• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানিলণ্ডাৰিং গোচৰৰ নতুন বিতৰ্কত অভিনেত্ৰী জ্যেকলিন, তিহাৰ জেলৰ কয়দী সুকেশ চন্দ্ৰ শেখৰৰ সৈতে গোপন ফটো ভাইৰেল

মানিলণ্ডাৰিং গোচৰৰ নতুন বিতৰ্কত অভিনেত্ৰী জ্যেকলিন, তিহাৰ জেলৰ কয়দী সুকেশ চন্দ্ৰ শেখৰৰ সৈতে গোপন ফটো ভাইৰেল

5 years ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

1 hour ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

2 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

3 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

3 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

4 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

5 hours ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

18 hours ago
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

19 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

19 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

20 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

20 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

মানিলণ্ডাৰিং গোচৰৰ নতুন বিতৰ্কত অভিনেত্ৰী জ্যেকলিন, তিহাৰ জেলৰ কয়দী সুকেশ চন্দ্ৰ শেখৰৰ সৈতে গোপন ফটো ভাইৰেল

editor by editor
November 27, 2021
in অপৰাধ, গুৱাহাটী, বিশ্ব, ভাৰত
0
মানিলণ্ডাৰিং গোচৰৰ নতুন বিতৰ্কত অভিনেত্ৰী জ্যেকলিন, তিহাৰ জেলৰ কয়দী সুকেশ চন্দ্ৰ শেখৰৰ সৈতে গোপন ফটো ভাইৰেল
0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মানিলণ্ডাৰিং গোচৰ সন্দৰ্ভত পুনৰ সমস্যাত পৰিব পাৰে অভিযুক্ত অভিনেত্ৰী জ্যেকলিন ফাৰ্ণাণ্ডেজ৷ একেটা গোচৰতে দোষী সাব্যস্ত হৈ সম্প্ৰতি তিহাৰ জেলত থকা CONMAN প্ৰকাশ চন্দ্ৰ শেখৰৰ সৈতে গোপন ফটো ভাইৰেল হৈছে জ্যেকলিন ফাৰ্ণাণ্ডেজৰ৷ সুকেশ চন্দ্ৰ শেখৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল অভিনেত্ৰী জ্যেকলিন ফাৰ্ণাণ্ডেজ৷ বহু আগতেই এই কথা দাবী কৰিছিল সুকেশৰ অধিবক্তাই৷ কিন্তু তেতিয়া সেইকথা নস্যাৎ কৰিছিল জ্যেকলিনে৷ কিন্তু এতিয়া পুনৰ বিতৰ্কত সোমাই পৰিছে অভিনেত্ৰীগৰাকী৷ CONMAN প্ৰকাশ চন্দ্ৰ শেখৰৰ সৈতে ঘনিষ্ঠ মুহুৰ্তৰ ফটো ভাইৰেল হৈছে অভিনেত্ৰীগৰাকীৰ৷ ঔষধ নিৰ্মাতা প্ৰতিষ্ঠানৰ মালিক শিবেন্দ্ৰ সিঙৰ পৰিয়ালক ২০০ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগত অভিযুক্ত সুকেশ চন্দ্ৰ শেখৰ৷ সেইগৰাকী প্ৰতাৰকৰ সৈতে ছ’ছিয়েল মিডিয়াত ভাইৰেল এখন ফটোৰ বাবে এতিয়া পুনৰ বিতৰ্কত জ্যেকলিন৷ কিয়নো পূৰ্বে মানিলণ্ড্ৰিঙৰ অভিযোগত দুবাৰকৈ EDৰ জেৰাৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী৷ সেয়ে ভাইৰেল ছবিখনকলৈ এতিয়া দুয়োৰে মাজৰ সম্পৰ্ক আৰু গোচৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ অৱকাশ হৈছে জ্যেকলিনক লৈ৷

Click Here for more:

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channeljacqueline fernandezsukesh chandra sekhar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?
প্ৰযুক্তি

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

September 12, 2026
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!
অসম

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
Next Post
niti-ayog-has-released-list-of-property-of-indian-politicians

নীতি আয়োগৰ প্ৰতিৱেদন দেখি জনতাৰ চকু কপালত! শাসক-বিৰোধীৰ ভ্ৰষ্টাচাৰৰ তথ্য, পাহাৰ গঢ়িছে সম্পত্তিৰ

new-rule-for-bike-riders-of-guwahati

বাইক চালক আৰু আৰোহীৰ বাবে নতুন নিয়ম। ১ ডিচেম্বৰৰ পৰা কি হ’ব ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.