• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

1 month ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

6 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

6 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

6 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

7 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

8 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

10 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

10 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

11 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

11 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

12 hours ago
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

13 hours ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

editor by editor
May 28, 2026
in জীৱনশৈলী
0
জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ মতে নৱপঞ্চম ৰাজযোগ অত্যন্ত প্ৰভাৱশালী এক যোগ৷ এই যোগে জীৱনত ইতিবাচক সালসলনি আনিব পাৰে৷ জ্যোতিষ অনুসৰি নৱপঞ্চম ৰাজযোগ অত্যন্ত প্ৰভাৱশালী এক যোগ৷ এই যোগে জীৱনলৈ ইতিবাচক সালসলনি আনিব পাৰে৷

জ্যোতিষ অনুসৰি ২৫ জুন ২০২৬ত শুক্ৰ আৰু শনিয়ে এটাই আনটোৰ ১২০ ডিগ্ৰী কোণলৈ আহিব৷ ইয়াৰ ফলত তৈয়াৰ হ’ব নৱপঞ্চম দৃষ্টি যোগ৷ এই যোগ কিছু ঘণ্টাৰ বাবে সক্ৰিয় থাকিব৷ যাৰ ফলত ৪ৰাশিৰ লাভেই লাভ৷ জানি থওক কোন কোন ৰাশিৰ ভাল সময় আহিছে? সেই লিষ্টত আপুনি আছেনে?

মেষ ৰাশি

শুক্ৰ আৰু শনিৰ নৱপঞ্চম ৰাজযোগ মেষ ৰাশিৰ বাবে শুভ আৰু ইতিবাচক প্ৰভাৱ কঢ়িয়াই আনিব৷ বহু দিন ধৰি ৰৈ থকা কাম শেষ হ’ব৷ কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতি কৰিব৷ সুখ লাভ কৰিব৷ অন্য খৰচ কমিব৷ কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতি পাব৷ সুখ লাভ কৰিব৷ ইনকাম বাঢ়িব৷ ভাল সময় কটাবলৈ সাজু হওক৷

বৃষ ৰাশি

এই ৰাশিৰ বাবেও ভাল সময় আহিছে৷ পাৰিবাৰিক জীৱনত ভালপোৱাৰ পৰিবেশ থাকিব৷ দূৰ সকলো মনোকষ্ট৷ কেৱল সেয়াই নহয় এই সময়ত পুৰণি কামত শুভ পৰিণাম পাব৷ পুৰণি পৰিশ্ৰমৰ ফল পাব৷ নতুন কোনো কাম আৰম্ভ কৰিব পাৰে৷ ইয়াৰোপৰি টকা হাতলৈ আহিব৷ আৰ্থিক পৰিস্থিতি শুভ হ’ব৷ সেয়ে ভাল সময় কটাবলৈ সাজু হওক৷

তুলা ৰাশি

এই ৰাশিৰ বাবেও নৱপঞ্চম ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিব৷ চাকৰিত উন্নতি কৰিব৷ নতুনকৈ কৰোবাত চাকৰিৰ সুযোগ পাব৷ এই সময়ত দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ আয়ৰ নতুন পথ খুলি যাব৷ আৰ্থিক স্থিতি সলনি হ’ব৷ ঘৰৰ মানুহৰ মন প্ৰসন্ন থাকিব৷ পুৰণি অসুবিধাৰ পৰা মুক্তি পাব৷ চিন্তাৰ কোনো কাৰণ নাই বুলিবই পাৰি৷

কুম্ভ ৰাশি

এই ৰাশিৰ বাবে ভাল সময়৷ বিদেশ যাত্ৰাৰ এক সুযোগ আহিব পাৰে৷ এই সময়ত পঢ়ুলৈসকলে পৰীক্ষাত ভাল ফল লাভ কৰিব৷ ডাঙৰ কোনো পৰীক্ষা ক্ৰেক কৰিব পাৰে৷ ইয়াৰোপৰি কাৰ্যক্ষেত্ৰত নেতৃত্ব দিয়াৰ ক্ষমতা বৃদ্ধি পাব৷ জীৱনতো সকলো ক্ষেত্ৰত প্ৰগতি লাভ কৰিব৷ কেৰিয়াৰত আগুৱাই যোৱাৰ সুযোগ পাব পাৰে৷ ইয়াৰোপৰি টকাৰ সমস্যাও আঁতৰিব৷ চিন্তাৰ কোনো কাৰণ নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান
জীৱনশৈলী

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

July 9, 2026
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?
জীৱনশৈলী

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

July 9, 2026
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট
জীৱনশৈলী

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

July 9, 2026
Next Post
দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে

দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.