• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

3 months ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

7 minutes ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

41 minutes ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

2 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

3 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

4 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

4 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

4 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

5 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

18 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

19 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

19 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

ইজৰাইলৰ কেইবাজনো মন্ত্ৰীক ধমক মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ

editor by editor
June 20, 2026
in বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?
0
SHARES
205
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে আমেৰিকা-ইৰান চুক্তিৰ সমালোচনা কৰা ইজৰাইলী কেবিনেটৰ কেইবাজনো মন্ত্ৰীক তীব্ৰভাৱে ভৰ্ৎসনা কৰাৰ পিছত ইজৰাইলৰ ৰাজনীতি আৰু সংবাদ মাধ্যমত ব্যাপক বিতৰ্কৰ সূচনা হৈছে। ভেন্সে ইজৰাইলৰ সংশ্লিষ্ট মন্ত্ৰীকেইজনক ভৰ্ৎসনা কৰি কৈছিল যে-ইজৰাইলে নিজৰ একমাত্ৰ শক্তিশালী বন্ধু আমেৰিকাক লক্ষ্য কৰি আক্ৰমণাত্মক মন্তব্য কৰা উচিত নহয় কাৰণ আমেৰিকাৰ বাহিৰে ইজৰাইলৰ লগত সাম্প্ৰতিক সময়ত কোনো শক্তিশালী সহযোগী নাই। হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা আলাপত ভেন্সে লগতে কয় যে- প্ৰধানমন্ত্ৰী নেতান্যায়াহুৰ কেবিনেটৰ কিছুমান সদস্যই ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ব্যক্তিগতভাৱে লক্ষ্য কৰি কৰা আক্ৰমণাত্মক মন্তব্যত তেওঁ অসন্তুষ্ট। তেওঁ ট্ৰাম্পক বিশ্বৰ ভিতৰত ইজৰাইলৰ প্ৰতি আটাইতকৈ সহানুভূতিশীল নেতা বুলিও অভিহিত কৰে। ভেন্সে লগতে উল্লেখ কৰে যে- ইজৰাইলক প্ৰদান কৰা অ*স্ত্ৰ-শস্ত্ৰৰ প্ৰায় দুই-তৃতীয়াংশ আমেৰিকাৰ ধনেৰে উৎপাদন আৰু পুঁজিকৰণ কৰা হৈছে। বিগত কিছু বছৰ ধৰি কোনো আমেৰিকান নেতাই ইজৰাইলক লৈ ইমান কঠোৰ মন্তব্য কৰা নাছিল। ইৰান-আমেৰিকা শান্তি চুক্তিত ব্যাঘত জন্মাব পৰাকৈ ইজৰাইলে লেবাননক কৰা আক্ৰমণৰ পিছতে ভেন্সে কৰা এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। ভেন্সে লগতে কয় যে- ৰাষ্ট্ৰপতি ট্ৰাম্পে ইজৰাইলৰ আত্মৰক্ষাৰ অধিকাৰক সমৰ্থন কৰে, কিন্তু ইজৰাইলেও শান্তি প্ৰক্ৰিয়াৰ প্ৰতি সন্মান দেখুৱাব লাগিব।

ইজৰাইল-আমেৰিকাৰ মতভেদে লাভান্বিত কৰিব ইৰানক!

স্বাভাৱিকতে জে ডি ভেন্সৰ এই প্ৰতিক্ৰিয়াই দেখুৱাইছে যে ইজৰাইল আৰু আমেৰিকাৰ মাজত মতভেদ আৰম্ভ হৈছে। এয়া অন্য এক সংঘাতৰ আৰম্ভণিও হ’ব পাৰে। যদি সেয়াই হয় তেনেহলে এই কাৰ্যই ইৰানক আৰু এটা সুবিধা দিব পাৰে। যুদ্ধৰ আগতে ইৰানক লৈ আমেৰিকা আৰু ইজৰাইলৰ মাজত বিশেষ মতভেদ নাছিল। এতিয়া যুদ্ধ সমাপ্তিৰ দিশে গতি কৰা সময়ত দুয়োখন দেশৰ মাজত স্পষ্টকৈ দেখা দিছে মতবিৰোধ। ইপিনে একাংশ ইজৰাইলী সংবাদ মাধ্যমে আমেৰিকাক লক্ষ্য কৰি প্ৰকাশ কৰা বাতৰিত লিখিছে যে আমেৰিকা-ইৰানৰ চুক্তি বা আলোচনাত ইজৰাইলক সম্পূৰ্ণ বাহিৰত ৰখা হৈছে। লেবাননৰ ক্ষেত্ৰত ইজৰাইলক পিছুৱাই আহিবলৈ আমাক আদেশ দিছে। যি আমেৰিকাই ইজৰাইলক অতি ঘনিষ্ঠ বুলি প্ৰচাৰ কৰে সেই আমেৰিকাই আমাৰ শত্ৰুৰ সৈতে চুক্তি সম্পন্ন কৰাৰ আগমুহূৰ্তত আমাক আদেশ দিব পৰা হ’ল। ইজৰাইলৰ বিৰোধী নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এহুদ বাৰাকে মন্তব্য কৰে যে এই যুদ্ধই ইৰানক পূৰ্বতকৈ অধিক শক্তিশালী কৰাৰ বিপৰীতে ইজৰাইলক পূৰ্বতকৈ অধিক দুৰ্বল কৰি তুলিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24iran-us
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
Next Post
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.