেশে অন্য দেশৰ বিৰুদ্ধে সামৰিক শক্তি ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগিব৷ ৰাষ্ট্ৰপুঞ্জৰ সকলো সদস্যদেশৰ বাবে এই নিয়ম প্ৰযোজ্য৷ তাত কোৱা হৈছে, ‘সকলো সদস্য দেশেই তেওঁলোকৰ আন্তৰ্জাতিক সম্পৰ্কৰ ক্ষেত্ৰত অন্য দেশৰ আঞ্চলিক অখণ্ডতা বা ৰাজনৈতিক স্বাধীনতাৰ বিৰুদ্ধে বলপ্ৰয়োগ কৰিব নোৱাৰিব৷ অৰ্থাৎ, স্পষ্টভাৱে আমেৰিকাই ৰাষ্ট্ৰপুঞ্জৰ চনদ লঙ্ঘন কৰিছে৷

ডাউটি ষ্ট্ৰিট চেম্বাৰ্ছৰ প্ৰতিষ্ঠাতা তথা চিয়েৰা লিওনে ৰাষ্ট্ৰপুঞ্জৰ যুদ্ধাপৰাধ আদালতৰ প্ৰাক্তন সদস্য জিওফ্ৰে ৰবাৰ্টছনৰ মতে, ‘আমেৰিকা বাস্তৱত ৰাষ্ট্ৰপুঞ্জৰ নিয়ম লঙ্ঘন কৰিছে৷ আগ্ৰাসনৰ অপৰাধত অপৰাধী তেওঁলোক৷ নুৰেমবাৰ্গৰ আদালতে এই ধৰণৰ ঘটনাক সৰ্বোচ্চ অপৰাধ হিচাপে বৰ্ণনা কৰিছে৷’ সাংবিধানিক আইন বিশেষজ্ঞ তথা নৰ্থইষ্টাৰ্ন বিশ্ববিদ্যালয়ৰ অধ্যাপক জেৰেমি পল সংবাদসংস্থা ৰয়টাৰ্ছক কৈছে, ‘এয়া আইনপ্ৰয়োগকাৰী সংস্থাৰ অভিযান আছিল৷ এই অভিযানৰ কোনো অৰ্থ নাই৷’ আন্তৰ্জাতিক আইন অনুসৰি, অন্য কোনো দেশৰ ৰাষ্ট্ৰপ্ৰধানক আটক কৰাৰ কোনো ক্ষমতা নাই আমেৰিকাৰ৷

মাদুৰোক আটক কৰাৰ নেপথ্যত আমেৰিকাৰ নিজস্ব কিছু যুক্তি আছে৷ আমেৰিকাই বাৰে বাৰে দাবী কৰিছে, নিৰ্বাচনত ভোটচুৰি কৰি ক্ষমতালৈ আহিছে মাদুৰো৷ প্ৰেচিডেণ্ট হিচাপে তেওঁৰ বৈধতাক লৈয়ো প্ৰশ্ন তুলিছে মাৰ্কিন প্ৰশাসন৷ ইয়াৰোপৰি মাদক সৰবৰাহ বা সন্ত্ৰাসবাদক সহায় কৰাৰ দৰে অভিযোগো আছে মাদুৰোৰ বিৰুদ্ধে৷ মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ বাবে বিচাৰ বিভাগত সহায়তা বিচাৰিছিল মাৰ্কিন প্ৰশাসনেও বুলি দাবী কৰিছে আমেৰিকাই৷ মাদুৰোক আটক কৰা কোনো সামৰিত অভিযান নহয়. বিচাৰ বিভাগৰ অনুৰোধতেই এই পদক্ষেপ৷

আমেৰিকা প্ৰশাসনৰ যুক্তিৰ সৈতে কিন্তু সহমত নহয় ট্ৰাম্প৷ তেওঁ মাদুৰোৰ বিৰুদ্ধে তেল চুৰিৰ অভিযোগ আনিছে৷ মাদুৰোক আটক কৰাৰ ঘটনা প্ৰসংগত দৰ্পেৰে ট্ৰাম্পে কৈছে, ‘আমেৰিকাই যি অৰ্জন কৰিছে, বিশ্বৰ কোনো দেশেই সেয়া কৰিব পৰা নাই৷ অলপ সময়ৰ ভিতৰত ভেনিজুৱেলাৰ সমস্ত সামৰিক ক্ষমতা শক্তিহীন হৈ পৰিছিল৷ ট্ৰাম্পে লগতে জনাইছে যে, ভেনিজুৱেলাৰ ইন্ধনভাণ্ডাৰ দখলৰ বাবে শীঘ্ৰেই মাৰ্কিন তেল কোম্পানীসমূহক অনুমোদন দিয়াৰ পৰিকল্পনা কৰিছে তেওঁ৷ ট্ৰাম্পে জনাইছে, মাৰ্কিন সংস্থাসমূহে এই প্ৰকল্প কোটি কোটি ডলাৰত ব্যয় কৰিব৷ মাৰ্কিন প্ৰেছিডেণ্টৰ বক্তব্যৰ পাছতেই বহুতে দাবী কৰিছে, ট্ৰাম্পৰ লক্ষ্যই আছিল ভেনিজুৱেলাৰ তেলৰ ভাণ্ডাৰ৷ সেই কাৰণেই এই অভিযান৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!
বাণিজ্য

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

August 26, 2026
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন
বাণিজ্য

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

August 26, 2026
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
Next Post
ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ

বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.