• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

5 months ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

20 minutes ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

14 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

15 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

15 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

16 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

16 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

17 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

17 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

18 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

18 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

20 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ'ব আচৰিত!

editor by editor
April 25, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
0
SHARES
433
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিগৰাকী মহিলাৰ প্ৰেমিক বা স্বামীৰ পৰা কিছুমান নিৰ্দিষ্ট বস্তু আশা কৰে। কিন্তু এইবোৰ কেৱল আশা নহয়, বৰঞ্চ এইবোৰেই সম্পৰ্কক শক্তিশালী কৰি তোলে আৰু দীৰ্ঘম্যাদী সম্পৰ্কৰ বাবে প্ৰয়োজনীয়। আজিকালি বহুতে কোৱা দেখা যায় যে, নাৰীক বিলাসী জীৱন দি সুখী কৰি ৰাখিব পাৰি, কিন্তু আচলতে কথাবোৰ ইয়াৰ বিপৰীত। এগৰাকী নাৰীয়ে কেৱল প্ৰেমৰ সংগী বা স্বামীৰ পৰা ধন আশা নকৰে, কিন্তু তেওঁৰ সংগীৰ পৰা আৰু বহু আশা কৰে আৰু যদি পুৰুষজনে এইবোৰ কথা ভালদৰে বুজি পায়, তেন্তে তেওঁৰ সম্পৰ্ক বহুদিনলৈকে সুদৃঢ় হৈ থাকে। কিন্তু কিছুমাণ গুণে আজিৰ মডাৰ্ণ যুগৰ নাৰীক আকৰ্ষণ কৰে।

সততা আৰু বিশ্বাসযোগ্য

যিজন পুৰুষ নিজৰ কথা আৰু কামত সৎ, তেওঁৰ প্ৰতি নাৰীয়ে আটাইতকৈ বেছি আকৰ্ষণ অনুভৱ কৰে। বিশ্বাসযোগ্য পুৰুষৰ সৈতে সম্পৰ্ক স্থায়ী আৰু সুখৰ হয়।

কথা শুনা

বহু সময়ত যুৱতীসকলে বিচাৰে যে তেওঁলোকে এনে সংগী লাভ কৰক যিয়ে তেওঁৰ কথা শুনাৰ ধৈৰ্য ৰাখে। ছোৱালীৰ আৱেগ বেছি। সেই অনুসৰি যাতে পুৰুষ এজনে প্ৰেয়সীৰ ভাল-বেয়া সকলো কথা শুনে। এক কথাত মহিলাই এনে এজন পুৰুষ বিচাৰে যাৰ ওচৰত তেওঁ সকলো কথা শ্বেয়াৰ কৰিব পাৰে আৰু সংগীয়ে সেই কথা ধৈৰ্য সহকাৰে শুনে

মনৰ কথা বুজা

যেতিয়া সম্পৰ্ক এটাত ইজনে আনজনক সকলো কথা শ্বেয়াৰ কৰিব পৰা পৰিৱেশ এটা থাকে সেই সম্পৰ্ক বেছি দিনলৈ চলে। যুৱতীসকলে এনে যুৱক ভাল পাই যাৰ ওচৰত তেওঁ মনৰ সকলো ভাব আৰু সিদ্ধান্ত মুকলিকৈ প্ৰকাশ কৰিব পাৰে। ই সম্পৰ্ক এটাৰ বাবে শক্তিশালী ভেটি।

আৱেগক গুৰুত্ব

কোৱা হয় পুৰুষতকৈ মহিলাৰ আৱেগ বেছি। গতিকে যুৱতীসকলে এনে এজন যুৱক বিচাৰে যিয়ে তেওঁৰ অনুভৱক সন্মান জনায়।সংবেদনশীল আৰু বুজাবুজিৰ পুৰুষে নাৰীৰ হৃদয় সোনকালে জয় কৰে। এনে সম্পৰ্কত ইতিবাচকতাও থাকে।

সলনি কৰাৰ চেষ্টা নকৰা

যুৱক বা যুৱতী সকলোৱে এনে এজন সংগী বিচাৰে যিয়ে কেতিয়াও সংগীক সলনি কৰিব নিবিচাৰে। প্ৰতিগৰাকী ব্যক্তিৰ নিজা নিজা ব্যক্তিত্ব বা পৰিচয় থাকে। সেই অনুসৰি মানুহক আঁকোৱালি লোৱা প্ৰয়োজন। যদি সংগীয়ে আনজন সংগীৰ ওপৰত নিজৰ ইচ্ছা বা সিদ্ধান্তৰ হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা কৰে তেন্তে সমস্যা আহিব পাৰে। গতিকে যি যুৱকে প্ৰেয়সীৰ সিদ্ধান্তক সন্মান জনাই, তেওঁক সলনি কৰাৰ চেষ্টা নকৰে তেনে লোকক পচন্দ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত
অসম

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

September 20, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

September 19, 2026
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?
বিনোদন

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

September 19, 2026
Next Post
চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.