• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসুস্থ পোপ ফ্ৰান্সিছ, বিশ্বৰ অন্যতম ধৰ্মীয় নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি

অসুস্থ পোপ ফ্ৰান্সিছ, বিশ্বৰ অন্যতম ধৰ্মীয় নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি

1 year ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

13 hours ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

14 hours ago
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

14 hours ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

14 hours ago
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

15 hours ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

16 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

16 hours ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

17 hours ago
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

17 hours ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

18 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

19 hours ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অসুস্থ পোপ ফ্ৰান্সিছ, বিশ্বৰ অন্যতম ধৰ্মীয় নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি

editor by editor
February 14, 2025
in বিবিধ, বিশ্ব
0
অসুস্থ পোপ ফ্ৰান্সিছ, বিশ্বৰ অন্যতম ধৰ্মীয় নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি
0
SHARES
132
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসুস্থ পোপ ফ্ৰান্সিছ, বিশ্বৰ অন্যতম ধৰ্মীয় নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি

বিশ্বৰ সবাতোকৈ শীৰ্ষৰ খ্ৰীষ্টান ধৰ্মীয় নেতা পোপ ফ্ৰান্সিছ অসুস্থ। বৰ্তমানে তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৮৮ বছৰীয়া পোপৰ স্বাস্থ্যৰ তথ্য দি আজি শুকুৰবাৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে ভেটিকানৰ ফালৰ পৰা কয় যে পোপ ফ্ৰান্সিছক ব্ৰংকাইটিছৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। পোপ ফ্ৰান্সিছক ৰোমৰ গেমেলি পলিক্লিনিকত ভৰ্তি কৰা হৈছে।

ভেটিকানৰ এক বিবৃতিত কোৱা হৈছে যে শুকুৰবাৰে নিয়মীয়াকৈ অহা দৰ্শকৰ পিছত ফ্ৰান্সিছক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ভেটিকানৰ বিষয়াসকলৰ সৈতে নিয়মীয়া বৈঠকৰ উপৰিও শুকুৰবাৰে পুৱা পোপে শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো আৰু চিএনএনৰ মুৰব্বী মাৰ্ক থম্পছনকো সাক্ষাৎ কৰে।

বিবৃতিটোত কোৱা হৈছে যে আজি পুৱা তেওঁৰ নিয়মীয়া দৰ্শনৰ শেষত পোপ ফ্ৰান্সিছক কিছুমান প্ৰয়োজনীয় নিদান পৰীক্ষাৰ বাবে আগষ্টিনো গেমেলি পলিক্লিনিকত ভৰ্তি কৰা হৈছে আৰু ব্ৰংকাইটিছৰ সমস্যাৰ বাবে চিকিৎসালয়ত চিকিৎসা অব্যাহত ৰাখিব।

যোৱা বৃহস্পতিবাৰে ফ্ৰান্সিছৰ ব্ৰংকাইটিছ ধৰা পৰিছিল যদিও তেওঁৰ ভেটিকান হোটেলৰ ছুইটত দৈনিক দৰ্শকৰ সৈতে সাক্ষাতৰ পৰ্ব অব্যাহত ৰাখে। বিগত দেওবাৰে পোপে এখন বৃহৎ বৈঠকৰ সভাপতিত্ব কৰিছিল। সেই সভাতেই তেওঁৰ উশাহ-নিশাহ লোৱাত অসুবিধা হৈছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, স্বাস্থ্যজনিত সমস্যাৰ বাবে পোপ ফ্ৰান্সিছক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ব্ৰংকাইটিছৰ বাবে তেওঁৰ স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পৰিছে। ইয়াৰ উপৰিও তেওঁ ছাইটিকা বিষ আৰু আঁঠুৰ সমস্যাত ভুগিছে, যাৰ বাবে তেওঁক প্ৰায়ে ৱাকাৰ বা হুইল চেয়াৰত বহি থকা দেখা যায়।

মন কৰিবলগীয়া যে যৌৱনকালত আৰ্জেণ্টিনাত থকা সময়ত কিছু শাৰিৰীক সমস্যাৰ বাবে পোপৰ হাওঁফাওঁৰ এটা অংশ আঁতৰাই পেলোৱা হৈছিল। পোপ ফ্ৰান্সিছৰ স্বাস্থ্যৰ বিষয়ে ইয়াৰ পূৰ্বেও আলোচনাৰ বিষয় হৈ আহিছে। ইয়াৰ উপৰিও ২০২১ চনৰ জুন মাহত তেওঁৰ কলন অপাৰেচনো কৰা হৈছিল।

ইয়াৰ পূৰ্বে ২০২৩ চনৰ মাৰ্চ মাহতো ব্ৰংকাইটিছৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল পেপ ফ্ৰান্সিছ। সেইবাৰ তেখেতক ৩ দিনৰ বাবে হাস্পতালত ৰখা হৈছিল। এইবাৰ হাস্পতালত ভৰ্তি হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে লাখ লাখ , কোটি কোটি লোকে তেখেতৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bronchitishealth problemshospitalizationsPope Francis
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ
জীৱনশৈলী

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

May 5, 2026
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ
জীৱনশৈলী

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

May 5, 2026
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

May 5, 2026
সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?
বাণিজ্য

সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট! কি কি সেৱাত পৰিব প্ৰভাৱ?

May 5, 2026
Next Post
বুধ ৰাশিত চন্দ্ৰ ট্ৰেনজিট, বেয়া প্ৰভাৱ পৰিব পাৰে ৩ ৰাশিৰ ওপৰত! সাৱধান

বুধ ৰাশিত চন্দ্ৰ ট্ৰেনজিট, বেয়া প্ৰভাৱ পৰিব পাৰে ৩ ৰাশিৰ ওপৰত! সাৱধান

দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা, ৰাজধানীত কৰুণ মৃত্যুক সাৱটিলে ১৮গৰাকীয়ে, ২০ আহত

দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা, ৰাজধানীত কৰুণ মৃত্যুক সাৱটিলে ১৮গৰাকীয়ে, ২০ আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.