• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
vastu tips

Vastu Tips: নতুন বছৰৰ পূৰ্বে শীঘ্ৰেই কৰক এই কাম, উজলি উঠিব আপোনাৰ ভাগ্য

5 years ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

16 minutes ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

53 minutes ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

1 hour ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

1 hour ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

2 hours ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

2 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

5 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

6 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

8 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

8 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

8 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Vastu Tips: নতুন বছৰৰ পূৰ্বে শীঘ্ৰেই কৰক এই কাম, উজলি উঠিব আপোনাৰ ভাগ্য

editor by editor
November 27, 2021
in অসম, গুৱাহাটী, জীৱনশৈলী, ভাৰত
0
vastu tips
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সকলোৱে বিচাৰে, নতুন বছৰে জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনক, মা লক্ষ্মীৰ কৃপাদৃষ্টি পৰক জীৱনত৷ জ্যোতিষশাস্ত্ৰৰ মতে, কৰ্ম লগতে ভাগ্যৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে ধন-ঐশ্বৰ্য আৰু সুখ-সমৃদ্ধি৷ কিন্তু এনে কিছু বাস্তুসন্মত নিয়ম আছে যিসমূহ মানি চলিলে আৰ্থিক সমস্যাৰ পৰা কিছু সকাহ পাব পাৰি৷ এনে কিছু বস্তু যিয়ে আপোনাক ভাগ্যশালী কৰি তুলিবঃ

‘চলিড চিলভাৰ’ৰ হাতীঃ নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বে এইবিধ সামগ্ৰী ঘৰলৈ আনক৷ জ্যোতিষশাস্ত্ৰ অনুসৰি ‘চলিড চিলভাৰ’ৰ হাতীৰ চমৎকাৰী প্ৰভাৱ পৰে ঘৰখনত৷ ঘৰত হাতী ৰাখিলে সুখ-সমৃদ্ধি তথা শান্তি বৰ্তি থাকে৷

ধাতুৰ কাছঃ ধাতুৰ কাছ ঘৰৰ বাবে চমৎকাৰী৷ ৰূপ, পীতল বা কাঁচৰ কাছক শুভ মনা হয়৷ ঘৰৰ উত্তৰ দিশত এনে ধাতুৰ কাছ ৰাখিলে ঘৰৰ নকৰাত্মক প্ৰভাৱ দূৰ হয় আৰু ঘৰলৈ শান্তি- সমৃদ্ধি ঘূৰি আহে৷

লাফিং বুদ্ধাঃ নতুন বছৰৰ শুভ ক্ষণত ঘৰলৈ আনক লাফিং বুদ্ধা৷ ঘৰৰ উত্তৰ-পূব দিশত ৰাখিব লাগে এইবিধ সামগ্ৰী৷ লাফিং বুদ্ধা ঘৰত ৰাখিলে অৰ্থৰ অভাৱ কেতিয়াও অনুভৱ নহয়৷

স্বাস্তিকৰ চিত্ৰঃ ঘৰত স্বাস্তিকৰ চিত্ৰ ৰাখিলে মনোবাঞ্চা পূৰণ হয় বুলি বিশ্বাস কৰা হয়৷ শাস্ত্ৰত স্বাস্তিকক মা লক্ষ্মী আৰু গণপতিৰ প্ৰতীক মনা হয়৷ স্বাস্তিকৰ দ্বাৰা পৰিয়াল, ধন, স্বাস্থ্যসম্বন্ধীয় সকলো সমস্যা দূৰ হয়৷

ময়ূৰ চৰাইৰ পাখিঃ ময়ূৰ চৰাইৰ পাখি অত্যন্ত শুভ আৰু চমৎকাৰী৷ ভাগ্যবৰ্ধক ময়ূৰ চৰাইৰ পাখি৷ ই ভাগ্যৰ সকলো দূষ খণ্ডন কৰে৷ কিন্তু মনত ৰাখিব ঘৰত কেৱল ১-৩টাহে ময়ূৰ পাখি ৰখাটো উচিত৷

