• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃষলৈ আহিছে শুক্ৰ, আগন্তুক ২০ দিনত সাফল্যৰ নতুন অধ্যায় লিখিব ৭ ৰাশিৰ জাতকে

বৃষলৈ আহিছে শুক্ৰ, আগন্তুক ২০ দিনত সাফল্যৰ নতুন অধ্যায় লিখিব ৭ ৰাশিৰ জাতকে

2 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

9 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

10 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

11 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

12 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

13 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

14 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

14 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

15 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

15 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃষলৈ আহিছে শুক্ৰ, আগন্তুক ২০ দিনত সাফল্যৰ নতুন অধ্যায় লিখিব ৭ ৰাশিৰ জাতকে

বৃষলৈ আহিছে শুক্ৰ, আগন্তুক ২০ দিনত সাফল্যৰ নতুন অধ্যায় লিখিব ৭ ৰাশিৰ জাতকে

editor by editor
May 21, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বৃষলৈ আহিছে শুক্ৰ, আগন্তুক ২০ দিনত সাফল্যৰ নতুন অধ্যায় লিখিব ৭ ৰাশিৰ জাতকে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ স্বৰাশি বৃষত বিচৰণ কৰিছে শুক্ৰই৷ ১৯মেৰ পুৱা ৮ বাজি ৪২মিনিটত মেষ ৰাশিত নিজৰ যাত্ৰা সমাপ্ত কৰি বৃষ ৰাশিত প্ৰৱেশ কৰিছে এই গ্ৰহই৷ ১২ জুনৰ সন্ধিয়া ৬টা ২৯ মিনিট  পৰ্যন্ত এই ৰাশিত বিচৰণ কৰিছে শুক্ৰই৷ তাৰপিছতেই মিথুনত প্ৰৱেশ কৰিব৷ বৃষ ৰাশিৰ অধিপতি হৈছে শুক্ৰ৷ যি ৰাশিৰ জাতকৰ কোষ্ঠীত শুক্ৰ যোগকাৰক তেওঁলোকৰ বাবে এই সময় কোনো আশীৰ্বাদতকৈ কম নহয়৷ আকৌ বৃষ ৰাশিত আহি মালব্য ৰাজযোগ তৈয়াৰ কৰিছে শুক্ৰই৷ শুক্ৰৰ ৰাশি পৰিবৰ্তনে সমস্ত ৰাশিৰ জাতকৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিব৷

মেষ ৰাশি

শুক্ৰৰ প্ৰভাৱে মেষ ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিত মজবুত কৰিব৷ বাণী কৌশলৰ জোৰত কঠিন পৰিস্থিতিও সহজে নিয়ন্ত্ৰণত আনিব পাৰিব৷ সামাজিক প্ৰভাৱ বাঢ়িব৷ পৰিয়ালৰ লোকৰ সহযোগিতা লাভ কৰিব এই ৰাশিৰ জাতকে৷ অবিবাহিত জাতকৰ বিবাহৰ দিন ঠিক হ’ব৷ বাওঁ চকুৰ সমস্যা হ’ব পাৰে৷ নিজৰ পৰিকল্পনা গোপনে ৰাখক৷ আৱেগিক হৈ কোনো সিদ্ধান্ত নল’ব৷

বৃষ ৰাশি

এই ৰাশিতেই ভ্ৰমণ কৰিছে শুক্ৰই৷ এই সময়ত আপোনাৰ সমস্ত ৰণনীতি কাৰ্যকৰী প্ৰমাণিত হ’ব৷ কেন্দ্ৰ অথৱা ৰাজ্যৰ চৰকাৰী বিভাগৰ প্ৰতীক্ষিত কাম কাম সম্পন্ন হ’ব৷ সাফল্য লাভ সম্ভৱ৷ সন্তানৰ দায়িত্ব পূৰণ কৰিব৷ বিবাহৰ আলোচনাত সফল হ’ব৷ নৱদম্পত্তিয়ে সন্তান লাভ কৰিব পাৰে৷

