• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৪ বাজেটৰ ৯ টা বিষয়ক অগ্ৰাধিকাৰ , বৰ্তমানলৈ কি কি ক’লে বিত্তমন্ত্ৰীয়ে

২০২৪ বাজেটৰ ৯ টা বিষয়ক অগ্ৰাধিকাৰ , বৰ্তমানলৈ কি কি ক’লে বিত্তমন্ত্ৰীয়ে

2 years ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

15 minutes ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

2 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

3 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

3 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

11 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

12 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

13 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

14 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

14 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

14 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

15 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

২০২৪ বাজেটৰ ৯ টা বিষয়ক অগ্ৰাধিকাৰ , বৰ্তমানলৈ কি কি ক’লে বিত্তমন্ত্ৰীয়ে

editor by editor
July 23, 2024
in অসম, বাণিজ্য, ভাৰত, ৰাজনীতি
0
২০২৪ বাজেটৰ ৯ টা বিষয়ক অগ্ৰাধিকাৰ , বৰ্তমানলৈ কি কি ক’লে বিত্তমন্ত্ৰীয়ে
0
SHARES
256
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৪ বাজেটৰ ৯ টা বিষয়ক অগ্ৰাধিকাৰ , বৰ্তমানলৈ কি কি ক’লে বিত্তমন্ত্ৰীয়ে

অভিলেখ গঢ়ি সপ্তম বাৰৰ বাবে দাখিল কৰে বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে এইবাৰৰ বাজেটত চৰকাৰৰ ৯টা বিষয়ত অগ্ৰাধিকাৰ আছে, য’ত আছে-
১.কৃষিত উৎপাদনশীলতা
২.নিয়োগ আৰু সামৰ্থ্য বিকাশ
৩.সামগ্ৰিক মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায়
৪.উৎপাদন আৰু সেৱা
৫.নগৰ উন্নয়ন
৬.শক্তি নিৰাপত্তা
৭. আন্তঃগাঁথনি
৮. উদ্ভাৱন, গৱেষণা আৰু উন্নয়ন
৯.পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱন

কৃষক আৰু কৃষি খণ্ডৰ বাবে বাজেটত ১.৫২ লাখ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। এই পুঁজিৰ জৰিয়তে কৃষি আৰু আনুষংগিক খণ্ডৰ বাবে আঁচনি প্ৰস্তুত কৰা হ’ব।

চৰকাৰৰ ৯টা অগ্ৰাধিকাৰৰ ভিতৰত এটা হ’ল কৰ্মসংস্থাপন আৰু দক্ষতা বিকাশ। ইয়াৰ অধীনত প্ৰথমবাৰৰ বাবে চাকৰি বিচৰাসকলে বিপুল সহায় লাভ কৰিবলৈ গৈ আছে। প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক খণ্ডত চাকৰি আৰম্ভ কৰাসকলক এমাহৰ দৰমহা দিয়া হ’ব। এই দৰমহা প্ৰত্যক্ষ সুবিধা হস্তান্তৰৰ জৰিয়তে তিনিটা কিস্তিত মুকলি কৰা হ’ব। ইয়াৰ সৰ্বোচ্চ পৰিমাণ হ’ব ১৫ হাজাৰ টকা। ইপিএফঅ’ত পঞ্জীয়ন কৰা লোকসকলে এই সহায় লাভ কৰিব। যোগ্যতাৰ সীমা প্ৰতিমাহে ১ লাখ টকা হ’ব। ইয়াৰ দ্বাৰা ২.১০ কোটি যুৱক-যুৱতী উপকৃত হ’ব।

শিক্ষা ঋণ সন্দৰ্ভত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, ‘ঘৰুৱা শিক্ষানুষ্ঠানত উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণৰ বাবে চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিব।’

বিত্তমন্ত্ৰীয়ে কয়, ‘আমি প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনা ৫ বছৰৰ বাবে বৃদ্ধি কৰিলোঁ। ইয়াৰ দ্বাৰা ৮০ কোটিৰো অধিক দৰিদ্ৰ লোক উপকৃত হৈছে। নিয়োগ, দক্ষতা প্ৰশিক্ষণৰ বাবে পাঁচখন আঁচনিৰ পেকেজ ঘোষণা পি এমৰ। ইয়াৰ দ্বাৰা পাঁচ বছৰত ৪ কোটি ১০ লাখ যুৱক-যুৱতী উপকৃত হ’ব। এই আঁচনিসমূহৰ বাবে ব্যয় হ’ব দুই লাখ কোটি টকা। অন্তৱৰ্তীকালীন বাজেটত আমি এটা উন্নত ভাৰতক ৰোডমেপ দিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, ‘২ লাখ কোটি টকাৰ কেন্দ্ৰীয় ব্যয়ৰে ৫ বছৰৰ ভিতৰত ৪.১ কোটি যুৱক-যুৱতীক কৰ্মসংস্থাপন, দক্ষতা আৰু অন্যান্য সুযোগৰ সুবিধা প্ৰদানৰ বাবে ৫খন আঁচনি আৰু পদক্ষেপৰ প্ৰধানমন্ত্ৰীৰ পেকেজ ঘোষণা কৰি সুখী হৈছো। এইবাৰ আমি শিক্ষা, কৰ্মসংস্থাপন আৰু দক্ষতাৰ বাবে ১.৪৮ লাখ কোটি টকাৰ ব্যৱস্থা কৰিছো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: budgetBudget 2024Indian Budgetnirmala sitaraman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

October 14, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
Next Post
অন্ধ্ৰপ্ৰদেশ-বিহাৰ বিশেষ ২০২৪ৰ বাজেট …

অন্ধ্ৰপ্ৰদেশ-বিহাৰ বিশেষ ২০২৪ৰ বাজেট ...

কি কি সামগ্ৰীৰ মূল্য হ্ৰাস, কিহৰ বৃদ্ধি, সোণ-ৰূপ-মোবাইলৰ দাম হ্ৰাস

কি কি সামগ্ৰীৰ মূল্য হ্ৰাস, কিহৰ বৃদ্ধি, সোণ-ৰূপ-মোবাইলৰ দাম হ্ৰাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.