• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা, ৰাজধানীত কৰুণ মৃত্যুক সাৱটিলে ১৮গৰাকীয়ে, ২০ আহত

দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা, ৰাজধানীত কৰুণ মৃত্যুক সাৱটিলে ১৮গৰাকীয়ে, ২০ আহত

2 years ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

27 minutes ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

1 hour ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

2 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

3 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

3 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

16 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

17 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

18 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

18 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

18 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

19 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা, ৰাজধানীত কৰুণ মৃত্যুক সাৱটিলে ১৮গৰাকীয়ে, ২০ আহত

editor by editor
February 16, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা, ৰাজধানীত কৰুণ মৃত্যুক সাৱটিলে ১৮গৰাকীয়ে, ২০ আহত
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা, ৰাজধানীত কৰুণ মৃত্যুক সাৱটিলে ১৮গৰাকীয়ে, ২০ আহত

নিশা দিল্লী ৰেলৱে ষ্টেচনত ভয়ংকৰ পৰিস্থিতি। হেঁচা-ঠেলা আৰু হুলস্থুলীয়া পৰিৱেশত ৩ শিশুসহ কৰুণ মৃত্যুক সাৱটি ল’লে ১৮ গৰাকী লোকে। ইয়াৰ বাহিৰে অন্য ২০ ৰো অধিক লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত।

সমগ্ৰ দেশ জোকাৰি যোৱা এই ঘটনা সংঘটিত হৈছে ৰাজধানী দিল্লীৰ ৰেলৱে ষ্টেচনত। মৃত্যু হোৱা ১৮ গৰাকীৰ মাজত ৩ টা শিশু আৰু ১৪ গৰাকী মহিলা আছিল।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, নতুন দিল্লীৰ ৰেলৱে ষ্টেচনত নিশা প্ৰচণ্ড ভিৰৰ পাছতে ভয়ংকৰ পৰিস্থিতি। এখন ট্ৰেইনত সোমাবলৈ ভিৰ হৈছিল হাজাৰ হাজাৰ লোকৰ।

মহাকুম্ভলৈ যাবলৈ ষ্টেচনটোত ভিৰ হৈছিল হাজাৰ হাজাৰ লোকৰ । দেশৰ ভিন্ন প্ৰান্ত পৰা মহাকুম্ভলৈ যাবলৈ ভক্তৰ ভিৰ হৈছিল ষ্টেচনটোত।

পূৰ্বে কাহানিও নোহোৱা হেঁচা-ঠেলাৰ পৰিস্থিতি সৃষ্টি হৈছিল ষ্টেচনটোত। যাৰ ফলতে পদপিষ্ট হৈ মৃত্যুক আকোঁৱালি লয় কেইবাগৰাকী লোকে। লগতে আহতো হয় বহু কেইগৰাকী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhidelhi railway stationDelhi TragicDelhi Tragic StoryTragic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants
জীৱনশৈলী

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক
বিবিধ

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

October 3, 2026
Next Post
মহাশিৱৰাত্ৰিত চন্দ্ৰৰ বাবে জিলিকি উঠিব ৩ ৰাশিৰ ভাগ্য, তালিকাত তালিকাত কোন ৰাশি

মহাশিৱৰাত্ৰিত চন্দ্ৰৰ বাবে জিলিকি উঠিব ৩ ৰাশিৰ ভাগ্য, তালিকাত তালিকাত কোন ৰাশি

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দৃশ্যমৰ এইগৰাকী অভিনেত্ৰী

দ্বিতীয়বাৰৰ বাবে মাতৃ হ'বলৈ ওলাইছে দৃশ্যমৰ এইগৰাকী অভিনেত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.