 মিথুন ৰাশি

অপ্ৰত্যাশিত সুখকৰ পৰিণাম লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ বিলাসিতা পূৰ্ণ বস্তুৰ বাবে অধিক ধন ব্যয় কৰিব৷ বিদেশী কোম্পানীত ছাৰ্ভিছ বা নাগৰিকত্বৰ বাবে চেষ্টা কৰি থকাসকল সফল হ’ব৷ ছাত্ৰ-ছাত্ৰীয়ে পঢ়াশুনাৰ বাবে বিদেশ যাত্ৰাৰ চেষ্টা কৰিব পাৰে৷ মাটি-সম্পত্তি সংক্ৰান্তিয় গোচৰৰ সমাধান হ’ব৷ ঘৰ-গাড়ী ক্ৰয় কৰাৰ বাবে এই সময় শুভ৷

কৰ্কট ৰাশি

এই ৰাশিত শুক্ৰৰ ৰাশি পৰিবৰ্তনৰ শুভ ফলাফল লাভ কৰিব৷ উচ্চাধিকাৰীসকলৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷ পৰিয়ালৰ বৰিষ্ঠ সদস্য আৰু ভাতৃসকলৰ সহযোগিতা লাভ কৰিব৷ আয়ৰ উৎস বৃদ্ধি পাব এই সময়ত৷ বহুদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব৷ চৰকাৰী বিভাগৰ কোনো কাম ৰৈ থাকিলে সাফল্য লাভ কৰিব৷ নতুন চুক্তি সাক্ষৰ কৰিবৰ বাবে এই সময় শুভ৷

সিংহ ৰাশি

শুক্ৰৰ প্ৰভাৱত আপোনাৰ সামাজিক পদ-প্ৰতিষ্ঠা বৃদ্ধি পাব৷ ইয়াৰোপৰি নতুন দায়িত্ব পালনৰ সুযোগ পাব৷ মাটি সম্পৰ্কীয় কোনো গোচৰ থাকিলে এই সময়ত সমাধান হ’ব৷ স্বাস্থ্যৰ প্ৰতি চিন্তিত থাকিব৷ বাহন ক্ৰয় কৰিব পাৰে এই ৰাশিৰ জাতকে৷ পৰিকল্পনা গোপনে ৰাখি কাম কৰিলে অধিক সাফল্য লাভ কৰিব৷

কন্যা ৰাশি

শুক্ৰৰ ৰাশি পৰিবৰ্তনৰ প্ৰভাৱ কন্যা ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব৷ ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি ৰুচি বাঢ়িব৷ সাহস আৰু পৰাক্ৰমৰ জোৰত সহজেই কঠিন পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব৷ অন্যৰ সহায়ৰ বাবে তৎপৰ থাকিব৷ কাকো বেছি ধন ধাৰলৈ নিদিব৷ আৰ্থিক লোকচানৰ সম্ভাৱনা আছে৷ বিদেশি কোম্পানীত চাকৰিৰ আৱেদন কৰিব পাৰে৷

তুলা ৰাশি

বৃষ ৰাশিত শুক্ৰৰ গোচৰ তুলা ৰাশিৰ জাতকৰ অকল্পনীয় ফলাফল প্ৰদান কৰিব৷ ভাগ্য পৰীক্ষাৰ চেষ্টা কৰক৷ সাফল্যই আপনাৰ হাতত ধৰিব৷ সামাজিক পদ প্ৰতিষ্ঠা বাঢ়িব৷ পুৰস্কাৰ লাভ কৰিব পাৰে৷ চাকৰিত পদোন্নতি আৰু সন্মান বৃদ্ধিৰ যোগ আছে৷ কৰ্মক্ষেত্ৰত ষড়যন্ত্ৰৰ চিকাৰ হ’ব এই ৰাশিৰ জাতক৷ বিবাদ এৰাই চলক৷

বৃশ্চিক ৰাশি

এই ৰাশিৰ জীৱনত সাফল্যৰ নতুন অধ্যায়ৰ সূচনা কৰিব শুক্রই৷ কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰী বিভাগত প্ৰতীক্ষিত কাম সম্পন্ন হ’ব৷ ব্যৱসায়ত অপ্ৰত্যাশিত সাফল্য লাভ কৰিব৷ নতুন চুক্তি সাক্ষৰ কৰাৰ বাবে এই সময়ত অনুকূল৷ বিবাহৰ আলোচনাত সফল হ’ব৷ দাম্পত্য জীৱনত মাধুৰ্য্য বৰ্তি থাকিব৷ প্ৰেমৰ সম্পৰ্ক গভীৰ হ’ব৷ বিদেশী নাগৰিকত্ব লাভ বা বিদেশি কোম্পানীত আৱেদন কৰিলে সফলতা লাভ সম্ভৱ৷

