• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

3 weeks ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

ভাগ্যই ল’ব নতুন গতি, শনি জয়ন্তীত কৰক এই কাম!

3 hours ago
NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

4 hours ago
অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

4 hours ago
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

5 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

5 hours ago
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

6 hours ago
ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

7 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

7 hours ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

8 hours ago
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

9 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

9 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

editor by editor
April 25, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, লেখা
0
অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা
0
SHARES
238
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈভৱ সূৰ্যবংশীয়ে সৃষ্টি কৰিছে আই পি এলৰ ইতিহাস। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৩৬টা বলত পোন্ধৰ বছৰীয়া বৈভৱে শতক কৰিছে। এইটোৱে হৈছে অ’পেনাৰগৰাকীৰ আই পি এলৰ দ্বিতীয়টো শতক। ইয়াৰ পূৰ্বে তেওঁ নিজৰ আৰম্ভণি ছিজনত গুজৰাট টাইটানছৰ বিৰুদ্ধে ৩৫টা বলত শতক কৰিছিল। ১৫ বছৰ বয়সত আই পি এলত দুটা শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে বৈভৱ।

আই পি এলৰ ইতিহাসত অভিষেক ঘটোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ বৈভৱ সূৰ্যবংশী। ২০২৫ চনত ১৪ বছৰ বয়সত অভিষেক ঘটাইছিল আৰু ১৩ বছৰ বয়সত IPL ৰ নিলামত প্ৰৱেশ কৰিছিল। আই পি এলৰ ইতিহাসত সৰ্বাধিক দ্ৰুত ৫০০ ৰানৰ বিশ্ব অভিলেখ (মাত্ৰ ২২৭ বলত) তেওঁৰ হাতত আছে। বৈভৱে গ্লেন মেক্সৱেল (২৬০ বল) আৰু বীৰেন্দ্ৰ ছেহৱাগ (২৮০ বল)ৰ দৰে কিংবদন্তিক অতিক্ৰম কৰিলে। ২০২৬ চনৰ আই পি এলত তেওঁ মাত্ৰ ১৫টা বলত অৰ্ধশতক অৰ্জন কৰি লীগৰ যৌথ তৃতীয় দ্ৰুততম খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ উপৰিও আই পি এলৰ অভিষেক মেচত প্ৰথম বলত ছয় কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ।

বৈভৱ সূৰ্যবংশী ভাৰতীয় ক্ৰিকেটৰ অন্যতম উদীয়মান তাৰকা। কম বয়সতে ব্যতিক্ৰমী বেটিঙেৰে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰি। বিহাৰৰ পৰা অহা এই যুৱ বাওঁহাতেৰে খেলা বেটছমেনে ১২ বছৰ বয়সত প্ৰথম শ্ৰেণীৰ অভিষেক (ৰঞ্জী ট্ৰফী) কৰি ইতিহাস ৰচনা কৰি আধুনিক যুগৰ অন্যতম কনিষ্ঠ ভাৰতীয় অভিষেককাৰী হিচাপে পৰিগণিত হয়। বৈভৱৰ কৌশল আৰু ডাঙৰ শ্বট খেলাৰ ক্ষমতাই তেওঁক তেওঁৰ বয়সৰ খেলুৱৈতকৈ বহু আগুৱাই লৈ গৈছিল। আই পি এল ২০২৫ৰ নিলামত ৰাজস্থান ৰয়েলছে তেওঁক অধিগ্ৰহণ কৰি আই পি এলৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ লগে লগে তেওঁৰ প্ৰতিভাক আৰু অধিক স্বীকৃতি লাভ কৰে। ১৯ বছৰ অনুৰ্ধ ক্ৰিকেটত তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনেও প্ৰতিশ্ৰুতিৰ পৰিচয় দিছে, যাৰ ফলত তেওঁৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ লগতে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰাৰ এক শক্তিশালী সম্ভাৱনাও আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা
শিক্ষা

NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

May 15, 2026
অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক
বাণিজ্য

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

May 15, 2026
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক
জীৱনশৈলী

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

May 15, 2026
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

May 15, 2026
Next Post
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ'ব আচৰিত!

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.