• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?

নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?

3 months ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

24 minutes ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

1 hour ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

2 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

2 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

3 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

4 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

4 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

5 hours ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

17 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

18 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

18 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?

নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?

editor by editor
December 13, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেম, সুখ, আকাংক্ষা, ভোগ বিলাসিতাৰ প্ৰতীক শুক্ৰ৷ তাৰ অধীন নক্ষত্ৰ, পূৰ্বাষাঢ়া৷ চলিত বছৰৰ শেষত পূৰ্বাষাঢ়া নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই৷ ৩০ ডিচেম্বৰ ২০২৫ মঙলবাৰে নিশা ১০.০৫ মিনিটত পূৰ্বাষাঢ়া নক্ষত্ৰত প্ৰৱেশ কৰিব দৈত্যগুৰুৱে৷ এই গোচৰৰ প্রভাৱ পৰিব চাৰি ৰাশিৰ জাতকৰ জীৱনত৷ কেইবাটাও ৰাশিৰ জাতকৰ বাবে এই পৰিবৰ্তন ইতিবাচক হ’ব বুলি ধাৰণা৷ কৰ্মক্ষেত্ৰত বিশেষ সাফল্য লাভ কৰিব পাৰিব৷ আৰ্থিক প্ৰবাহ বৃদ্ধি পাব পাৰে৷ সম্পত্তি ক্ৰয় কৰিব পাৰে৷ প্ৰেমৰ সম্পৰ্ক পূৰ্বতকৈ আৰু গভীৰ আৰু মধুৰ হৈ উঠিব৷ মানসিক শান্তিও বৰ্তি থাকিব৷

কোন ৪ ৰাশিৰ জাতকৰ বাবে শুভ সময় আৰম্ভ হ’ব?

তুলা ৰাশি

শুক্ৰৰ স্থান পৰিবৰ্তন, তুলা ৰাশিৰ জাতকৰ বাবে ইতিবাচক হব৷ বৈবাহিক সুখ আৰু ভালপোৱা বৃদ্ধি পাব৷ ব্যৱসায়ত লাভৰ পথ খুলিব৷ মনত জোৰ বজায় ৰাখক৷ মানসিক শান্তিও বৃদ্ধি পাব৷ দীৰ্ঘদিন ৰৈ থকা কাম এই সময়ত সম্পন্ন হব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ গোচৰে শুভ ফল কঢ়িয়াই আনিব৷ জীৱনত নতুন আশা আৰু দিশা দেখা পাব৷ সাফল্যৰ পথ সুগম হব পাৰে৷ উচ্চশিক্ষাৰ বাবে বিদেশ ভ্ৰমণৰ যোগ আছে৷ কেৰিয়াৰত উন্নতিৰ নতুন সুযোগ তৈয়াৰ হব পাৰে৷ দীৰ্ঘদিন ৰৈ থকা কাম সম্পন্ন হব৷ প্ৰেমৰ সম্পৰ্কত বেমেজালি কমিব৷

মীন ৰাশি

শুক্ৰৰ গোচৰত মীন ৰাশিৰ জাতকৰ জীৱনত ইতিবাচক পৰিবৰ্তন আহিব৷ প্ৰেমৰ সম্পৰ্ক আৰু গভীৰ হব৷ যি আপোনাৰ ক্ৰাছ, তেওঁলোকে আপোনাৰ প্ৰতি আকৃষ্ট হব পাৰে৷ অবিবাহিতসকলে নতুন সম্পৰ্কত সোমাই পৰিব পাৰে৷ সৃজনশীল কামৰ প্ৰতিও আগ্ৰহ বৃদ্ধি পাব৷ অৰ্থ উপাৰ্জনৰ বাবে বহু পথ খুলি যাব৷

বৃষ ৰাশি

শুক্ৰৰ পূৰ্বাষাঢ়াৰ গোচৰ বৃষ ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হব পাৰে৷ তেওঁলোকৰ জীৱনলৈ হঠাৎ অৰ্থৰ প্ৰবাহ বৃদ্ধি পাব পাৰে৷ প্ৰেমৰ সম্পৰ্ক পূৰ্বতকৈ আৰু গভীৰ আৰু মধুৰ হৈ উঠিব৷ সম্পত্তি কিনাৰ বাবে এই সময় শুভ৷ মানসিক শান্তিও থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!
জীৱনশৈলী

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

March 21, 2026
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক
বাণিজ্য

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

March 21, 2026
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!
জীৱনশৈলী

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

March 21, 2026
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল
জীৱনশৈলী

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

March 21, 2026
Next Post
লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

শীতকালত খুবেই ভৰিৰ গোৰোহা ফাটে? কেৱল বাহ্যিক যত্ন নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি দূৰ কৰিলেহে কমিব এই সমস্যা

শীতকালত খুবেই ভৰিৰ গোৰোহা ফাটে? কেৱল বাহ্যিক যত্ন নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি দূৰ কৰিলেহে কমিব এই সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.