ধনু ৰাশি

এই সময়ত সাধাৰণ ফলাফল পাব ধনু ৰাশিৰ জাতকে৷ গোপন শত্ৰুৰ পৰা নিৰাপদে থাকক৷ ঋণ নল’ব৷ যাত্ৰাত লাভাম্বিত হ’ব এই ৰাশিৰ জাতক৷ অত্যধিক ব্যয়ৰ কাৰণে অৰ্থাভাৱে দেখা দিব৷ পৰিয়ালৰ শুভ অনুষ্ঠানৰ অংশীদাৰ হ’ব৷ নতুন ব্যক্তিৰ সৈতে মিলামিছা বাঢ়িব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকে শুক্ৰৰ গোচৰৰ ফলত সাফল্যৰ পথত অগ্ৰসৰ হ’ব৷ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’লে তেওঁলোকেও শুভ ফল লাভ কৰিব৷ প্ৰেম জীৱনত সুখানুভূতি থাকিব৷ বিবাহৰ বাবেও এই সময় শুভ৷ সন্তানৰ দায়িত্ব ল’ব৷ নৱদম্পত্তিয়ে সন্তান লাভ কৰিব পাৰে৷ পৰিয়ালত বৰিষ্ঠ সদস্য আৰু ভায়েক-ভনীয়েকৰ সহযোগিতা লাভ কৰিব৷

কুম্ভ ৰাশি

শুক্ৰৰ শুভ প্ৰভাৱ পৰিব এই ৰাশিৰ জাতকৰ ওপৰত৷ বন্ধু আৰু আত্মীসকলৰ পৰা সু সংবাদ পাব৷ বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কাম সম্পন্ন হ’ব৷ চৰকাৰী বিভাগত টেণ্ডাৰৰ বাবে আৱেদন কৰাৰ ইচ্ছা থাকিলে এই সময় শুভ৷ নতুন নতুন ব্যক্তিৰ সৈতে মিলামিছা বাঢ়িব৷ সৃজনশীল কামত সাফল্য লাভ সম্ভৱ৷ নিৰ্বাচন সংক্ৰান্তীয় সিদ্ধান্তত সফল হ’ব৷ নিজৰ পৰিকল্পনা গোপনে ৰাখি নিজৰ কামত অগ্ৰসৰ হ’ব৷

মীন ৰাশি

এই সময়ত মীন ৰাশিৰ জাতকে যিমানেই পৰিশ্ৰম কৰি সিমানেই সফল হ’ব৷ ভাগ্যোন্নতি সম্ভৱ৷ সামাজিক পদ-প্ৰতিষ্ঠা বাঢ়িব৷ অসহায় ব্যক্তিৰ সহায়ৰ বাবে আগুৱাই যাওক৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷ বিদেশি নাগৰিকত্ব বা বিদেশি কোম্পানীত আবেদনৰ বাবে এই সময় অনুকূল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
এইকেইটা নম্বৰ আপোনাৰ ৪ ডিজিট পিন নহয়তো? এতিয়াই সলনি কৰক অন্যথা হেকাৰৰ কৱলত যিকোনো মুহূৰ্ততেই পৰিব আপুনি

এইকেইটা নম্বৰ আপোনাৰ ৪ ডিজিট পিন নহয়তো? এতিয়াই সলনি কৰক অন্যথা হেকাৰৰ কৱলত যিকোনো মুহূৰ্ততেই পৰিব আপুনি

বাঢ়িছে জলস্তৰ, সমগ্ৰ বেংককেই এদিন ডুবি যাব সমুদ্ৰৰ তলত,থাইলেণ্ডে আৰম্ভ কৰিছে নতুন ৰাজধানী নিৰ্মাণৰ প্ৰক্ৰিয়া?

বাঢ়িছে জলস্তৰ, সমগ্ৰ বেংককেই এদিন ডুবি যাব সমুদ্ৰৰ তলত,থাইলেণ্ডে আৰম্ভ কৰিছে নতুন ৰাজধানী নিৰ্মাণৰ প্ৰক্ৰিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.