• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰ্তমানেও কোনো শুংসুত্ৰ নাই বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাৰ, শেষ লোকেশ্যন ব্ৰহ্মপুত্ৰ পাৰ

বৰ্তমানেও কোনো শুংসুত্ৰ নাই বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাৰ, শেষ লোকেশ্যন ব্ৰহ্মপুত্ৰ পাৰ

2 years ago
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

39 minutes ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

1 hour ago
ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

2 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, ক্ষতি হ’ব স্বাস্থ্যৰ!

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, ক্ষতি হ’ব স্বাস্থ্যৰ!

2 hours ago
UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

3 hours ago
আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

3 hours ago
ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

4 hours ago
ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

5 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

প্ৰেমত বাধা, সম্পত্তি নাশ! জানক কোন ৰাশিৰ জাতক-জাতিকাৰ কেনে যাব দিনটো?

6 hours ago
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

22 hours ago
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

23 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বৰ্তমানেও কোনো শুংসুত্ৰ নাই বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাৰ, শেষ লোকেশ্যন ব্ৰহ্মপুত্ৰ পাৰ

editor by editor
July 23, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
বৰ্তমানেও কোনো শুংসুত্ৰ নাই বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাৰ, শেষ লোকেশ্যন ব্ৰহ্মপুত্ৰ পাৰ
0
SHARES
9.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমানেও কোনো শুংসুত্ৰ নাই বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাৰ, শেষ লোকেশ্যন ব্ৰহ্মপুত্ৰ পাৰ

২৪ ঘণ্টা উকলিল, পাছে বৰ্তমানেও কতো কোনো শুংসুত্ৰ নাই বিশিষ্ট সংগীত শিল্পীগৰাকীৰ। কালি পুৱা ১০ বজাৰ পৰা আজি পুৱা ১০ বজালৈ অনুসন্ধানৰ নামত উদ্ধাৰ হৈছে কেৱল এক চিচি টিভি ফুটেজ।

লগত থকা মোবাইল ফোনটোও অফ হৈ আছে বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাৰ। ঘৰৰ পৰা কালি ২২ জুলাই তাৰিখে খোজ কাঢ়িবলৈ বুলি ওলাই গৈ আজি ২৩ জুলাই পৰ্যন্ত উভতি অহা নাই। নাই মানে কতো কোনো খা-খবৰেই নাই শিল্পী গৰাকীৰ। কালিতে লতাশিল থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে।

আৰক্ষীয়েও বহু সন্ধান চলাই আছে শিল্পী গৰাকীৰ। লতাশিলৰ ঐতিহ্যমণ্ডিত কাঠৰ সেই পুৰণি স্মৃতি বজাই ৰখা ঘৰটোৰ পৰাই ওলাই আহিছিল পুৱা খোজ কঢ়াৰ উদ্দেশ্যে। হঠাতে মানুহজন কলৈ গ’ল, কি হ’ল!

কালি শিল্পীগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষেৰে যোৱা এটা পথত প্ৰত্যক্ষ কৰিছিল। শিল্পীগৰাকী সেই বাটেৰে যোৱাৰ দৃশ্য চি চি টিভিতো ধৰা পৰিছে। ইয়াৰ পাছতে প্ৰায় ১মান বজাত উজান বজাৰৰ গণেশ মন্দিৰৰ সমীপত এগৰাকী মহিলাই দেখা পাইছিল শিল্পীগৰাকীক। সেই সময়ত তেওঁ নিজে নিজৰ সৈতে কিছু কথা পতাত ব্যস্ত আছিল বুলি মহিলাগৰাকীয়ে সদৰি কৰিছে।

আৰক্ষীয়ে ৰমেন বৰুৱাৰ শেষ লোকেশ্যন ট্ৰেক কৰি দেখিছে যে, উজান বজাৰৰ গণেশ মন্দিৰৰ পাছফালে ব্ৰহ্মপুত্ৰৰ পাৰতে তেওঁৰ শেষ অৱস্থিতি। ইতিমধ্যে নদী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰত অভিযান আৰম্ভ কৰিছে।

উক্ত বিষয়টোক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক কোনো ক্ৰুটি নথকাকৈ অভিযান চলাবলৈ সোমবাৰে নিশাই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে শিল্পী জুবিন গাৰ্গেও ওৰে নিশা উজান বজাৰৰ ভিন্ন স্থানত ব্যক্তিগতভাৱে বিশিষ্ট শিল্পীগৰাকীৰ সন্ধানত অভিযান চলায়। ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱা, ভাতৃ দ্বীপেন বৰুৱা তথা পৰিয়ালৰ অন্য সকল এতিয়া গভীৰ চিন্তাত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamguwahatimissingRamen BaruahRamen Baruah missing
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
অসম

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

March 25, 2026
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী
অসম

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

March 24, 2026
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা
অসম

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

March 23, 2026
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!
অসম

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

March 23, 2026
Next Post
শাৰীত লুকাই আছে বাজেট ৰহস্য, এইবাৰ বগা শাৰী, কি কাৰণ

শাৰীত লুকাই আছে বাজেট ৰহস্য, এইবাৰ বগা শাৰী, কি কাৰণ

২০২৪ বাজেটৰ ৯ টা বিষয়ক অগ্ৰাধিকাৰ , বৰ্তমানলৈ কি কি ক’লে বিত্তমন্ত্ৰীয়ে

২০২৪ বাজেটৰ ৯ টা বিষয়ক অগ্ৰাধিকাৰ , বৰ্তমানলৈ কি কি ক'লে বিত্তমন্ত্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.