গোমতি চক্ৰঃ সাধাৰণ পাথৰৰ দৰে দেখা গোমতি চক্ৰ অতি চমৎকাৰী সামগ্ৰী৷ কেৱল গোমতী নদীত পোৱা যায় কাৰণে ইয়াক গোমতি চক্ৰ বুলি কোৱা হয়৷ গোমতি চক্ৰ ঘৰত থাকিলে গৃহস্থৰ ওপৰত শত্ৰুৰ নেতিবাচক প্ৰভাৱ নপৰে৷ গোমতি চক্ৰ সেন্দুৰৰ টেমাত ৰাখিব লাগে৷

শংখঃ প্ৰায় সকলো লোকৰ ঘৰত শংখ দেখিবলৈ পোৱা যায় যদিও ম’টি শংখক ঘৰৰ বাবে শুভ মনা হয়৷ বিধি বিধান মানি ম’টি শংখ পূজা কৰি ঘৰত ৰাখিলে ঘৰ তথা ব্যৱসায়িক প্ৰতিস্থানৰ বাবে অতি লাভদায়ক৷

ভাটৌ চৰাইৰ মূৰ্তি অথবা চিত্ৰঃ বাস্তুবিধি অনুসৰি, ঘৰৰ উত্তৰ দিশত ভাটৌ চৰাইৰ মূৰ্তি অথবা ছবি ৰাখিলে ঘৰখনৰ শিশুৰ বাবে অতি লাভদায়ক৷ শিশুৰ পঢ়াত মন লগোৱা, সৌভাগ্য আদিৰ বাবে ভাটৌ চৰাই লাভদায়ক৷ যদি আপুনি বেমাৰ, নিৰাশা, দৰিদ্ৰতা অথবা জীৱনত শান্তিৰ অভাৱ অনুভৱ কৰিছে তেন্তে নতুন বছৰৰ পূৰ্বে ঘৰলৈ এটি ভাটৌ চৰাই লৈ আনক৷ ই আপোনাৰ জীৱনৰ সকলো সমস্যা সমাধান কৰিব৷

তুলসী আৰু মানি প্লাণ্টঃ নতুন বছৰত ঘৰত যিকোনো প্ৰকাৰৰ ইনদ’ৰ প্লেন্ট ৰখাটো শুভ হ’ব৷ তুলসী অথবা মানি প্লাণ্টো ৰাখিব পাৰে ঘৰৰ ভিতৰত৷ এনেধৰণৰ উদ্ভিদ ৰখাটো ঘৰৰ বাবে শুভ৷

Click Here for more:

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelvastu tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ
ভাৰত

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

September 22, 2026
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক
জীৱনশৈলী

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

September 22, 2026
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?
জীৱনশৈলী

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

September 22, 2026
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ
অসম

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

September 22, 2026
Next Post
মানিলণ্ডাৰিং গোচৰৰ নতুন বিতৰ্কত অভিনেত্ৰী জ্যেকলিন, তিহাৰ জেলৰ কয়দী সুকেশ চন্দ্ৰ শেখৰৰ সৈতে গোপন ফটো ভাইৰেল

মানিলণ্ডাৰিং গোচৰৰ নতুন বিতৰ্কত অভিনেত্ৰী জ্যেকলিন, তিহাৰ জেলৰ কয়দী সুকেশ চন্দ্ৰ শেখৰৰ সৈতে গোপন ফটো ভাইৰেল

niti-ayog-has-released-list-of-property-of-indian-politicians

নীতি আয়োগৰ প্ৰতিৱেদন দেখি জনতাৰ চকু কপালত! শাসক-বিৰোধীৰ ভ্ৰষ্টাচাৰৰ তথ্য, পাহাৰ গঢ়িছে সম্পত্তিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.