উত্তৰ প্ৰদেশৰ কৃষক হত্যাৰ ঘটনা। বিজেপি চৰকাৰক সমালোচনাৰে থকাসৰকা ৰাহুল গান্ধীৰ। কৃষক হত্যাৰ বাবে মন্ত্ৰী পুত্ৰক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী। ১৪৪ ধাৰা উলংঘা কৰি লখিমপুৰলৈ যাব ৰাহুল গান্ধী।