• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰাম্পৰ বাজি ওলোটাই দিয়াৰ দিশে ভাৰতীয় মূলৰ কমলা হেৰিছ, এতিয়া থৰক-বৰক ডোনাল্ডৰ বিজয়

2 years ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

21 minutes ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

48 minutes ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

1 hour ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

2 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

3 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

12 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

13 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

14 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

15 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ট্ৰাম্পৰ বাজি ওলোটাই দিয়াৰ দিশে ভাৰতীয় মূলৰ কমলা হেৰিছ, এতিয়া থৰক-বৰক ডোনাল্ডৰ বিজয়

editor by editor
July 27, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ট্ৰাম্পৰ বাজি ওলোটাই দিয়াৰ দিশে ভাৰতীয় মূলৰ কমলা হেৰিছ, এতিয়া থৰক-বৰক ডোনাল্ডৰ বিজয়
0
SHARES
207
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ট্ৰাম্পৰ বাজি ওলোটাই দিয়াৰ দিশে ভাৰতীয় মূলৰ কমলা হেৰিছ, এতিয়া থৰক-বৰক ডোনাল্ডৰ বিজয়

সমগ্ৰ আমেৰিকাৰ নিৰ্বাচন ৰ প্ৰেক্ষাপটেই সলনি কৰি পেলালে ভাৰতীয় মূলৰ কমলা হেৰিছে। হেৰিছৰ কৌশলগত পদক্ষেপ আৰু ড’নাল্ড ট্ৰাম্পৰ অস্থিৰতাৰ পৰা যেন এতিয়া তাকেই দেখা গৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰতিদ্বন্দ্বী জো বাইডেন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা আঁতৰি অহাৰ পূৰ্বে প্ৰথম অৱস্থাত ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পেই নিশ্চিত জয় বুলি ঠাৱৰ কৰা হৈছিল। পাছে জো বাইডেনৰ ঠাইত এতিয়া কমলা হেৰিছ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নমাৰ লগে লগে সলনি হৈ পৰিছে সকলো। বাইডেনৰ পিছত কমলা হেৰিছে যেন যুৱক-যুৱতীসকলৰ হৃদয়ত দ্ৰুতগতিত স্থান লাভ কৰিবলৈ ধৰিছে।

উল্লেখ্য যে, চলিত বৰ্ষৰ ৩০ মে’ত আমেৰিকাৰ আদালতে ড’নাল্ড ট্ৰাম্পক পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছক নীৰৱ কৰিবলৈ ধন দিয়াৰ লগতে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ব্যৱসায়িক ৰেকৰ্ড ভুৱা কৰাৰ অভিযোগত দোষী সাব্যস্ত হৈছিল। এই শুনানি নিউয়ৰ্কত প্ৰায় ৬ সপ্তাহ ধৰি চলিছিল আৰু ইয়াত তেওঁক ৩৪টা অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল। লগতে কোৱা হৈছিল যে তেওঁৰ এজন পৰ্ণ ষ্টাৰৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছিল। যদিও ২০১৬ চনৰ এই গোচৰটো তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ আগৰ, কিন্তু আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল। কমলা হেৰিছে এই বিষয়ৰেই সুবিধা লয় আৰু ডোনাস্ড ট্ৰাম্পৰ বিৰুদ্ধে নিজৰ মন্তব্য দাঙি ধৰে।

সমীক্ষাত কোৱা হৈছে যে কমলা হেৰিছে আমেৰিকাৰ যুৱ ভোটাৰক বৰ্তমানে আকৰ্ষণ কৰিছে আৰু আচৰিত কথাটো হ’ল ১৮ৰ পৰা ৩৪ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ মাজত তেওঁ ট্ৰাম্পতকৈ ২০ পইণ্টৰ অগ্ৰগতি লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AmericaAmerica electionD0onald TrumpHerrish Vs TrumpKamal Herrish
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

March 18, 2026
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
Next Post
শনি বক্ৰী হৈ লাভৱান হৈ পৰিব ৩ ৰাশি, লাভ কৰিব বিশেষ ফল

হোটেলত চুৰি কৰিবলৈ আহি একোৱেই নাপালে, খঙৰে চোৰে ২০টকা থৈ নমস্কাৰ দিয়ে চিচি কেমেৰাক, ক’ত এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন